Home Diet Plus

Diet Plus

[rev_slider alias=”ad-slider-1″]

এণ্ড্ৰোপ’জ : পুৰুষৰ ৰজনিবৃত্তি ?

লেখক : ডাঃ নিতুল বৈশ্যজিলা যুৱ কল্যাণ বিষয়া, অসম চৰকাৰফোনঃ ৭৮৯৬২৪৬০০১ আমি সকলোৱে জানো যে ছোৱালী...

ভাত খাই উঠিয়েই এইবোৰকাম কেতিয়াও নকৰিব

বহুতেই ভাত খাই উঠিয়েই নানা কাম ব্যস্ত হৈ পৰে৷ কিন্তু এইটো কৰাটো জানো উচিত৷ জনাটো দৰকাৰ যে ভাত খাই উঠি লগে লগে...

শৰীৰৰ এইবোৰ সমস্যাথাকিলে দৈ বিষৰ সমান

দৈ শৰীৰৰ বাবে উপকাৰী৷ আনহাতে দৈ এবিধ অন্যতম জনপ্ৰিয় ভাৰতীয় খাদ্য হিচাপে বিবেচিত হয়৷ ইয়াত কেলচিয়াম, ভিটামিন-বি২, ভিটামিন-বি১২, পটাচিয়াম, মেগনেচিয়াম আদি পোৱা...

মছলা হিচাপে খোৱা কলাজিৰাৰআছে বিস্ময়কৰ শক্তি

প্ৰাচীন কালৰে পৰা কালজিৰা মানৱদেহৰ নানা ৰোগৰ চিকিৎসাত ব্যৱহাৰ হৈ আহিছে৷ কালজিৰা অকল খাদ্যৰ সোৱাদ বৃদ্ধিতে নহয়, ইয়াৰ বীজৰ পৰা উৎপন্ন হোৱা...

কেঁচা বুটৰ উপকাৰিতাজানিলে আচৰিত হ’ব

বুট আমাৰ সকলোৰে পৰিচিত এবিধ খাদ্য৷ অসমীয়া সমাজত বুটৰ সমাদৰ যথেষ্ট৷ কিয়নো মাংগলিক কাৰ্যত বুটৰ প্ৰসাদ নহ’লে সকলো অসম্পূৰ্ণ৷ বুট প্ৰধানকৈ কেঁচাই...

শীতকালত মূলা খোৱা কিয়আৱশ্যক জানো আহক

শীতকালৰ পাচলিসমূহ ভিতৰত মূলা অন্যতম৷ চবজি বনাই, চালাড বা কেঁচাই মূলা খোৱা হয়৷ মূলাৰ পুষ্টিকৰ উপাদানৰ অভাৱ নাই৷ মূলাত ভিটামিন-এ, ভিটামিন-বি. আইৰন,...

ব্লাড ছুগাৰ নিয়ন্ত্ৰণত ব্ৰহ্মাস্ত্ৰৰদৰে কাম কৰে নহৰুৱে

বৰ্তমান সময়ত ব্লাড ছুগাৰৰ সমস্যা এক ভয়াৱহ ব্যাধি হিচাপে দেখা দিছে৷ প্ৰায়ভাগ লোকে এই ৰোগৰ চিকাৰ হৈছে৷ বিভিন্ন...

কি আটাৰ ৰুটী খালে ব্লাড ছুগাৰ নিয়ন্ত্ৰণত থাকিব ?

ডায়েবেটিছ এনে ৰোগ, যি ৰোগত ৰোগীৰ তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাটো অত্যন্ত দৰকাৰী৷ ব্লাড ছুগাৰত অগ্নাশয়ে ইনছুলিন প্ৰস্তুত...

শীতকালি ছালখনৰ সুৰক্ষাৰ বাবেএইকেইবিধ ছুপাৰ ফুড খাওক

শীত হ’ল ৰুক্ষ ঋতু৷ বায়ুত আদ্ৰৰ্তাৰ পৰিমাণ কমি যোৱা হেতু শীতকালত ছালখন শুকান আৰু ৰক্ষ হৈ পৰে৷ ছালখন প্ৰাণহীন হৈ পৰে৷ কিছু...

ইউৰিক এচিডৰ সমস্যা থাকিলেএইবোৰ খোৱাৰ পৰা বিৰত থাকক

প্ৰয়োজনতকৈ অতিৰিক্ত প্ৰ’টিনজাতীয় খাদ্য খোৱাৰ ফলত তেজত ইউৰিক এচিডৰ পৰিমাণ বাঢ়ে৷ ইয়াৰ ফলত ভৰিৰ বিষ, গোৰোহাত ফুটি উঠা...

কলেষ্টৰেল, কেঞ্চাৰ প্ৰতিৰোধৰবাবে এইবিধ শাক খাওক

সকলো প্ৰকাৰৰ শাকে পুষ্টিগুণেৰে ভৰপূৰ৷ ইয়াৰ ভিতৰত সৰিয়হ শাকো অন্যতম৷ ঔষধি গুণসম্পন্ন সৰিয়হ শাকত নানা উপযোগী দ্ৰব্য, ভিটামিন-কে...

শৰীৰৰ এইবোৰ সমস্যাথাকিলে ফুলকবি নাখাব

শীতকালত উপলব্ধ ফুলকবি এবিধ পুষ্টিকৰ খাদ্য৷ ইয়াত কেলচিয়াম, ফ্লোৰাইড আদি শৰীৰৰ লাগতিয়াল উপাদান পোৱা যায়, যিয়ে হাড় তথা...

Most Read

১৫ বছৰৰ গৱেষণাৰ স্বীকৃতি তেজৰ নতুন গ্ৰুপ আৱিষ্কাৰ

তেজৰ নতুন গ্ৰুপৰ সন্ধান পালে বিজ্ঞানীয়ে৷ কেৰিবিয়ান দ্বীপপুঞ্জৰ গুৱাদেলুপৰ এগৰাকী ফৰাচী মহিলা আপাততঃ এই নতুন তেজৰ গ্ৰুপৰ একমাত্ৰ ধাৰক৷ ফ্ৰান্সৰ ৰক্ত সৰবৰাহকাৰী...

ছালত ক’লা দাগে দিব পাৰে ডায়েবেটিছৰ সংকেত

বিশ্বত ডায়েবেটিছ ৰোগ এক মহাব্যাধি হিচাপে চিহ্নিত হৈছে৷ ছাইলেণ্ট কিলাৰ বুলি জনাজাত এই ৰোগৰ প্ৰাদুৰ্ভাৱ দিনক দিনে ভয়াৱহভাৱে বৃদ্ধি পাইছে৷ অনিয়ন্ত্ৰিত খাদ্যাভ্যাস,...

যৌৱন ধৰি ৰাখিবলৈ এইবোৰ খাদ্য গ্ৰহণ কৰক

বয়সৰ চাপ নাইকিয়া কৰিবলৈ নামী-দামী বিভিন্ন ধৰণৰ প্ৰশাধনী সমাগ্ৰী ব্যৱহাৰ কৰা দেখিবলৈ পোৱ যায়৷ কিন্তু এইদৰে বাহ্যিকভাৱে বিভিন্ন উপায়েৰে বয়সৰ চাপ...