[rev_slider alias=”ad-slider-1″]
অত্যধিক মানসিক চাপ হৈছে নেকি?তেন্তে এইবোৰ খাব পাৰে
Health Plus - 0
বিভিন্ন কাৰণত মাজে-সময়ে আমাৰ মন বেয়া লাগি থাকে৷ অফিচ-কাছাৰীৰ কাম, ঘৰুৱা বা পঢ়া-শুনা, পাৰিবাৰিক সমস্যা আদিয়ে মনটোক জুমুৰি দি ধৰে৷ এইদৰে মানসিক...
স্মৃতিশক্তি প্ৰখৰ কৰিবলৈএইবোৰ Dry Fruits খাওক
Health Plus - 0
শুকান ফলত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট পোৱা যায়৷ ফ্ৰী ৰেডিকেল তথা এণ্টিঅক্সিডেণ্টৰ ভাৰসাম্যতাহীনতাৰ কাৰণে এই যৌগবোৰে শৰীৰক অক্সিডেটিভ ষ্ট্ৰেচৰ পৰা ৰক্ষা কৰাত সহায়...
গাখীৰৰ সৈতে এইবোৰখালে বিষতুল্য হয়
Health Plus - 0
নানা পুষ্টিগুণেৰে ভৰপূৰ গাখীৰ আমাৰ শৰীৰৰ বাবে অত্যন্ত উপকাৰী৷ বিশেষকৈ শিশুসকলৰ¸ স্বাস্থ্যৰ বাবে গাখীৰ প্ৰয়োজনীয়৷ শিশুৰ শাৰীৰিক তথা মানসিক বিকাশৰ বাবে গাখীৰৰ...
অত্যধিক চেনি সেৱনেকিদৰে বিপদ ঘটাব পাৰে
Health Plus - 0
যিকোনো মাংগলিক অনুষ্ঠান প্ৰথমে মুখ মিঠা কৰিহে আৰম্ভ কৰা হয়৷ বিবাহ, জন্মদিন, বিভিন্ন পূজা-পাৰ্বণ, সামাজিক অনুষ্ঠান আদিত মিঠাই প্ৰথমেই স্থান পায়৷ পৰীক্ষাত...
ভাত নে ৰুটী? কোনবিধ খাব ! উত্তৰত কি কয় বিশেষজ্ঞই ?
Health Plus - 0
শাৰীৰিক বিভিন্ন অসুবিধা আহিলে চিকিৎসক, পুষ্টিবিদে ভাতৰ সলনি ৰুটী খাবলৈ পৰামৰ্শ দিয়ে৷ আচলতে ভাতৰ সলনি ৰুটী খালে কি লাভালাভ হয়৷ কিয়নো দুয়োটাইতো...
লং : বহু ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধৰ ঢাল
Health Plus - 0
আমাৰ চাৰিওফালে এনে কিছুমান খাদ্য পোৱা যায়, যিয়ে শৰীৰৰ বাবে অত্যন্ত উপকাৰী৷ এইবোৰৰ ভিতৰত হাততে পোৱা লং স্বাস্থ্য ৰক্ষাৰ বাবে উপযোগী এবিধ...
জানেনে কোনবিধ ফল কোন সময়ত খোৱা উচিত ?
Health Plus - 0
দেখাত আকৰ্ষণীয়, ৰঙীন তথা অতি সুস্বাদু ফলবোৰৰ নিজৰ বিশেষত্ব তথা গুণাগুণ আছে৷ কিছুমান ফল যদি চকুৰ কাৰণে উপকাৰী, আন কিছুমান আকৌ ছাল-চুলিৰ...
আপেলৰ কি আছে এনেঅসাধাৰণ গুণ জানো আহক
Health Plus - 0
আপেল সকলোৰে বাবে এবিধ প্ৰিয় ফল৷ ৰঙা চিকচিকীয়া আপেলকেইটা দেখিলে কাৰনো খাবলৈ মন নাযায়৷ খাবলৈ সোৱাদযুক্ত হোৱাৰ লগতে...
