ধনী দেশসমূহে কিনি ল’লে ক’ৰোনাৰ আধাতকৈ বেছি ছিটা।

0
1308

নিউজ হে’লথ্ প্লাছ, ১৮ ছেপ্টেম্বৰ, ২০২০: পৃথিৱীৰ যিকেইখন ধনী দেশ আছে, সেইকেইখনত পৃথিৱীৰ মুঠ জনসংখ্যাৰ ১৩% বাস কৰে; সেইবোৰে ক’ৰোনাৰ সাম্ভাৱ্য ভেকচিনৰ ৫১% কিনি থৈছে।

ইফালে ২০২১ চনৰ প্ৰথমাৰ্ধত ভাৰতত ক’ৰোনা ছিটা উপলব্ধ হ’ব। ছিটাৰ কাৰ্যক্ষমতা বা পাৰ্শ্বক্ৰিয়াৰ সন্দেহ থাকিলে সেয়া প্ৰমাণ কৰিবলৈ প্ৰথমটো ড’জ আমিয়েই ল’ম।” কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে কালি এই কথা ঘোষনা কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here