আহি আছে নতুন চীনা ভাইৰাচ।

0
1708

নিউজ হে’লথ্ প্লাছ, ১৮ ছেপ্টেম্বৰ, ২০২০: চীনা স্বাস্থ্য আয়োগে নিশ্চিত কৰা তথ্য অনুসৰি চীনৰ বায়োফাৰ্মাচিউটিকেল কোম্পানীৰ পৰা ভুলবশত নিৰ্গত হোৱা ব্ৰুচেলা নামৰ ভাইৰাচবিধত সম্প্ৰতি ৩,২৪৫ গৰাকী লোক অক্ৰান্ত হৈছে। খাদ্যবস্তু আৰু উশাহৰ জৰিয়তে সংক্ৰমণ হ’ব পৰা এই ব্ৰুচেলা ভাইৰাছৰ সংক্ৰমণক ব্ৰুচেলোছিচ বুলি কোৱা হয়। ব্ৰুচেলোছিচত গুৰুতৰভাৱে আক্ৰান্ত হোৱা ব্যক্তি শেষলৈ বন্ধ্যাত্বত বা ইনফাৰ্টিলিটিত ভুগিব পাৰে বুলি কোৱা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here