Health Plus
4938 POSTS0 COMMENTS
http://newshealthplus.comউত্তৰ-পূবৰ ডায়েলাইছিছচিকিৎসাৰ ওপৰত পৰ্যালোচনা
Health Plus - 0
অসম তথা উত্তৰ- পূৰ্বাঞ্চলত প্ৰধানমন্ত্ৰী নেশ্যনেল ডায়েলাইছিছ প্ৰগ্ৰেম সুকলমে চলিছে৷ অসমৰ ৩৩খন জিলাৰ ভিতৰত ৪খন জিলাতেই এই প্ৰগ্ৰেমৰ...
CMIE-ৰ তথ্য : ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি নিবনুৱাৰ সংখ্যা
Health Plus - 0
ৰাজ্যখনত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে নিবনুৱা লোকৰ সংখ্যা৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ইখনৰ পাছত সিখনকৈ হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰাৰ...
ছাৰ্জাৰী অবিহনে কৰিলে দ্বৈত ভাল্ভ সংস্থাপন : ক’ত?
Health Plus - 0
কাবেৰী হাস্পতাল চেন্নাই-এ এগৰাকী ৮২ বছৰীয়া হৃৎপিণ্ডৰ ভাল্ভৰ বিজুতিত ভুগি থকা ৰোগীক ট্ৰেন্সকেথেটাৰৰ সহায়ত পেচমেকাৰ সংস্থাপন আৰু ছাৰ্জাৰী অবিহনে দ্বৈত ভাল্ভ সংস্থাপন...
সুখবৰ : বিশ্বৰ আগশাৰীৰ দেশলৈ অসমৰ চাহৰ ৰপ্তানি বৃদ্ধি
Health Plus - 0
বিশ্বৰ আগশাৰীৰ কেইবাখনো দেশলৈ অসমৰ চাহৰ ৰপ্তানি বৃদ্ধি পাইছে৷ চলিত বৰ্ষৰ প্ৰথম কালছোৱাত এপ্ৰিলৰ পৰা আগষ্ট পৰ্যন্ত বিগত...
অহা বছৰৰ পৰা সকলো ঔষধতবাৰক’ড বাধ্যতামূলক হ’ব
Health Plus - 0
ভাৰতৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে দেশখনত বিক্ৰী হোৱা ঔষধবোৰত বাৰক’ড বাধ্যতামূলক কৰিছে৷ চৰকাৰে কয় যে এই পদক্ষেপে উৎপাদনৰ পৰা যোগান...
মাছ ৰন্ধাৰ আগতে নিমখ-হালধি কিয় সনা হয় জানেনে ?
Health Plus - 0
মাছ স্বাস্থ্যৰ পক্ষে উপকাৰী৷ মাছত ওমেগা৩ ফেটি এচিড থাকে বাবে শৰীৰৰ বেথা কমায়, আফ্ৰাইটিছত আক্ৰান্তসকলে শীতকালত মাছ খালে...
লাৰ্নিং মডেল উদ্ভাৱন : হৃদৰোগৰ সম্ভাৱনাৰ ১০ বছৰৰ আগতে ভৱিষ্যদ্বাণী কৰিব
Health Plus - 0
সমগ্ৰ পৃথিৱীত মানুহৰ মৃত্যুৰ প্ৰধান কাৰণ হৃদৰোগ৷ বিশ্ব স্বাস্থ্য সংগঠনৰ মতে, প্ৰতিবছৰে কাৰ্ডিঅ’ভাস্কুলাৰ ডিজিজত [চি ভি ডি] ১.৭৯...
ৰাজ্যত প্ৰথমবাৰৰ বাবে হাস্পতালমেনেজমেণ্ট ইনফৰ্মেশ্যন ছিষ্টেম
Health Plus - 0
ৰাজ্যৰ ৯খন চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰতে প্ৰথমবাৰৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ে আৰম্ভ কৰিছে হাস্পতাল মেনেজমেণ্ট ইনফৰ্মেশ্যন ছিষ্টেম৷...
ক’ত হ’ব ২৪ মেগাৱাটউৎপাদনক্ষম নতুন হাইড্ৰ প্ৰকল্প
Health Plus - 0
পশ্চিম কাৰ্বি আংলং জিলাৰ বৰাপানী নৈত এটা ২৪ মেগাৱাট উৎপাদনক্ষম নতুন হাইড্ৰ’ প্ৰকল্প নিৰ্মাণৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত...
অসমৰ চাহক ৰাষ্ট্ৰীয় পানীয় হিচাপে ঘোষণা কৰিবলৈ আহ্বান
Health Plus - 0
অসমৰ চাহক ৰাষ্ট্ৰীয় পানীয় হিচাপে ঘোষণা কৰিবলৈ সংসদৰ মজিয়াত দাবী জনালে সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই৷ ৰাজ্য সভাৰ শূন্য কালত...
Most Read
মানৱ দেহত তৈয়াৰ হৈছে অদৃশ্য শক্তি : জানিলে অবাক হ’ব
জাংক ডি এন এ হ’ল সেই ডি এন এৰ অংশ, যি প্ৰ’টিন তৈয়াৰ কৰাৰ বাবে কোজ নকৰে আৰু যাৰ কাৰ্যকাৰিতা এতিয়াও...
মূত্ৰথলীৰ কেঞ্চাৰ কিয় হয়? ইয়াৰ লক্ষণ আৰু চিকিৎসা
মূত্ৰনলীৰ কেঞ্চাৰ হৈছে মূত্ৰনলীৰ অভ্যন্তৰত অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত কোষ বৃদ্ধিৰ ফলত গঠিত টিউমাৰ, যি লাহে লাহে শৰীৰৰ অন্য অংশলৈও বিয়পি যায়৷...
গৰম পানীৰ সৈতে মৌ সেৱন কৰাটো উচিতনে?
স্বাস্থ্য ৰক্ষাৰ বাবে মৌ অত্যন্ত উপকাৰী৷ মৌত থকা এণ্টিঅক্সিডেণ্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷ সেয়েহে স্বাস্থ্যৰ উপকাৰৰ বাবে মৌ বিভিন্ন প্ৰকাৰে...
মদ্যপান কৰিলে এইবোৰ ঔষধ খোৱা উচিত নহয়
মদ্যপান কৰাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক৷ এনে বহু লোক আছে গোটেই নিশা পাৰ্টিত মদ্যপান কৰে৷ মদ্যপান কৰাৰ পাছতহে মনত পৰিল যে তেওঁৰ...