Health Plus

4938 POSTS0 COMMENTS
http://newshealthplus.com

বিমানৰ পৰা পেলাই দিলে সন্তানক!কাৰণ জানিলে অবাক হ’ব আপুনি

দৃশ্যটো দেখি বিশ্বাস কৰিব পৰা নাছিল বিমান বন্দৰৰ কৰ্মীয়ে৷ এক দম্পতীয়ে বিমান বন্দৰত বিমান এৰাৰ অলপ আগতে উপস্থিত হৈছিল৷ তেওঁলোকৰ লগত এটি...

উজাগৰী নিশা মোবাইলত ব্যস্ত থাকে নেকি?হ’ব পাৰে মাল্টিপল স্কেল্‌ৰোছিছৰ চিকাৰ

বৰ্তমান সময়ত মোবাইলটো আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে৷ দৈনন্দিন জীৱনৰ সকলো কামতে মোবাইল ফোনটো নহ’লে নোহোৱা হৈছে৷ ইণ্টাৰটেইনমেণ্ট, যোগাযোগ, যাতায়াত,...

প্ৰথমটো মহাকাশ শিশুৰ জন্মৰ পৰিকল্পনা সম্পূৰ্ণ : নিৰ্ধাৰণ হ’ল চন

মহাকাশত মানুহৰ পদাৰ্পণ কৰাৰ বহু বছৰেই হ’ল৷ ইতিমধ্যে মহাকাশৰ পৰা বিজ্ঞানীয়ে এটাৰ পাছত আন এটা বহু কথাই আৱিষ্কাৰ...

অসমত ৰক্তহীনতাত ভোগামহিলাৰ সংখ্যা কিমান জানেনে?

অসমত অপুষ্টি আৰু ৰক্তহীনতাত ভোগা শিশু আৰু মহিলা সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে৷ ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নয়ন তথা চৰকাৰে ঘোষণা কৰা বিভিন্ন আঁচনি...

দেশত প্ৰথম ঘটনা : লিংগ পৰিৱৰ্তনৰ পাছতো জন্ম দিব সন্তানৰ

কেৰালাৰ কোঝিকোড় চহৰৰ বাসিন্দা জিয়া আৰু জাহাদ৷ ল’ৰা হিচাপে জন্মগ্ৰহণ কৰিছিল জিয়া৷ কিন্তু চলন-ফুৰণ, ভাব-ভংগী ছোৱালীৰ দৰে, মনত নিজকে ছোৱালীৰ দৰে কৰি...

ক’ত আৰু কোনে আৱিষ্কাৰকৰিলে নতুনকৈ এবিধ মৌ মাখি

মৌ মাখিৰ দুই এক প্ৰজাতি আমি সকলোৱে দেখিছোঁহক৷ কিন্তু আমি দেখা মৌ মাখিৰ আৰু কেইবাটাও প্ৰজাতি আছে, যিবোৰ আমি কাহানিও প্ৰত্যক্ষ কৰা...

বৃহস্পতিৰ কক্ষপথত ১২টানতুন উপগ্ৰহ আৱিষ্কাৰ

আমেৰিকাৰ জ্যোতিৰ্বিজ্ঞানীসকলে সৌৰজগতৰ বৃহত্তম গ্ৰহ বৃহস্পতিক প্ৰদক্ষিণ কৰা ১২ টা নতুন গ্ৰহ আৱিষ্কাৰ কৰিছে৷ জ্যোতিৰ্বিজ্ঞানীসকলে বৃহস্পতিৰ কক্ষপথত এই...

অইলৰ চিচমিক পদ্ধতিৰ সহায়ত খাৰুৱা তেলৰ সন্ধান আৰম্ভ : ক’ত?

বৰপেটা জিলাৰ ভৱানীপুৰৰ পথাৰত অইল ইণ্ডিয়া লিমিটেডৰ খাৰুৱা তেলৰ অনুসন্ধান প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ দুলীয়াজান অইল ইণ্ডিয়া লিমিটেডৰ পৰা কাৰিকৰী বিশেষজ্ঞৰ এটা দলে...

সাৱধান ! ধূলিৰ ধুমুহাই কঢ়িয়াই আনিলে বিভিন্ন ৰোগৰ বীজাণু

ভয়ংকৰ প্ৰদূষণৰ গ্ৰাসত পৰিছে গুৱাহাটী মহানগৰ৷ এতিয়া কেৱল চাৰিওফালে ধূলি কেৱল ধূলি৷ ধূলিৰে ধূসৰিত হৈছে চৌদিশ৷ ধূলিৰ গ্ৰাসত কেউপিনে একো নেদেখা পৰিস্থিতিৰ...

বিজ্ঞানীৰ এক নতুন খোজ : ছেটেলাইটত ধৰা পৰিল বিষ্ঠাৰ ছবি ! ক’ত?

ছেটেলাইটত কিছু উন্নত তথা ব্যতিক্ৰমী ছবি দেখি হঠাৎ বিজ্ঞানীসকলৰ সন্দেহ উপজিল৷ তাৰ পাছতে ভালদৰে পৰ্যবেক্ষণ কৰি জানিব পাৰিলে...

TOP AUTHORS

Most Read

মানৱ দেহত তৈয়াৰ হৈছে অদৃশ্য শক্তি : জানিলে অবাক হ’ব

জাংক ডি এন এ হ’ল সেই ডি এন এৰ অংশ, যি প্ৰ’টিন তৈয়াৰ কৰাৰ বাবে কোজ নকৰে আৰু যাৰ কাৰ্যকাৰিতা এতিয়াও...

মূত্ৰথলীৰ কেঞ্চাৰ কিয় হয়? ইয়াৰ লক্ষণ আৰু চিকিৎসা

মূত্ৰনলীৰ কেঞ্চাৰ হৈছে মূত্ৰনলীৰ অভ্যন্তৰত অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত কোষ বৃদ্ধিৰ ফলত গঠিত টিউমাৰ, যি লাহে লাহে শৰীৰৰ অন্য অংশলৈও বিয়পি যায়৷...

গৰম পানীৰ সৈতে মৌ সেৱন কৰাটো উচিতনে?

স্বাস্থ্য ৰক্ষাৰ বাবে মৌ অত্যন্ত উপকাৰী৷ মৌত থকা এণ্টিঅক্সিডেণ্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷ সেয়েহে স্বাস্থ্যৰ উপকাৰৰ বাবে মৌ বিভিন্ন প্ৰকাৰে...

মদ্যপান কৰিলে এইবোৰ ঔষধ খোৱা উচিত নহয়

মদ্যপান কৰাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক৷ এনে বহু লোক আছে গোটেই নিশা পাৰ্টিত মদ্যপান কৰে৷ মদ্যপান কৰাৰ পাছতহে মনত পৰিল যে তেওঁৰ...