Home Health Talks

Health Talks

[rev_slider alias=”ad-slider-1″]

এঘণ্টা প্ৰস্ৰাৱ ধৰি ৰখাৰ পৰিণাম কি হ’ব পাৰে

বহুতেই কৰ্মক্ষেত্ৰত কামৰ হেঁচা, শিক্ষা প্ৰতিষ্ঠানত ক্লাছৰ বোজা অথবা দূৰলৈ যাত্ৰা কৰাৰ সময়ত প্ৰস্ৰাৱ ধৰি ৰাখে৷ প্ৰস্ৰাৱ ধৰি ৰখা বা চেপি...

প্ৰথমবাৰৰ বাবে মানৱদেহত সফল মস্তিষ্ক প্ৰতিস্থাপন

প্ৰথমবাৰৰ বাবে মানৱ মস্তিষ্কৰ সফলভাৱে প্ৰতিস্থাপন বা ইমপ্লেণ্ট কৰা হ’ল যুক্তৰাষ্ট˜ৰ নিউৰোটেক ষ্টাৰ্টআপ পেৰাড্ৰমিকছে৷ প্ৰায় তিনি বছৰ ধৰি জন্তুৰ দেহত চলোৱা গৱেষণাৰ...

আদা দিয়া গাখীৰ খালে কিধৰণৰ উপকাৰ পাব

আদা দিয়া চাহ আপুনি নি(য় খাই পাইছে৷ মূৰৰ বিষত, জ্বৰ, কাহ, চৰ্দি আদিত আদা দিয়া চাহকাপে যথেষ্ট আৰাম দিয়ে৷ পিছে আপুনি...

টোপনি উন্নত, ষ্ট্ৰেচ কমাবলৈ এইদৰে লওক ভৰিৰ যতন

ৰাতি টোপনিৰ সমস্যা, মানসিক দুঃচিন্তা, ষ্ট্ৰেচ আদি কমাই ৰাখিবলৈ শোৱাৰ আগতে ভৰি দুখনৰ তলুৱাত তেল মালিচ কৰাৰ অভ্যাস কৰক৷ অনেকাংশই এই সমস্যাৰ...

ফেটি লিভাৰৰ নিৰ্মূলৰ বাবে এই পাঁচটি পৰামৰ্শ

আধুনিক জীৱন যাত্ৰাত বহুতেই কম-বেছি পৰিমাণে ফেটি লিভাৰত আক্ৰান্ত হয়৷ যকৃতত যদি অতিৰিক্ত পৰিমাণৰ মেদ জমা হ’বলৈ আৰম্ভ কৰে, তেনেহ’লে ছিৰোছিছ,...

দাঁতৰ গুৰিৰ পৰা তেজ ওলালে কি কৰিব?

সাধাৰণতে আমাৰ দাঁত ব্ৰাছ কৰিলে বহুতৰে দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা দেখা যায়৷ আমি প্ৰায়ে এনে হ’লে হেয় জ্ঞান কৰোঁ৷ কোনোধৰণৰ ব্যৱস্থা...

এই পানীয়ৰ আছে বহুতো উপকাৰী গুণাগুণ

পুৱা উঠিয়েই একাপ গৰম পানী লৈ তাত অলপ আদা আৰু নেমুৰ ৰস মিহলাই এবিধ পানীয় প্ৰস্তুত কৰিব৷ এই পানীয় সদায় পুৱা...

পুষ্টিগুণেৰে ভৰপূৰ গাজৰৰ উপকাৰিতা কিছু জানো আহক

শীতকালৰ পাচলি হিচাপে গাজৰ উৎকৃষ্ট৷ পুষ্টিগুণেৰে সমৃদ্ধ গাজৰ কেঁচা চালাড কৰি বা ৰান্ধি দুইধৰণেই খোৱা হয়৷ বিভিন্ন প্ৰয়োজনীয় উপাদানেৰে সমৃদ্ধ গাজৰ...

দিনৰ কোন সময়ত আম খোৱা স্বাস্থ্য উপযোগী

সুস্বাদু বতৰৰ আম খাবলৈ সকলোৱে ভাল পায়৷ আনহাতে ইয়াৰ উপকাৰো আছে যথেষ্ট৷ ফলৰ ৰজা আম এইকেইদিন সহজলভ্যৰ লগতে সকলোৰে ঘৰতে মজুত থাকে৷...

মাহত দুবাৰ ঋতুস্ৰাৱ! স্বাভাৱিক নে কোনো ৰোগৰ লক্ষণ

মহিলাসকলৰ দুই ঋতুস্ৰাৱৰ মাজৰ ব্যৱধান সাধাৰণতে ২৮ দিনৰ পৰা ৩৬ দিন হয়৷ যদি ঋতুচক্ৰ অনিয়মিত হৈ যায়, তেনেহ’লে মাহৰ ভিতৰতে দুবাৰ...

কিডনীৰ ৰক্ষাকৱচ এই দাইলৰ পানী

এই দাইলে অকল কিডনীৰ পাথৰৰ যন্ত্ৰণা উপশম নকৰে, বৰং কিডনীৰ পাথৰ প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা বাহিৰ কৰি দিব পাৰে৷ দিনক দিনে...

শোৱাৰ সময়ত পেশী টানি ধৰাৰ কাৰণ জানেনে?

ৰাতি শুই থকাক সময়ত বহতেই পেশী টানি ধৰা বা কোঁচ খোৱা সমস্যাত ভোগে৷ কেতিয়াবা শুই থাকোঁতেই ভৰি বা হাতৰ পেশী টানি...

Most Read

এইবোৰ টিপছ ল’লে ৰ’দত ওলালেও হিমশীতল থাকিব ছাল

গৰমৰ দিনকেইটাত প্ৰখৰ ৰ’দত মানুহে ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈকে ভয় কৰে৷ এৰাব নোৱৰা কামত কেতিয়াবা ওলালেও হাত, মুখ সূৰ্যৰ তাপত ক’লা...

খোৱাৰ উপযোগী এই তেলে হৃদৰোগ সম্ভাৱনা কমায়

আপোনাৰ খোৱা খাদ্যই যাতে স্বাস্থ্যৰ একো ক্ষতি নকৰে, তাক নিশ্চিত কৰিবলৈ সঠিক ভোজ্য তেল নিৰ্বাচন কৰাটো খুবেই গুৰুত্বপূৰ্ণ৷ পুষ্টি বিশেষজ্ঞই জনোৱা মতে...

কেঞ্চাৰৰ ফাৰ্ষ্ট ষ্টেজত শৰীৰত প্ৰথমে দেখা দিয়ে এই লক্ষণে

সমগ্ৰ বিশ্বতে কেঞ্চাৰে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ এই ৰোগৰ প্ৰাদুৰ্ভাৱ ইমানেই বাঢ়িছে যে কেঞ্চাৰৰ নাম শুনিলেই সকলোৱে আতংকিত হৈ পৰে৷ কেঞ্চাৰ...

কালজিৰাই ৰোধ কৰে অকালতে চুলি সৰা সমস্যা

বিভিন্ন কাৰণ যেনে– বায়ুৰ প্ৰদূষণ, ধূলি-মাকতি, অযত্নপালিত চুলি, দূষিত পানী আদি কাৰণত আজিকালি প্ৰায় সকলোৰে ক্ষেত্ৰত চুলি সৰাটো এটা প্ৰধান সমস্যা...