বজাৰলৈ আহি গ’ল ফেলুদা টেষ্ট

0
1780

নিউজ হে’লথ্ প্লাছ, ২২ ছেপ্টেম্বৰ, ২০২০: বিখ্যাত বঙালী লিখক সত্যজিৎ ৰায়ৰ উপন্যাসৰ জনপ্ৰিয় ডিটেক্টিভ চৰিত্ৰ ফেলুদাৰ নামেৰে নামকৰণ কৰা হৈছে এই ফেলুদা। ফেলুদাৰ সম্পূৰ্ণ নাম হ’ল FNCAS9 Editor Linked Uniform Detection Assay.

ক’ৰোনা ভাইৰাচৰ জেনেটিক উপাদানক CRISPR Gene Editing প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰি ধৰা পেলাব পৰা এই ফেলুদা পৰীক্ষাটো হ’ল এক কাকত-ভিত্তিক ক’ৰোনা পৰীক্ষা কিট।

RT-PCR ৰ সমপৰ্যায়ৰ শুদ্ধতা আৰু মান্যতাপ্ৰাপ্ত এই ফেলুডা কিট টেষ্টত ৩০ মিনিটতেই সম্পূৰ্ণ ভৰসা কৰিব পৰা ফলাফল পোৱা যায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here