Home Women's Health

Women's Health

[rev_slider alias=”ad-slider-1″]

পিৰিয়ডৰ তিনিদিন ছেম্পু নকৰিব ক্ষতিকৰ কাৰণ জানো আহক

পিৰিয়ডৰ সময়ৰ প্ৰথম তিনি দিন ছেম্পু নকৰিব আৰু ইয়াৰ কাৰণ জানিলে হয়তো আপুনি এই ভুল কেতিয়াও নকৰে৷ প্ৰতিগৰাকী...

মহিলাসকলে ঘৰুৱা উপায়েৰে মুখৰ নোম কিদৰে আঁতৰাব ?

মহিলাসকল মুখত নোম গজাটো এটা অস্বস্তিকৰ সমস্যা৷ কেতিয়াবা এনে পৰ্যায় পায়গৈ যে অচিনাকিৰ সন্মুখত মুখৰ নোমৰ সৈতে ওলালে লাজে-অপমানবোধ কৰে৷ গতিকে এনেধৰণৰ...

মহিলাসকলে এইকেইটা যৌনাংগৰ সমস্যা উপেক্ষা নকৰিব ?

সকলো মহিলাই কম-বেছি পৰিমাণে যোনিৰ স্বাস্থ্য সম্বন্ধীয় সমস্যাত ভোগে৷ এই সমস্যাবোৰ কমতে ঠিক কৰিবলৈ চিকিৎসকৰ পৰামৰ্শ লোৱা অতি...

মহিলাসকলে এইকেইটা যৌনাংগৰ সমস্যা উপেক্ষা নকৰিব ?

সকলো মহিলাই কম-বেছি পৰিমাণে যোনিৰ স্বাস্থ্য সম্বন্ধীয় সমস্যাত ভোগে৷ এই সমস্যাবোৰ কমতে ঠিক কৰিবলৈ চিকিৎসকৰ পৰামৰ্শ লোৱা অতি...

এইবোৰ কাৰণত অনিয়মীয়া ঋতুস্ৰাৱৰ সমস্যা হ’ব পাৰে ?

মহিলাসকলৰ ক্ষেত্ৰত অনিয়মীয়া ঋতুস্ৰাৱৰ সমস্যা এটা ভয়াৱহ সমস্যা৷ নিয়মিয়াভাৱে প্ৰতি মাহত পিৰিয়ড নহয়৷ কেতিয়াবা দুমাহ তিনি মাহ মূৰে মূৰে মাহেকীয়া হয়৷ আকৌ...

মহিলাসকলে ৰক্তহীনতাত ভোগাৰ কাৰণ আৰু পৰিত্ৰাণৰ উপায়

শৰীৰত আইৰনৰ অভাৱ বা নাটনি হ’লে তেজত হিমগ্লবিনৰ পৰিমাণ কমি যায়৷ যাৰ ফলত এনিমিয়াৰ দৰে সমস্যাই দেখা দিব পাৰে৷ শ্বাস-প্ৰশ্বাসত কষ্ট পোৱা,...

গৰ্ভাৱস্থাৰ ওজন বৃদ্ধিসম্পৰ্কে এইবোৰ জনা দৰকাৰ

মহিলাসকলৰ ক্ষেত্ৰত গৰ্ভৱতী হোৱা প্ৰক্ৰিয়াটোৱে সুখৰ বতৰা দিয়ে৷ মহিলাসকলে এই পৰ্যায়টো জীৱনৰ আটাইতকৈ মধুৰতম ক্ষণ তথা সুখী জীৱনৰ সাৰ্থক প্ৰতিফলন হিচাপে বিবেচনা...

বন্যাত্বৰ আঁৰত থাকে নেকি যৌন সংক্ৰামক ৰোগ ?

বন্যাত্ব কেৱল দুৰ্ভাগ্যজনকে নহয়, বিভিন্ন ক্ষেত্ৰত ই সামাজিক জীৱনতো বাধাপ্ৰাপ্তিৰ প্ৰাচীৰ হিচাপে থিয় দিয়ে৷ সমাজৰ বিভিন্ন স্তৰৰ লোকে এনে দম্পতীক সন্দেহৰ চকুৰে...

ঘৰুৱা উপায়েৰে উফিনিবাৰণৰ বাবে কি ব্যৱস্থা ল’ব?

