Home Diet Plus

Diet Plus

[rev_slider alias=”ad-slider-1″]

পুৱা খালী পেটে সংগম কৰিলে শৰীৰৰ কি উপকাৰ হয় জানেনে ?

ৰাতিপুৱা সোনকালে উঠি খালী পেটত যদি সংগম কাৰ্যত লিপ্ত হয়, তেনেহ’লে ইয়াৰ ফলত আপোনাৰ বিভিন্ন শাৰীৰিক লাভালাভ হ’ব পাৰে৷ আপুনি খুব সোনকালে...

নিশাৰ আহাৰ দেৰিকৈ খালে হ’ব পাৰে এইবোৰ মাৰাত্মক সমস্যা

আজিকালি মানুহৰ কৰ্মব্যস্ততা ইমানেই বাঢ়িছে যে খোৱা-শোৱাৰ সঠিক সময় নোহোৱা হৈছে৷ দিনৰ লেখীয়া ৰাতিও মানুহে ব্যস্ততাৰে পাৰ কৰাৰ ফলত সঠিক সময়ত খাবলৈ...

কণীৰ কুহুমৰ উপকাৰিতা সন্দৰ্ভত কি কয় পুষ্টিবিদে

উচ্চ প্ৰ’টিনযুক্ত কণী আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী৷ বহুতেই কুহুমৰ কাৰণে কণী খায় আকৌ কিছুমানে কুহুম বাদ দি কণীৰ বগা অংশহে খায়৷...

ছুগাৰ, কলেষ্টৰেল ঠিকেৰাখিবলৈ পকা তেঁতেলী খাওক

হূদৰোগত যিসকলে ভুগিছে, ৰক্ত শৰ্কৰাৰ লৈ যিসকলে চিন্তাত পৰিছে নাইবা শৰীৰৰ কলেষ্টৰেলৰ মাত্ৰা বৃদ্ধিক লৈ যিসকলে দীৰ্ঘদিন দুশ্চিন্তা ভুগিছে, গৱেষকে কৈছে তেনে...

উপকাৰিতাতো সকলোৱে জানেকমলাৰ ক্ষতিকাৰক দিশো আছে

শীতকাল মানেই কমলা টেঙা খোৱাৰ আমোজ৷ শীতকালত পোৱা এইবিধ ফলত চাহিদা তথা জনপ্ৰিয় ফলসমূহৰ ভিতৰত অন্যতম৷ অতি সুস্বাদু ৰসাল কমলা টেঙাৰ গুণাগুণ...

চুজিয়ে স্বাস্থ্যৰ যতনত মেজিকৰ দৰে কাম কৰে

পুৱাৰ জলপান অথবা আবেলি জিৰণিৰ সময়ত ফিকা চাহকাপৰ সৈতে খোৱা তথা মাকে ল’ৰা-ছোৱালীক স্কুলৰ টিফিনত দিবৰ বাবে বিবেচনা কৰা সুস্বাদু খাদ্যৰ ভিতৰত...

দেখিবলৈ অতিকে সুন্দৰ এইফুল যেন সৰ্বৰোগহাৰি

বসন্ত কাল আহিলে লগতে আহে পলাশ৷ পলাশৰ সুন্দৰতাই বসন্ত অহাৰ জাননী দিয়ে৷ এই পলাশ ফুলৰ মাজৰ ৰৈ পখীয়ে সুমধুৰ সংগীত জুৰে৷ প্ৰেমিক-প্ৰেমিকাই...

জিৰাৰ স্বাস্থ্যৰ বাবেভালেমান উপকাৰী গুণ

সকলোৰে পাকঘৰত পোৱা এবিধ মছলা হ’ল জিৰা৷ খাদ্য সুস্বাদু কৰিবলৈ জিৰা ব্যৱহাৰ কৰা হয় যদিও জিৰাৰ স্বাস্থ্যৰ বাবে ভালেমান উপকাৰী গুণ আছে৷...

