Health Plus

Health Plus
2329 POSTS0 COMMENTS
http://newshealthplus.com

ভাৰতৰ কোৰোনা সংবাদ

২৮ অাগষ্ট, ২০২০, স্বাস্থ্যবাৰ্তাঃ নমুনা সংগ্ৰহৰ হাৰ যিমানে বৃদ্ধি কৰা হৈছে, ক’ৰোনাত আক্ৰান্তৰ সংখ্যাও তদ্ৰূপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

প্ৰয়াত অৰ্চনা মহন্তৰ পৰিয়াললৈ অমিত শ্বাহৰ শোক বাৰ্তা

২৮  আগষ্ট, ২০২০, স্বাস্থ্যবাৰ্তাঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ১৭ আগষ্টৰ ৰাতি প্ৰায় ২ বজাত নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি কৰোৱা হৈছিল।...

এইবাৰ বজাৰলৈ নতুন মাল্টি মাস্ক

২৮ আগষ্ট, ২০২০, স্বাস্থ্যবাৰ্তাঃ ক'ৰোনাৰ সাম্ভাৱ্য সংক্ৰমণ প্ৰতিৰোধৰ বাবে বিশ্বজুৰি সকলোৰে বাবে মাস্ক এতিয়া এক অপৰিহাৰ্য অংগ হৈ পৰিছে। কিন্তু ক'ৰোনা সংক্ৰমণত...

অসমৰ কোৰোনা বাৰ্তা…

২৭ আগষ্ট, স্বাস্থ্যবাৰ্তাঃ বিগত ২০১৯ বৰ্ষৰ নৱেম্বৰ-ডিচেম্বৰ মাহত চীনদেশৰ হুৱেই প্ৰদেশৰ য়ুহান চহৰৰ পৰা বিশ্বব্যাপ্ত ক'ৰোনা ভাইৰাচে লক্ষাধিক লোকৰ প্ৰাণ কাঢ়ি এক ...

সুকন্ঠী গায়িকা অৰ্চনা মহন্তৰ দেহাৱসান

২৭ আগষ্ট, ২০২০, স্বাস্থ্যবাৰ্তাঃ সুকণ্ঠী গায়িকা অৰ্চনা মহন্তৰ অলপ আগতে দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি তেওঁ‌ শাৰীৰিক অসুস্থতাৰ হেতু হে'লথ্ চিটি হাস্পাতালত চিকিৎসাধীন...

চীনত আকৌ ন ৰূপত কোৰোনা

২৭ আগষ্ট, স্বাস্থ্যবাৰ্তাঃ চীনৰ হংকং চহৰত পুনৰ এজন লোক ক'ৰোনা প'জিটিভ বুলি ধৰা পৰিছে। এবাৰ ক'ৰোনা হৈ সুস্থ হোৱাৰ ১৪২ দিনৰ পিছত...

কেনে আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ?

২৭ আগষ্ট, ২০২০, স্বাস্থ্যবাৰ্তাঃ  যোৱা ২৫ আগষ্টৰ পৰা ক'ৰোনাত আক্ৰান্ত হৈ থকা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে যোৱা কালি নিজৰ টুইটাৰ একাউণ্টযোগে...

ভাৰতত আজিৰে পৰা আৰম্ভ কোৰোনাৰ পৰীক্ষামুলক ছিটাকৰণ। ইছ্ছ্যুক ব্যক্তিয়ে অনলাইন যোগে কৰিব পাৰিব আবেদন

২৪ আগষ্ট, ২০২০, স্বাস্থ্যবাৰ্তাঃ ক'ৰোনা সংক্ৰান্তীয় আন এক ভাল খবৰ।  ভাৰতত আজিৰে পৰা আৰম্ভ হ'ব পৰীক্ষামূলক ছিটা প্ৰদান প্ৰক্ৰিয়া। উল্লেখ্য যে ছেৰাম...

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আক্ৰান্ত কোৰোনাত ?

২৬ আগষ্ট, ২০২০, স্বাস্থ্যবাৰ্তাঃ  অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ক'ৰোনা আক্ৰান্ত বুলি জানিব পৰা গৈছে। কালি কৰা পৰীক্ষাত তেওঁ‌ ক'ৰোনা প'জিটিভ বুলি...

লোকৰ পিঠাৰে কোনে পাতিছে আবতৰীয়া বিহু?

আজি কিছুদিনৰ পৰা দেখা গৈছে যে আমাৰ ফেচবুক একাউণ্ট, স্বাস্থ্য ফেচবুক গ্ৰুপ আৰু  হে'লথ্ প্লাছ নিউজ হে'লথ্ পোৰ্টেলৰ লগতে স্বাস্থ্য-বাৰ্তা, জি এন...

TOP AUTHORS

Most Read

ইথানল উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হ’ব নৰা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে পেট্ৰলৰ সৈতে ইথানল মিহলাই দেশে ৫০ হাজাৰ কোটি টকা বিদেশলৈ যোৱাৰ পৰা...

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ড্ৰন পাইলট প্ৰশিক্ষণ প্ৰতিষ্ঠান উদ্বোধন

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ড্ৰন পাইলট প্ৰশিক্ষণ প্ৰতিষ্ঠান ‘এমট্ৰন ড্ৰন স্কুল’ বৰঝাৰৰ সমীপৱৰ্তী টেক চিটিত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ৰাজ্যৰ...

জীৱনদায়িনী ঔষধৰ দাম পুনৰ বৃদ্ধি

বজাৰত জুই জ্বলিছে৷ নিত্য ব্যৱহাৰ্য প্ৰতিবিধ সামগ্ৰীৰে অভাৱনীয় দাম বৃদ্ধিৰ ফলত সাধাৰণ জনতাৰ মূৰত মাধমাৰ শোধাইছে৷ ইয়াৰ মাজতে...

২০২৪-ৰ ভিতৰত ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যটনৰ দুগুণ বিকাশ হ’ব

ভাৰতৰ পৰা বিদেশগামী ভ্ৰমণ ২০২৪ চনৰ ভিতৰত দুগুণ হ’ব আৰু ইয়াৰ সৈতে জড়িত অৰ্থৰ পৰিমাণ ২৪ বিলিয়ন ডলাৰতকৈও...