Home Women's Health

Women's Health

[rev_slider alias=”ad-slider-1″]

আনৰ মেকআপ কিট শ্বেয়াৰ কৰিলেহ’ব পাৰে ছালৰ এই সমস্যা

কোনো অনুষ্ঠানেই হওক বা উৎসৱ-পাৰ্বণ, বিয়া-বাৰু আদিত যেতিয়া মেকআপৰ কথা আহে, তেতিয়া মহিলাসকলৰ মাজত ইয়াক লৈ প্ৰতিযোগিতা আৰম্ভ হয়– মেকআপ কৰি কোনে...

অকাৰণত এডালো চুলি নসৰিবলৈএলোভেৰাৰ সৈতে এইবিধ লগাওক

চুলিৰ যত্নত এলোভেৰা জেলে খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ চুলি সৰা বন্ধ কৰা, স্কাল্পৰ আৰ্দ্ৰতা ধৰি ৰখাত এলোভেৰা...

পুৰুষতকৈ মহিলাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী

আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতাৰ বিষয়ে এতিয়া সকলোৱে জানে৷ ক’ভিড-১৯ মহামাৰীৰ সময়ত সকলোৱে নিজৰ ৰোগ প্ৰতিৰোধী প্ৰণালীৰ প্ৰতি সচেতন হৈ পৰিছিল৷ কিন্তু...

শুষ্ক, ৰ’দে পোৰা হাতৰ যত্ন ল’বলৈঘৰুৱাভাৱে প্ৰস্তুত কৰক এই ৫ স্ক্ৰাব

দিনটোৰ কাম-কাজ সামৰি ঘৰ সোমাওঁতে ভাগৰ-ক্নান্তি যিমানে লাগক কিয়, মুখৰ যত্ন লোৱাৰ ক্ষেত্ৰত অলপো কাৰ্পণ্য নকৰে, বিশেষকৈ মহিলাসকলে৷ মুখত লগা ধূলি বালি...

উত্তৰ-পূবৰ ৫৬ শতাংশ মহিলাইভোগে ঋতুজনিত সমস্যাত

মহিলাসকলৰ ক্ষেত্ৰত মাহেকীয়া বা ঋতুকালীন সময় এটা দৈহিকভাৱে হোৱা হৰমনজনিত কাৰ্য৷ এটা নিৰ্দিষ্ট বয়সৰ পাছত মহিলাসকলৰ এই প্ৰক্ৰিয়াটো...

মহিলাৰ পিৰিয়ডৰ সমস্যাতনিয়মিত এই পানীয় খাওক

মহিলাসকলৰ পিৰিয়ড বন্ধৰ সমস্যাটে এটা স্বাভাৱিক প্ৰক্ৰিয়া আৰু এটা নিৰ্দিষ্ট সময়ত পাছত পিৰিয়ডৰ এই প্ৰক্ৰিয়াটো নোহোৱা হৈ যায়৷ কিন্তু ঋতুস্ৰাৱ চলাকালীন সময়ত...

মুখৰ বলিৰেখাৰ সমস্যাৰপৰিত্ৰাণৰ উপায় কি?

বয়স বৃদ্ধিৰ লগে লগে মুখত বলিৰেখা পৰাটো এক স্বাভাৱিক প্ৰক্ৰিয়া৷ কিন্তু প্ৰায়ক্ষেত্ৰতে দেখা যায় যে বয়স কম থাকোতেই...

চুলিৰ স্বাস্থ্য ভালে ৰাখিবলৈজবা ফুল কিদৰে লগাব

প্ৰাচীন কালৰে পৰা জবা ফুল বা জবা ফুলৰ পাত চুলিৰ যতনৰ ব্যৱহাৰ হৈ আহিছে৷ জবা ফুলৰ পাত পিচি...

ঘৰুৱাভাৱে কিদৰে তৈয়াৰ কৰিব মুলতানি মাটিৰ ফেচপেক

বহু প্ৰাচীন কালৰে পৰা মুলতানী মাটি ৰূপচৰ্চাত ব্যৱহাৰ কৰি অহা হৈছে৷ মুলতানী মাটিৰে তৈয়াৰী ফেচপেকে অসাধাৰণ কাম কৰে৷...

মহিলাসকলৰ খাদ্য তালিকাত এইকেইবিধ খাদ্য থকাটো ভাল

আমাৰ খোৱাৰ যত্ন লোৱাৰ কথা প্ৰায় চৰ্চা কৰা হয় যদিও কেতিয়াবা এই দিশটোৰ প্ৰতি কমকৈ নজৰ দিয়া হয়৷...

বগা ছাল পাবলৈ ঘৰতে প্ৰস্তুত কৰক এই ফেচপেক

এখন উজ্জ্বল, সতেজ ছালৰ অধিকাৰী হ’বলৈ সকলোৱে বাঞ্ছা কৰে৷ ছালখন যত্নৰ বাবে কোনেও অকণো অৱহেলা নকৰে৷ ছোৱালীবোৰে ছালৰ যত্নৰ বাবে দৈনিক বিউটি...

গৰ্ভজাত শিশুটিৰ আয়ডিনৰ প্ৰয়োজনীয়তা কিমান ?

আয়ডিন হৈছে এনে এবিধ উপাদান, যি আমাৰ শৰীৰৰ বাবে অিত প্ৰয়োজনীয়৷ শৰীৰত আয়ডিনৰ অভাৱ হ’লে বিভিন্ন সমস্যাই দেখা...

Most Read

ফ্ৰোজেন শোল্ডাৰৰ সমস্যা নিৰাময়ৰ বাবে ৰজ্জু কৰ্ষাণাসন কৰক

মন আৰু শৰীৰ উভয়ৰ সুস্বাস্থ্য অটুট ৰাখিবলৈ নিয়মিতভাৱে যোগব্যায়াম কৰাৰ অভ্যাস কৰিব পাৰে৷ কাৰণ শৰীৰ আৰু মন উভয়ৰে বাবে যোগাসন অপৰিহাৰ্য আৰু...

নীৰৱ মৃত্যুৰ কাৰক নিমখ আৰু ট্ৰান্সফেট

অস্বাস্থ্যকৰ খাদ্যাভ্যাস বিশেষকৈ মাত্ৰাধিক পৰিমাণে ট্ৰান্সফেট আৰু নিমখ গ্ৰহণৰ কাৰণে জনগণৰ মাজত উচ্চ ৰক্তচাপজনিত বিভিন্ন অসংক্ৰামক ৰোগৰ সম্ভাৱনা তথা মৃত্যুৰ ক্ৰমবৰ্ধমান হাৰ...

এইবোৰ সমস্যাত বাদাম খোৱা উচিত নহয়

সাধাৰণতে স্বাস্থ্যৰ ক্ষেত্ৰত বাদামে উল্লেখযোগ্য ভূমিকা পালন কৰে৷ শুকান ফলৰ ৰজা হিচাপে বাদামক জনা যায়þ৷ তথাপি আপুনি জানেনে যে বাদাম সকলোৰে বাবে...

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছেনে ?

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছে নেকি? এই কথাটো হয়তো বহুতেই অৱগত নহয় যে পেকেটজাত গাখীৰ মানেইতো পাস্তুৰাইজড৷ অৰ্থাৎ ইয়াক জীৱাণুমুক্ত কৰা৷...