Health Plus

4938 POSTS0 COMMENTS
http://newshealthplus.com

মুখৰ বলিৰেখাৰ সমস্যাৰপৰিত্ৰাণৰ উপায় কি?

বয়স বৃদ্ধিৰ লগে লগে মুখত বলিৰেখা পৰাটো এক স্বাভাৱিক প্ৰক্ৰিয়া৷ কিন্তু প্ৰায়ক্ষেত্ৰতে দেখা যায় যে বয়স কম থাকোতেই...

ৰাজ্যৰ বিদ্যুৎ সংযোগ নথকা অঞ্চলক ছ’লাৰলাইটেৰে পোহৰোৱাৰ পদক্ষেপ চৰকাৰৰ

যিবোৰ ভিতৰুৱা তথা দুৰ্গম অঞ্চলত বিদ্যুৎ সৰবৰাহৰ ব্যৱস্থা এতিয়াও সম্ভৱ হৈ উঠা নাই, সেই এলেকাসমূহো এতিয়া আলোকিত হৈ থাকিব৷ সৌৰ শক্তিৰে ভিতৰুৱা...

অবাক নহ’ব ! মাইকী সাপৰ আছে যৌন অংগ : জনালে বিজ্ঞানীয়ে

আমি সাধাৰণতে জানো যে সাপৰ হাত, ভৰি নথকাৰ দৰে কোনোধৰণৰ যৌন অংগ নাথাকে৷ ইয়াৰ ঘ্ৰাণশক্তি ইমান প্ৰখৰ যে...

গুৱাহাটীৰ ৭৮ শতাংশই পোৱা নাই খোৱাপানী : এয়া কাৰ দাবী!

গুৱাহাটীবাসীৰ খোৱাপানী সমস্যাৰ সমাধানৰ দাবীত আপ, অসমে আৰম্ভ কৰা ‘পানী আন্দোলন’ৰ জৰিয়তে ৰাইজৰ পৰা সংগ্ৰহ কৰা মতামতৰ ভিত্তিত প্ৰস্তুত কৰা কিছু তথ্য...

নিয়মিতৰূপে গাজৰ খাওকপাব আচৰিত লাভ

গাজৰ এবিধ পুষ্টিদায়ক খাদ্য৷ ইয়াক কেঁচাই চাটনি কৰি খোৱাৰ উপৰি তৰকাৰী, ভাজি আদি বনাই খোৱা হয়৷ গাজৰৰ পৰা...

মহানগৰত বিপজ্জনকভাৱেকৰিছে ভাৰাঘৰৰ ব্যৱসায়

গুৱাহাটী মহানগৰত জনসংখ্যা অধিক বৃদ্ধি পোৱাৰ বিপৰীতে জধে-মধে নিৰ্মাণ কৰা হৈছে ভাৰাঘৰ৷ পৌৰ নিগমৰ অনুমতি নোলোৱাকৈয়ে একাংশই একমাত্ৰ...

ভয়ানক তথ্য : ভাৰতীয় মহিলাৰ উদ্বেগজনকভাৱে হ্ৰাস প্ৰজননৰ হাৰ

সাধাৰণতে সন্তান জন্ম দিব পৰা ঈশ্বৰিক ক্ষমতা থকা কাৰণে মাতৃক জন্মদ্বাত্ৰী বুলি কয়৷ প্ৰত্যেকগৰাকী মাতৃয়ে মাতৃত্বৰ আশাটো একমাত্ৰ...

চুলিৰ স্বাস্থ্য ভালে ৰাখিবলৈজবা ফুল কিদৰে লগাব

প্ৰাচীন কালৰে পৰা জবা ফুল বা জবা ফুলৰ পাত চুলিৰ যতনৰ ব্যৱহাৰ হৈ আহিছে৷ জবা ফুলৰ পাত পিচি...

ক’ত ১১ হাজাৰৰো অধিক শিশু নিহত অথবা ঘুণীয়া হৈছে ?

প্ৰায় ৯বছৰৰ আগতে য়েমেনত গৃহযুদ্ধ বৃদ্ধি হোৱাৰ পৰা দেশখনত ১১ হাজাৰৰো অধিক শিশু নিহত বা ঘুণীয়া হৈছে৷ ৰাষ্ট্ৰসংঘই...

অশনি সংকেত : অস্বাভাৱিক হাৰত হ্ৰাস ব্ৰহ্মপুত্ৰৰ জলস্তৰ

আশ্চৰ্যজনকভাৱে ব্ৰহ্মপুত্ৰত পানী হ্ৰাস পোৱা ঘটনাই সকলোকে ভবাই তুলিছে৷ বৰষুণৰ পৰিমাণ কমি যোৱাৰ লগতে আন কেতবোৰ কাৰক তথা...

TOP AUTHORS

Most Read

মানৱ দেহত তৈয়াৰ হৈছে অদৃশ্য শক্তি : জানিলে অবাক হ’ব

জাংক ডি এন এ হ’ল সেই ডি এন এৰ অংশ, যি প্ৰ’টিন তৈয়াৰ কৰাৰ বাবে কোজ নকৰে আৰু যাৰ কাৰ্যকাৰিতা এতিয়াও...

মূত্ৰথলীৰ কেঞ্চাৰ কিয় হয়? ইয়াৰ লক্ষণ আৰু চিকিৎসা

মূত্ৰনলীৰ কেঞ্চাৰ হৈছে মূত্ৰনলীৰ অভ্যন্তৰত অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত কোষ বৃদ্ধিৰ ফলত গঠিত টিউমাৰ, যি লাহে লাহে শৰীৰৰ অন্য অংশলৈও বিয়পি যায়৷...

গৰম পানীৰ সৈতে মৌ সেৱন কৰাটো উচিতনে?

স্বাস্থ্য ৰক্ষাৰ বাবে মৌ অত্যন্ত উপকাৰী৷ মৌত থকা এণ্টিঅক্সিডেণ্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷ সেয়েহে স্বাস্থ্যৰ উপকাৰৰ বাবে মৌ বিভিন্ন প্ৰকাৰে...

মদ্যপান কৰিলে এইবোৰ ঔষধ খোৱা উচিত নহয়

মদ্যপান কৰাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক৷ এনে বহু লোক আছে গোটেই নিশা পাৰ্টিত মদ্যপান কৰে৷ মদ্যপান কৰাৰ পাছতহে মনত পৰিল যে তেওঁৰ...