Health Plus

4832 POSTS0 COMMENTS
http://newshealthplus.com

বজাৰলৈ আহি গ’ল ফেলুদা টেষ্ট

নিউজ হে'লথ্ প্লাছ, ২২ ছেপ্টেম্বৰ, ২০২০: বিখ্যাত বঙালী লিখক সত্যজিৎ ৰায়ৰ উপন্যাসৰ জনপ্ৰিয় ডিটেক্টিভ চৰিত্ৰ ফেলুদাৰ নামেৰে নামকৰণ কৰা হৈছে এই ফেলুদা।...

কোৰোনাৰ ভেকচিনে ৰোধ কৰিব পাৰিবনে পুনৰ সংক্ৰমণ ?

নিউজ হে’লথ্ প্লাছ, ১৮ ছেপ্টেম্বৰ, ২০২০: ক’ৰোনাৰ লগে লগে দুটা কথাই চিকিৎসা বিজ্ঞানী আৰু মাইক্ৰ’বায়োল’জিষ্ট সকলক চিন্তাক্লিষ্ট কৰি ৰাখিছে। সেয়া হ’ল পোষ্ট...

ৰাছিয়াই অনুমতি প্ৰদান কৰিলে ক’ৰোনাৰ প্ৰথমটো প্ৰেস্ক্ৰিপচন ড্ৰাগ।

নিউজ হে'লথ্ প্লাছ, ১৯ ছেপ্টেম্বৰ, ২০২০: "ক'ৰোনাভিৰ" নামৰ এই ঔষধটো ৰাছিয়াই হাস্পিতালত চিকিৎসাধীন ৰোগীসকলক যোৱা জুলাই মাহৰ পৰাই ব্যৱহাৰ কৰি আহিছে। ১৬৮...

আহি আছে নতুন চীনা ভাইৰাচ।

নিউজ হে’লথ্ প্লাছ, ১৮ ছেপ্টেম্বৰ, ২০২০: চীনা স্বাস্থ্য আয়োগে নিশ্চিত কৰা তথ্য অনুসৰি চীনৰ বায়োফাৰ্মাচিউটিকেল কোম্পানীৰ পৰা ভুলবশত নিৰ্গত হোৱা ব্ৰুচেলা নামৰ...

চীনৰ লেবৰেটৰীতেই উৎপত্তি হৈছিল কোৰোনা ভাইৰাছৰ। প্ৰমাণ দিলে খোদ চীনৰ ভাইৰোল’জিষ্টে

নিউজ হে’লথ্ প্লাছ, ১৮ ছেপ্টেম্বৰ, ২০২০: সমগ্ৰ পৃথিৱীক আজি প্ৰায় ৯ মাহে সন্ত্ৰস্ত কৰি ৰখা ক’ৰোনা ভাইৰাছৰ উৎপত্তিক লৈ সৰ্বত্ৰ চৰ্চা অব্যাহত...

ধনী দেশসমূহে কিনি ল’লে ক’ৰোনাৰ আধাতকৈ বেছি ছিটা।

নিউজ হে'লথ্ প্লাছ, ১৮ ছেপ্টেম্বৰ, ২০২০: পৃথিৱীৰ যিকেইখন ধনী দেশ আছে, সেইকেইখনত পৃথিৱীৰ মুঠ জনসংখ্যাৰ ১৩% বাস কৰে; সেইবোৰে ক'ৰোনাৰ সাম্ভাৱ্য ভেকচিনৰ...

গুৱাহাটীৰ চিকিৎসকে উদঙালে অসমত কোৰোনাৰ ভয়াবহ ছবি…

https://youtu.be/vbeUF7j5GS4 Channel : News Healthplus Footage : ডাঃ কিশোৰ ৰাজবংশী 

ক’ভিড হৈ উঠাৰ পিছত কি কি কৰিব আৰু কি কি নকৰিব ? কি কি খাব , কি কি নাখাব ?

ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ সৌজন্যত সজাগতাৰ উদ্দেশ্যে  আপোনালোকলৈ  আগবঢ়োৱা হ'ল। অনতি পলমে অসমীয় ৰূপান্তৰো আগবঢ়াম। The Union Health Ministry...

অসমৰ কোনখন জিলাত মাত্ৰ এজন স্ত্ৰীৰোগ বিশেষজ্ঞ?

নিউজ হে’লথ্ প্লাছ, ১৪ ছেপ্টেম্বৰ, ২০২০: মাজুলিলৈ গৈ পাইছেনে আপুনি? এই যে পৃথিৱীৰ বৃহত্তম নদীদ্বীপটো! মাজুলী। আমাৰ অসম গৌৰৱ...

অসমত স্থাপন হ’ব পূৰ্ব ভাৰতৰ ভিতৰত সৰ্ববৃহৎ চিকিৎসালয় ও চিকিৎসা মহাবিদ্যালয়!!

নিউজ হে'লথ্ প্লাছ, ১৪ ছেপ্টেম্বৰ, ২০২০:ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদমেলযোগে ঘোষনা কৰিছে এই কথা। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ঘোষনা কৰা অনুসৰি পানবজাৰস্থিত...

TOP AUTHORS

Most Read

দিনৰ কোন সময়ত আম খোৱা স্বাস্থ্য উপযোগী

সুস্বাদু বতৰৰ আম খাবলৈ সকলোৱে ভাল পায়৷ আনহাতে ইয়াৰ উপকাৰো আছে যথেষ্ট৷ ফলৰ ৰজা আম এইকেইদিন সহজলভ্যৰ লগতে সকলোৰে ঘৰতে মজুত থাকে৷...

মাহত দুবাৰ ঋতুস্ৰাৱ! স্বাভাৱিক নে কোনো ৰোগৰ লক্ষণ

মহিলাসকলৰ দুই ঋতুস্ৰাৱৰ মাজৰ ব্যৱধান সাধাৰণতে ২৮ দিনৰ পৰা ৩৬ দিন হয়৷ যদি ঋতুচক্ৰ অনিয়মিত হৈ যায়, তেনেহ’লে মাহৰ ভিতৰতে দুবাৰ...

কিডনীৰ ৰক্ষাকৱচ এই দাইলৰ পানী

এই দাইলে অকল কিডনীৰ পাথৰৰ যন্ত্ৰণা উপশম নকৰে, বৰং কিডনীৰ পাথৰ প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা বাহিৰ কৰি দিব পাৰে৷ দিনক দিনে...

শোৱাৰ সময়ত পেশী টানি ধৰাৰ কাৰণ জানেনে?

ৰাতি শুই থকাক সময়ত বহতেই পেশী টানি ধৰা বা কোঁচ খোৱা সমস্যাত ভোগে৷ কেতিয়াবা শুই থাকোঁতেই ভৰি বা হাতৰ পেশী টানি...