Home Women's Health

Women's Health

[rev_slider alias=”ad-slider-1″]

ভিটামিন-ই কেপছুলৰ আছেযৌৱন ধৰি ৰখাৰ মন্ত্ৰ

সুন্দৰ হ’বলৈ কোনেনো হাবিয়াস নকৰে৷ সেয়ে সুন্দৰ, দেখনিয়াৰ হ’বলৈ বিশেষকৈ মুখৰ সৌন্দৰ্যতা বঢ়াবলৈ বিভিন্ন নামী-দামী প্ৰডাক্ট, ক্ৰিম আদি ব্যৱহাৰ কৰে৷ এইদৰে বহু...

আনৰ মেকআপ কিট শ্বেয়াৰ কৰিলেহ’ব পাৰে ছালৰ এই সমস্যা

কোনো অনুষ্ঠানেই হওক বা উৎসৱ-পাৰ্বণ, বিয়া-বাৰু আদিত যেতিয়া মেকআপৰ কথা আহে, তেতিয়া মহিলাসকলৰ মাজত ইয়াক লৈ প্ৰতিযোগিতা আৰম্ভ হয়– মেকআপ কৰি কোনে...

অকাৰণত এডালো চুলি নসৰিবলৈএলোভেৰাৰ সৈতে এইবিধ লগাওক

চুলিৰ যত্নত এলোভেৰা জেলে খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ চুলি সৰা বন্ধ কৰা, স্কাল্পৰ আৰ্দ্ৰতা ধৰি ৰখাত এলোভেৰা...

পুৰুষতকৈ মহিলাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী

আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতাৰ বিষয়ে এতিয়া সকলোৱে জানে৷ ক’ভিড-১৯ মহামাৰীৰ সময়ত সকলোৱে নিজৰ ৰোগ প্ৰতিৰোধী প্ৰণালীৰ প্ৰতি সচেতন হৈ পৰিছিল৷ কিন্তু...

শুষ্ক, ৰ’দে পোৰা হাতৰ যত্ন ল’বলৈঘৰুৱাভাৱে প্ৰস্তুত কৰক এই ৫ স্ক্ৰাব

দিনটোৰ কাম-কাজ সামৰি ঘৰ সোমাওঁতে ভাগৰ-ক্নান্তি যিমানে লাগক কিয়, মুখৰ যত্ন লোৱাৰ ক্ষেত্ৰত অলপো কাৰ্পণ্য নকৰে, বিশেষকৈ মহিলাসকলে৷ মুখত লগা ধূলি বালি...

উত্তৰ-পূবৰ ৫৬ শতাংশ মহিলাইভোগে ঋতুজনিত সমস্যাত

মহিলাসকলৰ ক্ষেত্ৰত মাহেকীয়া বা ঋতুকালীন সময় এটা দৈহিকভাৱে হোৱা হৰমনজনিত কাৰ্য৷ এটা নিৰ্দিষ্ট বয়সৰ পাছত মহিলাসকলৰ এই প্ৰক্ৰিয়াটো...

মহিলাৰ পিৰিয়ডৰ সমস্যাতনিয়মিত এই পানীয় খাওক

মহিলাসকলৰ পিৰিয়ড বন্ধৰ সমস্যাটে এটা স্বাভাৱিক প্ৰক্ৰিয়া আৰু এটা নিৰ্দিষ্ট সময়ত পাছত পিৰিয়ডৰ এই প্ৰক্ৰিয়াটো নোহোৱা হৈ যায়৷ কিন্তু ঋতুস্ৰাৱ চলাকালীন সময়ত...

মুখৰ বলিৰেখাৰ সমস্যাৰপৰিত্ৰাণৰ উপায় কি?

বয়স বৃদ্ধিৰ লগে লগে মুখত বলিৰেখা পৰাটো এক স্বাভাৱিক প্ৰক্ৰিয়া৷ কিন্তু প্ৰায়ক্ষেত্ৰতে দেখা যায় যে বয়স কম থাকোতেই...

চুলিৰ স্বাস্থ্য ভালে ৰাখিবলৈজবা ফুল কিদৰে লগাব

প্ৰাচীন কালৰে পৰা জবা ফুল বা জবা ফুলৰ পাত চুলিৰ যতনৰ ব্যৱহাৰ হৈ আহিছে৷ জবা ফুলৰ পাত পিচি...

ঘৰুৱাভাৱে কিদৰে তৈয়াৰ কৰিব মুলতানি মাটিৰ ফেচপেক

বহু প্ৰাচীন কালৰে পৰা মুলতানী মাটি ৰূপচৰ্চাত ব্যৱহাৰ কৰি অহা হৈছে৷ মুলতানী মাটিৰে তৈয়াৰী ফেচপেকে অসাধাৰণ কাম কৰে৷...

মহিলাসকলৰ খাদ্য তালিকাত এইকেইবিধ খাদ্য থকাটো ভাল

আমাৰ খোৱাৰ যত্ন লোৱাৰ কথা প্ৰায় চৰ্চা কৰা হয় যদিও কেতিয়াবা এই দিশটোৰ প্ৰতি কমকৈ নজৰ দিয়া হয়৷...

বগা ছাল পাবলৈ ঘৰতে প্ৰস্তুত কৰক এই ফেচপেক

এখন উজ্জ্বল, সতেজ ছালৰ অধিকাৰী হ’বলৈ সকলোৱে বাঞ্ছা কৰে৷ ছালখন যত্নৰ বাবে কোনেও অকণো অৱহেলা নকৰে৷ ছোৱালীবোৰে ছালৰ যত্নৰ বাবে দৈনিক বিউটি...

Most Read

একেলগে জন্ম দিলে ছটা সন্তান : ক’ত ?

এটা-দুটা নহয়, একে সময়তে একেলগে ছটা সন্তানৰ জন্ম দিলে পাকিস্তানী এগৰাকী মহিলাই৷ ডনৰ এক প্ৰতিবেদন অনুয়াযী বিগত ১৯ এপ্ৰিলত চাৰি পুত্ৰ আৰু...

বিলাহীৰ এই অংশ বিষতুল্য খালে হ’ব পাৰে বিপদ

বিলাহী পুষ্টিৰে ভৰপূৰ এবিধ পাচলি আৰু ইয়াক আমি চবজি হিচাপে ব্যৱহাৰ কৰোঁ৷ বিলাহীৰ সৈতে মাছৰ জোলখন সকলোৰে প্ৰিয় খাদ্য৷ ইয়াৰ উপৰি বিলাহী...

খাদ্যাভ্যাসৰ আয়ুৰ্বেদিক নীতি নিৰ্দেশনা

ডাঃ দুলুমনি কলিতাআয়ুৰ্বেদিক মেডিচিন বিশেষজ্ঞফোনঃ ৭৮৯৬২৪৬০০১ প্ৰখ্যাত বিজ্ঞানী, চিকিৎসক তথা লেখক ডাঃ মাৰ্ক হাইমেনে কৈছে - "Food is not...

পতঞ্জলিৰ ১৪বিধ সামগ্ৰী নিষিদ্ধ ঘোষণা : ক’ত?

জনপ্ৰিয়তাৰ শীৰ্ষত থকা পতঞ্জলিৰ কিছু সামগ্ৰী নিষিদ্ধ কৰিছে উত্তৰাখণ্ড চৰকাৰে৷ পতঞ্জলিক লৈ এইবাৰ কঠোৰ হৈছে উত্তৰাখণ্ড চৰকাৰ৷ বাবা ৰামদেৱৰ দিব্যা ফাৰ্মাচীৰ ১৪বিধ...