Health Plus

3843 POSTS0 COMMENTS
http://newshealthplus.com

এইবোৰ ভুলৰ বাবে বহু চেষ্টা কৰিলেও কাহ নকমে

মূলতঃ দুৰ্বল ইমিউনিটিৰ কাৰণে বতৰৰ পৰিৱৰ্তন হোৱাৰ লগে লগে কাহ, চৰ্দি, জ্বৰ আদিৰ প্ৰাদুৰ্ভাৱ বাঢ়ে৷ এনে অৱস্থাত ঔষধ-পথ্য খোৱাৰ পাছত জ্বৰ, চৰ্দি...

ভূগৰ্ভত তলত বিশেষ বস্তুৰ সন্ধান পালে বিজ্ঞানীয়ে

এই আৱিষ্কাৰে পৃথিৱী সম্বন্ধে থকা ধাৰণা সলনি কৰিব পাৰে৷ ভূগৰ্ভৰ তলত এক অনন্য বস্তুৰ খোজ মিলিছে বিজ্ঞানীৰ৷ যি পৃথিৱীৰ ওপৰত থকা যিবোৰ...

কোন ব্লাড গ্ৰুপৰ লোকৰ হৃদৰোগৰ সম্ভাৱনা বেছি ?

এজন মানুহৰ তেজে তেওঁৰ শৰীৰ সম্পৰ্কে বহু কথাই ক’ব পাৰে৷ অৰ্থাৎ তেজৰ লগত মানুহজনৰ শৰীৰৰ সকলো কামৰে সম্পৰ্ক...

FSSAI-ৰ মল্টভিত্তিক পানীয়ত হে’ল্‌থ ড্ৰিংক লেবেলত নিষেধাজ্ঞা

আজিকালি বজাৰত সহজে বিভিন্ন প্ৰকাৰৰ মল্টভিত্তিক পানীয় তথা এনাৰ্জেটিক পানীয় পোৱা যায়৷ শৰীৰক এনাৰ্জি দিবৰ বাবে বহুতেই এইবোৰেই সেৱন কৰে৷ কিন্তু এইবোৰৰ...

দহ বছৰৰ ভিতৰত উত্তৰ মেৰুত নোহোৱা হ’ব বৰফ!

দহ বছৰৰ ভিতৰত বিশ্ব গভীৰ সংকটৰ সন্মুখীন হোৱাৰ আশংকা কৰা হৈছে৷ বিজ্ঞানীসকলে কৰা এটা অধ্যয়নৰ পৰা কোৱা হৈছে যে অহা দহ বছৰৰ...

বেঙেনা খালে পাব এই সাতটা শাৰীৰিক উপকাৰ

কেতিয়াবা বেঙেনা ভাজি, কেতিয়াবা বেঙেনা পোৰা অথবা ৰুটী খোৱাৰ সময়ত তৰকাৰী নহ’লে বেঙেনাকে ভৰসা কৰা হয়৷ এইদৰে বিভিন্ন পদ্ধতিৰে খোৱাৰ বেঙেনাৰ খাদ্য...

মুখৰ ঘাৰ পৰা মুক্তি পাবলৈ এইবোৰ উপায়

বছৰৰ বিভিন্ন সময়ত বহুতৰে মুখত ঘা হোৱা দেখা যায়৷ ওঠঁৰ কাষত বা জিভাৰ দুয়োকাষে সৰু সৰু গুটিৰ দৰে ফুলি উঠে৷ ওঁঠৰ ঘা...

এক্কেবাৰে বাপেকৰ দৰে! বাপেকৰ এই পাঁচগুণ পায় সন্তানে

সন্তানৰ বুদ্ধি বৃত্তি, স্বভাৱ-চৰিত্ৰ, আচাৰ-ব্যৱহাৰ, গাৰ বৰণ, খোজ-কাটল, খোৱ-বোৱাৰ, কথা কোৱাৰ ধৰণ, দেহৰ অৱয়ৱ, ওখ-চাপৰ আদি মাক-বাপেকৰ লগত সন্তানৰ বহু ক্ষেত্ৰত যথেষ্ট...

মহিলাসকলে এইকেইটা যৌনাংগৰ সমস্যা উপেক্ষা নকৰিব ?

সকলো মহিলাই কম-বেছি পৰিমাণে যোনিৰ স্বাস্থ্য সম্বন্ধীয় সমস্যাত ভোগে৷ এই সমস্যাবোৰ কমতে ঠিক কৰিবলৈ চিকিৎসকৰ পৰামৰ্শ লোৱা অতি...

গৱেষণা : ধূমপানে মস্তিষ্ক সংকুচিত কৰে

ধূমপানে কেৱল হৎপিণ্ড আৰু হাওঁফাওঁৰে ক্ষতি নকৰে, মানুহৰ মগজুৰো ক্ষতি কৰে৷ শেহতীয়াকৈ কৰা এটা অধ্যয়নৰ পৰা এই কথা জানিব পৰা গৈছে৷ বায়’লজিকেল...

TOP AUTHORS

Most Read

চিলিত স্থাপন কৰা হৈছে বিশ্বৰ সৰ্ববৃহৎ কেমেৰা

উত্তৰ চিলিৰ মৰুভূমিত থকা পাহাৰৰ ওপৰত ভালেমান ডিস্ক তথা দূৰবীণ আছে, যাৰ জৰিয়তে জ্যোতিৰ্বিদসকলে মহাকাশত থকা গ্ৰহ-নক্ষত্ৰবোৰ নিৰীক্ষণ কৰি থাকে৷ সেই স্থানতে...

বাচমতি চাউলক বিশ্বৰ ভিতৰত সকলোতকৈ উত্তম চাউল স্বীকৃতি

টেষ্ট এটলাছ অত্যন্ত জনপ্ৰিয় ফুড আৰু ভ্ৰমণ গাইড হিচাপে পৰিচিত৷ এই সংস্থাটোৱে ভাৰতৰ এবিধ চাউলক বিশ্বৰ সকলোতকৈ উত্তম চাউল হিচাপে স্বীকৃতি দিছে৷...

খালী পেটত আখৰোট খালে কি কি উপকাৰ পাব পাৰি ?

আজিকালি স্বাস্থ্যৰ যতনৰ বাবে বহুতেই DRY FRUITS নিয়মিতভাৱে খোৱাৰ অভ্যাস কৰি লয়৷ ইয়াৰ ভিতৰত আলমণ্ড, আখৰোট, কাজুবাদাম, খেজুৰ, কিচমিচ, বাদাম আদি...

অকস্মাৎ সাপ দেখিলে তৎক্ষণাৎ কি কৰিব ?

সাধাৰণতে মাৰ্চ আৰু এপ্ৰিল মাহ হৈছে সাপৰ প্ৰজননৰ সময়৷ এই সময়ছোৱাত য’তে-ত’তে সাপ ওলাব পাৰে বা আপুনি অকস্মাতে কেতিয়াবা সাপৰ মুখামুখি হ’ব...