শীতকালত ছালৰ যিদৰে বিভিন্ন সমস্যাই দেখা দিয়ে, একেদৰে চুলিৰো ভিন্ন সমস্যাৰ সৃষ্টি হয়৷ এই সময়ছোৱাত চুলি খুব ৰুক্ষ তথা শুষ্ক হয়৷ বায়ুত...

গা ধুবলৈ সময়ৰ অভাৱঘৰতে প্ৰস্তুত কৰক ড্ৰাই ছেম্পু

আজিৰ ব্যস্ততাময় জীৱনত সকলোৱে ৰুটিন মাফিক নিয়মত চলে৷ অৰ্থাৎ ঘড়ী আগতে দৌৰিলেহে দৈনিক কামবোৰ সিজে, নহ’লে, অন্যথা নানা পয়মাল হয়৷ কৰ্মব্যস্ত জীৱন-যাত্ৰা...

ভিটামিন-ই কেপছুলৰ আছেযৌৱন ধৰি ৰখাৰ মন্ত্ৰ

সুন্দৰ হ’বলৈ কোনেনো হাবিয়াস নকৰে৷ সেয়ে সুন্দৰ, দেখনিয়াৰ হ’বলৈ বিশেষকৈ মুখৰ সৌন্দৰ্যতা বঢ়াবলৈ বিভিন্ন নামী-দামী প্ৰডাক্ট, ক্ৰিম আদি ব্যৱহাৰ কৰে৷ এইদৰে বহু...

আনৰ মেকআপ কিট শ্বেয়াৰ কৰিলেহ’ব পাৰে ছালৰ এই সমস্যা

কোনো অনুষ্ঠানেই হওক বা উৎসৱ-পাৰ্বণ, বিয়া-বাৰু আদিত যেতিয়া মেকআপৰ কথা আহে, তেতিয়া মহিলাসকলৰ মাজত ইয়াক লৈ প্ৰতিযোগিতা আৰম্ভ হয়– মেকআপ কৰি কোনে...

Most Read

পুৱা দাঁত ব্ৰাছ কৰাৰ আগেয়ে পানী সেৱন কৰক

এটা সুস্থ জীৱনৰ বাবে দৈনিক জ্জ-জ্জ্ব লিটাৰ পানীৰ আৱশ্যক হয়৷ এই পৰিমাণৰ পানী শৰীৰে নাপালে নানা বিসংগতিয়ে দেখা দিব পাৰে৷ আনহাতে...

কোলন কেঞ্চাৰ প্ৰতিৰোধৰ বাবে এইবোৰ খাদ্য এৰাই চলক

বৰ্তমান কোলন কেঞ্চাৰত আক্ৰান্ত মানুহৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ কেঞ্চাৰৰ এইধৰণৰ সমস্যাৰ সৈতে আছে খাদ্যাভ্যাসৰ এটা ওত্‌পৰোত সম্পৰ্ক৷ গৱেষণাৰ পৰা জনা...

১৬, ১৭, ১৮ অক্টোবৰ, ২০২৫ত জামছেদপুৰত আয়োজিত ইউৰ’লজিকেল ছ’চাইটি অব্‌ ইণ্ডিয়াৰ [পূব মণ্ডল] ৩৪সংখ্যক বাৰ্ষিক সন্মিলনত লাইভ অপাৰেটিং ফেকাল্টি হিচাপে আমন্ত্ৰণ লাভ কৰা কিডনী...

১৬, ১৭, ১৮ অক্টোবৰ, ২০২৫ত জামছেদপুৰত আয়োজিত ইউৰ’লজিকেল ছ’চাইটি অব্‌ ইণ্ডিয়াৰ ৩৪সংখ্যক বাৰ্ষিক সন্মিলনত লাইভ অপাৰেটিং ফেকাল্টি হিচাপে আমন্ত্ৰণ লাভ কৰা...

কোলন কেঞ্চাৰ প্ৰতিৰোধৰ বাবে এইবোৰ খাদ্য এৰাই চলক

বৰ্তমান কোলন কেঞ্চাৰত আক্ৰান্ত মানুহৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ কেঞ্চাৰৰ এইধৰণৰ সমস্যাৰ সৈতে আছে খাদ্যাভ্যাসৰ এটা ওত্‌পৰোত সম্পৰ্ক৷ গৱেষণাৰ পৰা জনা...