Home Diet Plus

Diet Plus

[rev_slider alias=”ad-slider-1″]

কণীৰ কুহুমৰ উপকাৰিতা সন্দৰ্ভত কি কয় পুষ্টিবিদে

উচ্চ প্ৰ’টিনযুক্ত কণী আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী৷ বহুতেই কুহুমৰ কাৰণে কণী খায় আকৌ কিছুমানে কুহুম বাদ দি কণীৰ বগা অংশহে খায়৷...

ছুগাৰ, কলেষ্টৰেল ঠিকেৰাখিবলৈ পকা তেঁতেলী খাওক

হূদৰোগত যিসকলে ভুগিছে, ৰক্ত শৰ্কৰাৰ লৈ যিসকলে চিন্তাত পৰিছে নাইবা শৰীৰৰ কলেষ্টৰেলৰ মাত্ৰা বৃদ্ধিক লৈ যিসকলে দীৰ্ঘদিন দুশ্চিন্তা ভুগিছে, গৱেষকে কৈছে তেনে...

উপকাৰিতাতো সকলোৱে জানেকমলাৰ ক্ষতিকাৰক দিশো আছে

শীতকাল মানেই কমলা টেঙা খোৱাৰ আমোজ৷ শীতকালত পোৱা এইবিধ ফলত চাহিদা তথা জনপ্ৰিয় ফলসমূহৰ ভিতৰত অন্যতম৷ অতি সুস্বাদু ৰসাল কমলা টেঙাৰ গুণাগুণ...

চুজিয়ে স্বাস্থ্যৰ যতনত মেজিকৰ দৰে কাম কৰে

পুৱাৰ জলপান অথবা আবেলি জিৰণিৰ সময়ত ফিকা চাহকাপৰ সৈতে খোৱা তথা মাকে ল’ৰা-ছোৱালীক স্কুলৰ টিফিনত দিবৰ বাবে বিবেচনা কৰা সুস্বাদু খাদ্যৰ ভিতৰত...

দেখিবলৈ অতিকে সুন্দৰ এইফুল যেন সৰ্বৰোগহাৰি

বসন্ত কাল আহিলে লগতে আহে পলাশ৷ পলাশৰ সুন্দৰতাই বসন্ত অহাৰ জাননী দিয়ে৷ এই পলাশ ফুলৰ মাজৰ ৰৈ পখীয়ে সুমধুৰ সংগীত জুৰে৷ প্ৰেমিক-প্ৰেমিকাই...

জিৰাৰ স্বাস্থ্যৰ বাবেভালেমান উপকাৰী গুণ

সকলোৰে পাকঘৰত পোৱা এবিধ মছলা হ’ল জিৰা৷ খাদ্য সুস্বাদু কৰিবলৈ জিৰা ব্যৱহাৰ কৰা হয় যদিও জিৰাৰ স্বাস্থ্যৰ বাবে ভালেমান উপকাৰী গুণ আছে৷...

কেঞ্চাৰ নিৰাময়ৰ সঞ্জীৱনী!ঔষধি গুণৰ ‘খনি’ এই ফুলবিধ

ফুলক সৌন্দৰ্যৰ আকৰ বুলি কোৱা হয়৷ এখন ঘৰ শুৱনি তথা ইয়াৰ সৌন্দৰ্যতা বৃদ্ধিৰ বাবে ঘৰৰ আগত বাগিচা পাতি পৰিপাটিকৈ ৰোৱা ফুলৰ শোভাই...

মুৰী খোৱাৰ আগতে জানকইয়াৰ উপকাৰিতাৰ বিষয়ে

মুৰী এনে এবিধ খাদ্য, যি খাবলৈ কম-বেছি সকলোৱে পচন্দ কৰে৷ সন্ধিয়া আড্ডাত, ৰে’ল যাত্ৰা কৰাৰ সময়ত বেপাৰীয়ে অনা জালমুৰীৰ সোৱাদ ল’বলৈ বহুতৰে...