ৰন্ধাৰ আগতে দাইল ভিজাইথ’লে পাব আচৰিত লাভ
Health Plus - 0
আমি প্ৰায়ভাগেই দাইল ৰন্ধাৰ আগতে ধুই লওঁ৷ কিন্তু কিমানজনে দাইল গোটেই ৰাতি তিয়াই ৰাখিহে ৰান্ধে? খুব কমসংখ্যক মানুহে...
শীতকালত মধুৰিআম বেছিকৈ খালেএইবোৰ সমস্যা হ’ব পাৰে
Health Plus - 0
মধুৰিআম এবিধ সুস্বাদু তথা শৰীৰৰ বাবে উপকাৰী ফল৷ শৰীৰৰ বিভিন্নধৰণৰ সমস্যাপ পৰা মধুৰিআমে পৰিত্ৰাণ দিব পাৰে৷ শৰীৰ সুস্থ , নিৰোগী কৰি ৰাখিবলৈ...
হৃদৰোগৰ আশংকা কমাবলৈনিয়মিতভাৱে বাদাম খাওক
Health Plus - 0
শীতকালত হৃদৰোগৰ আশংকা বাঢ়ি যায়৷ এই সময়ত বাহিৰৰ ঠাণ্ডা আৱহাৱাৰ কাৰণে ৰক্তনলী সংকুচিত হৈ যায়৷ যাৰ ফলত ৰক্তচাপ বৃদ্ধি হৈ হাৰ্ট এটেকৰ...
হাৰ্ট এটেক হোৱাৰ সম্ভাৱনাশীতকালত কিয় বেছি?
Health Plus - 0
সাধাৰণতে গ্ৰীষ্মকালতকৈ শীতকালত হূদৰোগত আক্ৰান্ত গৈ মৃত্যু হোৱাৰ সম্ভাৱনা প্ৰবল৷ অধিকাংশৰ লোকৰ ক্ষেত্ৰতে ৰাতিপুৱাৰ ভাগত বাথৰূমলৈ গৈ হাৰ্ট...
Most Read
১৫ বছৰৰ গৱেষণাৰ স্বীকৃতি তেজৰ নতুন গ্ৰুপ আৱিষ্কাৰ
তেজৰ নতুন গ্ৰুপৰ সন্ধান পালে বিজ্ঞানীয়ে৷ কেৰিবিয়ান দ্বীপপুঞ্জৰ গুৱাদেলুপৰ এগৰাকী ফৰাচী মহিলা আপাততঃ এই নতুন তেজৰ গ্ৰুপৰ একমাত্ৰ ধাৰক৷ ফ্ৰান্সৰ ৰক্ত সৰবৰাহকাৰী...
ছালত ক’লা দাগে দিব পাৰে ডায়েবেটিছৰ সংকেত
বিশ্বত ডায়েবেটিছ ৰোগ এক মহাব্যাধি হিচাপে চিহ্নিত হৈছে৷ ছাইলেণ্ট কিলাৰ বুলি জনাজাত এই ৰোগৰ প্ৰাদুৰ্ভাৱ দিনক দিনে ভয়াৱহভাৱে বৃদ্ধি পাইছে৷ অনিয়ন্ত্ৰিত খাদ্যাভ্যাস,...
যৌৱন ধৰি ৰাখিবলৈ এইবোৰ খাদ্য গ্ৰহণ কৰক
বয়সৰ চাপ নাইকিয়া কৰিবলৈ নামী-দামী বিভিন্ন ধৰণৰ প্ৰশাধনী সমাগ্ৰী ব্যৱহাৰ কৰা দেখিবলৈ পোৱ যায়৷ কিন্তু এইদৰে বাহ্যিকভাৱে বিভিন্ন উপায়েৰে বয়সৰ চাপ...