কোৰোনাৰ ভেকচিনে ৰোধ কৰিব পাৰিবনে পুনৰ সংক্ৰমণ ?

0
1856

নিউজ হে’লথ্ প্লাছ, ১৮ ছেপ্টেম্বৰ, ২০২০: ক’ৰোনাৰ লগে লগে দুটা কথাই চিকিৎসা বিজ্ঞানী আৰু মাইক্ৰ’বায়োল’জিষ্ট সকলক চিন্তাক্লিষ্ট কৰি ৰাখিছে। সেয়া হ’ল পোষ্ট ক’ভিড কম্প্লিকেচন আৰু Reinfection বা পুনৰ সংক্ৰমণ।

শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্যানুসৰি ক’ৰোনাত পুনৰ আক্ৰান্ত হোৱা ৰোগীৰ দেহত পোৱা ক’ৰোনা ভাইৰাচৰ চাৰিত্ৰিক বৈশিষ্ট্য আৰু প্ৰথমতে সংক্ৰমণ ঘটোৱা ক’ৰোনা ভাইৰাচৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ লগত ভিন্নতা পোৱা গৈছে। 

পৰৱৰ্তী পৰ্যায়ত হোৱা সংক্ৰমণত ভাইৰাচটোৰ জেনেটিক মিউটেশ্যন হয় বুলি ধৰা পৰিছে। ইয়ে এতিয়া পুনৰ সংক্ৰমণ প্ৰতিৰোধত ভেকচিনৰ কাৰ্যক্ষমতাৰ ওপৰত সন্দেহ উপজাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here