এইবিধ ফলৰ পাতৰ গুণজানিলে আচৰিত হ’ব

আয়ুৰ্বেদত বিভিন্ন ধৰণৰ গছ অথবা গছৰ নানা অংশ যেনে কাণ্ড, ডাল, পাত, শিপা আদিৰ গুৰুত্ব অপৰিসীম৷ সেইবাবে আয়ুৰ্বেদিক ভেষজৰ কথা ক’লে প্ৰথমেই...

দুশ্চিন্তা দূৰ কৰাৰযাদুকৰী উপায়

মনলৈ দুশ্চিন্তা আহিবলৈ সময়ত প্ৰয়োজন নহয়৷ ইয়াৰ গতি ইমান দ্ৰুত যে মনলৈ অহা এনেধৰণৰ চিন্তা ভৰ সহিবলৈ কঠিন হৈ পৰে৷ আনকি দুশ্চিন্তাৰে...

শীতকালত দমকলৰ পানীগৰম হৈ থকাৰ কাৰণ জানেনে?

হাড় কঁপোৱা শীতকালত পুৱা গা ধোৱাটো সাংঘাতিক কষ্ট কাম হয়৷ প্ৰবল শীতৰ দিনকেইটাত বহুতেই কম্বলৰ তলৰ পৰা বিছনাৰ পৰা উঠি অফিচলৈ হাত-ভৰি...

সাৱধান ! এইবোৰ মাছ গৰ্ভৱতী মাতৃৰ কাৰণে বিষৰ সমান

উচ্ছ প্ৰ’টিনযুক্ত খাদ্যৰ ভিতৰত মাছ অন্যতম সৰ্বোচ্চ৷ মাছত থকা উপাদানে আমাৰ শাৰীৰিক স্বাস্থ্যৰ বিভিন্ন ক্ষেত্ৰত অভূতপূৰ্ব অৰিহণা যোগায়৷ মাছ সকলোৰে প্ৰিয়৷ মাছ...

Most Read

টেপেৰে ঠিকমতে পানী নসৰকাত এচামুচ তেলেই মেজিকৰ কাম কৰিব

কেতিয়াবা ঘৰৰ পানীৰ টেপৰ পৰা টোপটোপকৈ পানী সৰে৷ টেপত আৱৰ্জনা তথা ময়লা জমা হৈ স্তৰৰ সৃষ্টি কৰি পানী অহাত বাধা দিয়ে, যাৰ...

হাতৰ জৰিয়তে জানিব পাৰি ছুগাৰ বঢ়াৰ লক্ষণ

বৰ্তমান সময়ত ডায়েবেটিছ এক জটিল ৰোগ৷ এই ৰোগত আক্ৰান্ত হ’লে মানুহৰ নানাধৰণৰ সমস্যাই দেখা দিয়ে৷ ভাৰতত এই ৰোগত আক্ৰান্তৰ সংখ্যা নিতৌ...

ব্লাড কেঞ্চাৰ নিয়ন্ত্ৰণৰ বাবে ‘ট্ৰ’জান হৰ্ছ’ থেৰাপী

ব্লাড কেঞ্চাৰ ধৰা পৰিলে ৰোগীৰ আতংকৰ শেষ নাথাকে৷ মৃত্যু ভয়ৰ গ্ৰাসে সকলো সময়তে খেদি ফুৰে৷ ব্লাড কেঞ্চাৰ ইমান দ্ৰুতভাৱে সংক্ৰমিত হয় যে...

গাৰ বৰণৰ ওপৰত নিৰ্ভৰ কৰে সূৰ্যালোকত ভিটামিন-ডি শোষণ

ঘণ্টাৰ পাছত ঘণ্টা ধৰি ৰ’দৰ পোহৰ ৰশ্মি বা পোহৰ লগালে ভিটামিন-ডি প্ৰস্তুত হয়নে? উত্তৰত– মুঠেও নহয়৷ ওলোটাই সূৰ্যৰ ৰশ্মিয়ে ছালখনৰ ক্ষতিসাধন কৰি...