কেঞ্চাৰ নিৰাময়ৰ সঞ্জীৱনী!ঔষধি গুণৰ ‘খনি’ এই ফুলবিধ

ফুলক সৌন্দৰ্যৰ আকৰ বুলি কোৱা হয়৷ এখন ঘৰ শুৱনি তথা ইয়াৰ সৌন্দৰ্যতা বৃদ্ধিৰ বাবে ঘৰৰ আগত বাগিচা পাতি পৰিপাটিকৈ ৰোৱা ফুলৰ শোভাই...

মুৰী খোৱাৰ আগতে জানকইয়াৰ উপকাৰিতাৰ বিষয়ে

মুৰী এনে এবিধ খাদ্য, যি খাবলৈ কম-বেছি সকলোৱে পচন্দ কৰে৷ সন্ধিয়া আড্ডাত, ৰে’ল যাত্ৰা কৰাৰ সময়ত বেপাৰীয়ে অনা জালমুৰীৰ সোৱাদ ল’বলৈ বহুতৰে...

এইবিধ ফলৰ পাতৰ গুণজানিলে আচৰিত হ’ব

আয়ুৰ্বেদত বিভিন্ন ধৰণৰ গছ অথবা গছৰ নানা অংশ যেনে কাণ্ড, ডাল, পাত, শিপা আদিৰ গুৰুত্ব অপৰিসীম৷ সেইবাবে আয়ুৰ্বেদিক ভেষজৰ কথা ক’লে প্ৰথমেই...

দুশ্চিন্তা দূৰ কৰাৰযাদুকৰী উপায়

মনলৈ দুশ্চিন্তা আহিবলৈ সময়ত প্ৰয়োজন নহয়৷ ইয়াৰ গতি ইমান দ্ৰুত যে মনলৈ অহা এনেধৰণৰ চিন্তা ভৰ সহিবলৈ কঠিন হৈ পৰে৷ আনকি দুশ্চিন্তাৰে...

Most Read

ঘৰৰ আচবাব উঁইপোকৰ পৰা কিদৰে সুৰক্ষিত ৰাখিব ?

উঁইপোকৰ উৎপাতত ঘৰৰ কাবþ আচবাব, কাঠৰ দুৱাৰ-খিৰিকী আদি সুৰক্ষিতভাৱে ৰখাই অসুবিধা হৈ পৰে৷ আনহাতে ঘৰৰ দামী ফাৰ্নিচাৰবোৰ কম দিনৰ ভিতৰতে নষ্ট কৰি...

চিৰা খালে ডায়েবেটিছ বাঢ়ে নেকি? জানক সবিশেষ

গৰমৰ দিনকেইটাত লঘু আহাৰ হিচাপে চিৰা অতুলনীয়৷ উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ দৈৰ সৈতে গুৰ মিহলাই চিৰা খালে পেট ঠাণ্ডাৰ পৰাৰ লগতে...

ভাৰতত পোৱা গ’ল বিশ্বৰ সকলোতকৈ ডাঙৰ সাপৰ জীৱাশ্ম

ভাৰতৰ গুজৰাটত সন্ধান পোৱা গ’ল বৃহদাকায় এক সাপৰ জীৱাশ্মৰ৷ আৱিষ্কৃত এই সাপৰ জীৱাশ্মৰ দৈৰ্ঘ্য প্ৰায় ৫০ ফুট আৰু ইয়াৰ ওজন কমেও এক...

তেল মালিচেৰে শৰীৰক কিদৰে সুস্থ-শক্তিশালী কৰিব

অভ্যংগ অৰ্থাৎ শৰীৰক গৰম তেলেৰে মালিচ কৰাটো এক প্ৰাচীন আয়ুৰ্বেদিক পদ্ধতি৷ বিশেষকৈ ঠাণ্ডা দিনত যেতিয়া আমাৰ শৰীৰৰ অংগসমূহ জথৰ হৈ থাকে, তেতিয়া...