চীনৰ লেবৰেটৰীতেই উৎপত্তি হৈছিল কোৰোনা ভাইৰাছৰ। প্ৰমাণ দিলে খোদ চীনৰ ভাইৰোল’জিষ্টে

0
1192

নিউজ হে’লথ্ প্লাছ, ১৮ ছেপ্টেম্বৰ, ২০২০: সমগ্ৰ পৃথিৱীক আজি প্ৰায় ৯ মাহে সন্ত্ৰস্ত কৰি ৰখা ক’ৰোনা ভাইৰাছৰ উৎপত্তিক লৈ সৰ্বত্ৰ চৰ্চা অব্যাহত থকাৰ সময়তে খোদ চীনদেশৰ ভাইৰোল’জিষ্টেই উদঙালে আচল সত্য। চীনদেশৰ লি মেং য়ান নামৰ ভাইৰোল’জিষ্ট গৰাকীয়ে নিজৰ টুইটাৰ একাউণ্টযোগে এই সত্য উদঙাই প্ৰকাশ কৰিছে যে মানুহে ভৱাৰ দৰেই এই ক’ৰোনা ভাইৰাচ আচলতে মানৱসৃষ্টই হয়। চীনদেশৰ হুৱেই প্ৰদেশৰ য়ুহান চহৰস্থিত লেব’ৰেটৰীৰ পৰা ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ হোৱা বুলি প্ৰমাণ সহকাৰে দাঙি ধৰিবলৈ সক্ষম বুলি দাৱী কৰা বিজ্ঞানীগৰাকীৰ টুইটাৰ একাউণ্টটো লগে লগে বন্ধ কৰি দিয়া হয়। ব্লক কৰাৰ অগত তেওঁৰ একাউণ্টত ৬০,০০০ অনুগামী আছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here