Health Plus
4938 POSTS0 COMMENTS
http://newshealthplus.comঅতিৰিক্ত ছ’ডিয়ামে মানৱ শৰীৰত মাৰাত্মক প্ৰভাৱ পেলাইছে : WHO
Health Plus - 0
ছ’ডিয়াম আমাৰ শৰীৰৰ বাবে অত্যন্ত লাগতিয়াল উপাদান৷ প্ৰধানকৈ নিমখৰ মাধ্যমেৰে শৰীৰে ছ’ডিয়াম লাভ কৰে৷ অৰ্থাৎ ছ’ডিয়াম সাধাৰণ লৱণৰ এক উপাদান৷ কিন্তু এই...
বাৰ্ধক্যৰ লক্ষণ দূৰ কৰিবপাৰে এইবিধ মছলাই
Health Plus - 0
মছলা হিচাপে ভাৰতীয় ৰন্ধন প্ৰণালীত দালচেনি খুব জনপ্ৰিয় তথা ইয়াৰ ৰন্ধন কাৰ্যত গুৰুত্ব অপৰিসীম৷ এই মছলাবিধে আমাৰ শৰীৰৰ যথেষ্ট উপকাৰ সাধন কৰে৷...
সমুদ্ৰৰ উচ্চতা বৃদ্ধিৰ ফল : সাগৰত বিলীন হ’ব ভাৰতৰ দুই মহানগৰ
Health Plus - 0
সমুদ্ৰপৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ ফলত ভাৰতৰ দুখন মহানগৰ ক্ৰমে তামিলনাডুৰ ৰাজধানী চেন্নাই আৰু পশ্চিম বংগৰ ৰাজধানী কলকাতা সাগৰত বিলীন হৈ যাব পাৰে৷ এটা...
প্ৰদূষণ ৰোধৰ কৌশলচাইকেল চলাওক, পুৰস্কাৰ লওক
Health Plus - 0
পথত চলা গাড়ীয়ে যিমানখিনি প্ৰদূষণৰ সৃষ্টি কৰে, সিমানখিনি প্ৰদূষণ হয়তো আন কোনো মাধ্যমেৰে সৃষ্টি নহয়৷ পৰিৱেশ প্ৰদূষণৰ অন্যতম...
প্ৰতিবেদনত প্ৰকাশ : গৰমত প্ৰাণৰক্ষা কৰিব গছে
Health Plus - 0
নগৰীয়া অঞ্চলত অধিক মাত্ৰাত গছ ৰোপণ কৰিলে গৰম তথা গ্ৰীষ্ম প্ৰবাহত হোৱা মৃত্যুৰ সংখ্যা এক তৃতীয়াংশ পৰ্যন্ত হ্ৰাস কৰিব পৰা যাব৷ এটা...
ৰন্ধন প্ৰণালীত কাঠৰ হেতা ব্যৱহাৰকৰিলে কি পাব আচৰিত লাভ
Health Plus - 0
ৰন্ধন কাৰ্যত কি পাত্ৰ ব্যৱহাৰ কৰা হয়, তাৰ ওপৰত অধিকাংশই নিৰ্বৰ কৰে খাদ্যৰ সোৱাদ৷ এলুনিমিয়ামৰ পাত্ৰ, ষ্টিলৰ বা মাটিৰ পাত্ৰৰ পৰা আৰম্ভ...
মাজনিশা কুকুৰে অত্যধিক কন্দাৰবৈজ্ঞানিক কাৰণ জানেনে আপুনি?
Health Plus - 0
চহৰ বা নগৰাঞ্চলৰ দিন-ৰাতিৰ চিন-চাব নাথাকে৷ কি দিন, কি ৰাতি– অনৱৰতে মানুহৰ সমাগম, হৈ-হাল্লাৰ এক আৰ্তনাদ মহানাগৰিকৰ মাজত৷ কিন্তু তাৰ পৰিৱৰ্তে গ্ৰামাঞ্চলৰ...
প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা দেখা গ’ল সূৰ্যৰ ৰশ্মি !
Health Plus - 0
মঙল গ্ৰহৰ পৰা সূৰ্যৰ ৰশ্মিৰ দৃশ্য নাছাৰ মঙলযান কিউৰিঅ’চিটি ৰ’ভাৰৰ কেমেৰাই বন্দী কৰিছে৷ নাছাৰ তৰফৰ পৰা কোৱা হৈছে...
আমেৰিকাত পক্ষী-জ্বৰ! বিশ্বআকৌ অতিমাৰীৰ সন্মুখীন হ’ব নেকি?
Health Plus - 0
শেহতীয়াভাৱে সমগ্ৰ বিশ্বত Bird flu বা পক্ষী জ্বৰে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ পক্ষী জ্বৰৰ এই প্ৰভাৱ মানৱ সমাজত পৰিব বুলি চিকিৎসা বিশেষজ্ঞসকলে...
গাখীৰৰ সৈতে এইবোৰখালে বিষতুল্য হয়
Health Plus - 0
নানা পুষ্টিগুণেৰে ভৰপূৰ গাখীৰ আমাৰ শৰীৰৰ বাবে অত্যন্ত উপকাৰী৷ বিশেষকৈ শিশুসকলৰ¸ স্বাস্থ্যৰ বাবে গাখীৰ প্ৰয়োজনীয়৷ শিশুৰ শাৰীৰিক তথা মানসিক বিকাশৰ বাবে গাখীৰৰ...
Most Read
মানৱ দেহত তৈয়াৰ হৈছে অদৃশ্য শক্তি : জানিলে অবাক হ’ব
জাংক ডি এন এ হ’ল সেই ডি এন এৰ অংশ, যি প্ৰ’টিন তৈয়াৰ কৰাৰ বাবে কোজ নকৰে আৰু যাৰ কাৰ্যকাৰিতা এতিয়াও...
মূত্ৰথলীৰ কেঞ্চাৰ কিয় হয়? ইয়াৰ লক্ষণ আৰু চিকিৎসা
মূত্ৰনলীৰ কেঞ্চাৰ হৈছে মূত্ৰনলীৰ অভ্যন্তৰত অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত কোষ বৃদ্ধিৰ ফলত গঠিত টিউমাৰ, যি লাহে লাহে শৰীৰৰ অন্য অংশলৈও বিয়পি যায়৷...
গৰম পানীৰ সৈতে মৌ সেৱন কৰাটো উচিতনে?
স্বাস্থ্য ৰক্ষাৰ বাবে মৌ অত্যন্ত উপকাৰী৷ মৌত থকা এণ্টিঅক্সিডেণ্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷ সেয়েহে স্বাস্থ্যৰ উপকাৰৰ বাবে মৌ বিভিন্ন প্ৰকাৰে...
মদ্যপান কৰিলে এইবোৰ ঔষধ খোৱা উচিত নহয়
মদ্যপান কৰাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক৷ এনে বহু লোক আছে গোটেই নিশা পাৰ্টিত মদ্যপান কৰে৷ মদ্যপান কৰাৰ পাছতহে মনত পৰিল যে তেওঁৰ...