ৰাছিয়াই অনুমতি প্ৰদান কৰিলে ক’ৰোনাৰ প্ৰথমটো প্ৰেস্ক্ৰিপচন ড্ৰাগ।

0
1437

নিউজ হে’লথ্ প্লাছ, ১৯ ছেপ্টেম্বৰ, ২০২০: “ক’ৰোনাভিৰ” নামৰ এই ঔষধটো ৰাছিয়াই হাস্পিতালত চিকিৎসাধীন ৰোগীসকলক যোৱা জুলাই মাহৰ পৰাই ব্যৱহাৰ কৰি আহিছে। ১৬৮ গৰাকী ক’ৰোনা ৰোগীৰ ক্ষেত্ৰত প্ৰয়োগ কৰা এই ঔষধটো বিশেষ ফলদায়ক বুলি প্ৰকাশ পোৱাৰ পিছতেই ইয়াক অহা সপ্তাহত ৰাছিয়াৰ সকলো ফাৰ্মাচিতে উপলব্ধ কৰোৱা হ’ব বুলি জানিব  পৰা গৈছে। ক’ৰোনাৰ  প্ৰথমটো প্ৰেস্ক্ৰিপচন ড্ৰাগ বুলি ক’ৰোনাভিৰক ৰাছিয়াই আনুস্থানিক অনুমোদন প্ৰদান কৰা কথাটোৱে ক’ৰিনাকৃত মৃত্যুৰ হাৰ নিয়ন্ত্ৰণ আৰু ইয়াৰ  চিকিৎসা ব্যৱস্থাত কি প্ৰভাৱ পেলায় সেয়া লক্ষণীয় হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here