Home Diet Plus

Diet Plus

শৰীৰত কেলচিয়ামৰ অভাৱ হ’লে এই লক্ষণবোৰৰ পৰাই বুজিব

মানৱ শৰীৰ সুস্থ আৰু নিৰোগী কৰি ৰাখিবলৈ প্ৰ’টিন, ভিটামিন, কাৰ্বহাইড্ৰেট, ফেট আদি খাদ্যত থকাটো অতি গুৰুত্বপূৰ্ণ, ঠিক একেদৰে...

জিমলৈ গ’লে সদায় এইবোৰৰ পৰা আঁতৰত থাকিব

আজিকালি সকলোৱে ওজন কমাই শৰীৰ ফিট কৰি ৰখাটোত গুৰুত্ব প্ৰদান কৰিছে৷ ওজন কমাই শৰীৰটো ফিট ৰখাটো সকলোৰে বাবে এটা চেলেঞ্জ হৈছে৷ ঘৰতে...

ৰন্ধা খাদ্য ফ্ৰীজত ৰখা উচিতনে? কাৰণ জানো আহক

বজাৰৰ পৰা কিনি অনা শাক-পাচলি বহুদিনলৈ নষ্ট নোহোৱাকৈ ৰাখিবলৈ ফ্ৰীজত ৰখা হয়৷ এইদৰে পাচলি ফ্ৰীজত ৰাখিলে বহুদিনলৈ নষ্ট...

মহিলাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভিটামিনে কিধৰণে ভূমিকা লয়

প্ৰতিগৰাকী নাৰীয়ে নিজস্ব শৈলীৰে সৌন্দৰ্যৰ প্ৰতি গুৰুত্ব আৰোপ কৰে৷ ব্যস্ত সময়ত বহুখিনি কৰ্মব্যস্ততাৰ মাজতে সকলোবোৰ নিয়াৰিকৈ সজাই তুলিব...

অনিদ্ৰাত ভুগিছে নেকি? ততালিকে লওক এই ব্যৱস্থা

টোপনি শৰীৰৰ বাবে খুব দৰকাৰী৷ টোপনি ভাল নহ’লে শৰীৰৰ ইয়াৰ যথেষ্ট প্ৰভাৱ পৰে৷ ৰাতি টোপনি ভাল নোহোৱাৰ ফলত...

বিবাহিত পুৰুষে লং খাওক আঁৰত আছে বহু কাৰণ

লং মছলাজাতীয় খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়৷ স্বাস্থ্যৰক্ষাত লঙে কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷ বিশেষকৈ পুৰুষৰ স্বাস্থ্যৰ বাবে লং...

শিশুৰ স্মৃতিশক্তি বঢ়াবলৈ এইবোৰ খাদ্য নিয়মিতভাৱে খুৱাওক

শিশু অৱস্থা বা শিশুকালত আপোনাৰ সন্তানক পুষ্টিকৰ খাদ্য খুওৱাটো অত্যন্ত দৰকাৰ৷ কিয়নো এই সময়খিনিত শিশু এটিৰ পুষ্টিকৰ খাদ্য...

খালী পেটত কুহুমীয়া পানী সেৱন কৰিলে কি পাব আচৰিত লাভ ?

আপুনি যদি সুস্থ থাকিব বিচাৰে, তেন্তে প্ৰতিদিনে পুৱা টোপনিৰ পৰা উঠিয়েই এগিলাচ পানী সেৱন কৰক৷ চিকিৎসকেও খালী পেটত...

শিশুক সোনকালে টোপনি নিয়াবলৈ কি কৰিব ?

ভাল টোপনিয়ে আমাৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে৷ এজন প্ৰাপ্তবয়স্ক লোকৰ বাবে দৈনিক আঠ ঘণ্টা শোৱাটো অতি আৱশ্যক৷ কিন্তু কম...

স্মৃতিশক্তি লোপ পাইছে নেকি ? লওক এই তিনিটা উপায়

আমাৰ বহুতৰে গুৰুত্বপূৰ্ণ বিষয়, সামগ্ৰী বা বস্তু ৰাখি থৈ পাছত পাহৰি যোৱাটো সকলোৰে ক্ষেত্ৰতে হয়৷ কোনো গুৰুত্বপূৰ্ণ নথি-পত্ৰ,...

সাৱধান ! এই পাচবিধ পাচলিয়ে তেজত ইউৰিক এচিড বঢ়াব পাৰে

বৰ্তমান ডায়েবেটিছ, হাইপাৰটেনশ্যনৰ লেখীয়াকৈ ইউৰিক এচিডৰ সমস্যাও জটিল সমস্যাত পৰিণত হৈছে৷ অসমতুল জীৱন-যাপন, অনিয়মীয়া খাদ্যাভ্যাস, শৰীৰৰ বিভিন্ন সমস্যাৰ...

তামৰ পাত্ৰত পানী খাওক পাব আচৰিত লাভ

অসমীয়া সমাজত জলপান খোৱাৰ তামৰ পাত্ৰৰ ব্যৱহাৰ বহু আগৰে পৰা চলি আহিছে৷ প্ৰাচীন কালত ঋষি-মুনিসকলে খাদ্য ৰন্ধা, খোৱাত...

Most Read

আলুৰ বাকলিত লুকাই আছে একাধিক উপকাৰী গুণ

খাদ্য হিচাপে গ্ৰহণ কৰাৰ সময়ত আলুক বীজটোৰ পৰা বাকলি গুচাই দিহে ব্যঞ্জন হিচাপে ব্যৱহাৰ কৰোঁ৷ প্ৰায়ভাগ লোকেই আলুৰ...

ঘৰুৱা পদ্ধতিৰে সহজে পৰিষ্কাৰ কৰক কাণৰ ময়লা

কাণৰ খোল বা ময়লাক চিকিৎসা বিজ্ঞানৰ ভাষাত চেৰুমেন বুলি কোৱা হয়৷ এই চেৰুমেনে কৰ্ণকূহৰৰ ছালখনৰ সুস্বাস্থ্য বজাই ৰখাৰ...

এই মাহত ম্যাদ শেষ হ’ব খাদ্য নিৰাপত্তা আঁচনিৰ

কেন্দ্ৰই প্ৰৱৰ্তন কৰা খাদ্য নিৰাপত্তা আঁচনিখনৰ ম্যাদ এই মাহত শেষ হ’ব৷ বিনামূলীয়া খাদ্য যোগানৰ এই আঁচনিখনৰ ম্যাদ পুনৰ...

উপ-ৰাষ্ট্ৰীয় পলিঅ’ প্ৰতিষেধক প্ৰদান অভিযানৰ উদ্বোধন স্বাস্থ্য মন্ত্ৰীৰ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই মৰিগাঁও জিলাৰ ভূৰবন্ধা এম ভি স্কুলত উপস্থিত হৈ উপ-ৰাষ্ট্ৰীয় পলিঅ’ প্ৰতিষেধক...