Health Plus

4745 POSTS0 COMMENTS
http://newshealthplus.com

দীপৰ বিলৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি

ৰামচাই ছাইট খ্যাত দীপৰ বিলৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি বৰ্তমান ভাবুকি আহি পৰিছে৷ ৰাজ্যৰ বিল-জলাশয়সমূহলৈ অবাধ বেদখল আৰু ভয়াৱহ প্ৰদূষণে...

ৰঙা চাহ খোৱাৰ অভ্যাস কেতিয়াও নেৰিব কিয় ?

চাহ হ’ল অসমৰ আপুৰুগীয়া সম্পদ ।চাহ কাপৰ অবিহনে অসমীয়া বা ভাৰতীয় মানুহৰ ৰাতিপুৱাটোৱেই যেন আধৰুৱা । ঘৰলৈ আহিলে...

ৰাজ্যৰ বাবে ভয়ংকৰ বিপদৰ আগজাননী

২০২৮-২৯ চনৰ ভিতৰত অৰুণাচল প্ৰদেশত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে ধৰি মুঠ ৬টা বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ...

বিশ্বৰ আটাইতকৈ প্ৰদূষিত নদীখন ক’ত?

বিশ্বৰ ভিতৰতে আটাইতকৈ প্ৰদূষিত নদীখন কি আৰু ক’ত অৱস্থিত আপোনাৰ নিশ্চয় জানিবলৈ মন যায়৷ বিশ্বৰ আটাইতকৈ প্ৰদূষিত নদীখন...

মহানগৰীৰ বহু সম্ভ্ৰান্ত লোক ক’কেইন আসক্ত!

গুৱাহাটীৰ বহু সম্ভ্ৰান্ত ঘৰৰ লোক আৰু প্ৰতিষ্ঠিত ব্যৱসায়ী ক’কেইনৰ দুৰ্ঘোৰ আসক্ত৷ বাংলাদেশ হৈ অসমত অবৈধভাৱে প্ৰৱেশ কৰাৰ পাছতে...

এক ক্ৰেট আম ৩১ হাজাৰ টকাত নিলাম

পুনেৰ এজন ব্যৱসায়ীয়ে এটা নিলামত বিখ্যাত অল্‌ফন্‌ছ’ আমৰ এটা ক্ৰেট ৩১ হাজাৰ টকাত কিনে৷ ব্যৱসায়ীজনে দাবী কৰে যে...

অসম সম্পূৰ্ণৰূপে ক’ভিড বিধি প্ৰত্যাহাৰ কৰা প্ৰথমখন ৰাজ্য

যোৱা বছৰৰ এপ্ৰিল মাহৰ পৰা ৰাজ্যত ক’ভিডৰ বাবে নিষেধাজ্ঞা জাৰি কৰাত ৰাজ্যত প্ৰায় এটা বছৰে ব্যাহত হৈ পৰা...

অতিৰিক্ত ধূমপান কৰে নেকি? এইবোৰ খাদ্য খাওক

অত্যধিক মাত্ৰাত ধূমপান কৰাটো স্বাস্থ্যৰ বাবে কিমান বিপজ্জনক হ’ব পাৰে সেয়া হয়তো আপুনি অনুমান কৰিব নোৱাৰিব৷ অতিৰিক্ত ধূমপানে...

বগৰীৰ কি আছে এনে অসাধাৰণ গুণ

সাধাৰণতে পুহ মাহত বজাৰ বগৰীৰে ভৰি পৰে৷ এই মাহৰ পৰা বজাৰত বগৰী সহজলভ্য হয়৷...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ সুখবৰ!

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিশ্বৰ সৰ্বাধিক এটা খৰ্গ থকা গঁড়ৰ কাৰণে বিশ্ব বিখ্যাত৷ বৰ্তমান গঁড়ৰ লগতে ঢেঁকীয়াপতীয়া বাঘৰ কাৰণতে...

TOP AUTHORS

Most Read

দূৰ হ’ব হাজাৰবিধ ৰোগ কিদৰে কৰিব এই অভ্যাস

আপুনি আপোনাৰ ভাব-চিন্তাত পৰিৱৰ্তন ঘটাওক৷ আপোনাৰ দেহৰ পৰা আঁতৰি যাব হাজাৰবিধ ৰোগ৷ মাইণ্ডফুলনেছ আৰু ধ্যানৰ মাজত প্ৰভেদ আছে৷ ধ্যান নিৰিবিলি তথা শব্দহীন...

ইমিউনিটি ধৰি ৰাখিবলৈ এইবোৰ চুপ খাওক

চুপ হৈছে এবিধ গৰমে গৰমে সেৱন কৰা পানীয়, যি শাক-পাচলি, মাংস আদিৰে তৈয়াৰ কৰা হয়৷ যিহেতু চুপত বিভিন্ন ধৰণৰ শাক-পাচলি ব্যৱহাৰ...

পিঠি, কঁকালৰ বিষৰ পৰিত্ৰাণ পাবলৈ সুপ্ত মৎস্যেন্দ্ৰাসন কৰক

যোগাসন এনে এক পদ্ধতি, যি সকলো পক্ষই কৰা সম্ভৱ৷ যিসকলে কোনোদিন এই অভ্যাস কৰা নাই, তেওঁলোকেও এই আসন কৰিব পাৰে৷ যোগাসনে...

এইবোৰ পাচলিত কণীতকৈও বেছি প্ৰ’টিন আছে

কণী হৈছে প্ৰ’টিনৰ ভাণ্ডাৰ৷ আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় প্ৰ’টিনভাগ কণীৰ পৰাই পাওঁ৷ কিন্তু আপুনি হয়তো জানি আচৰিত হ’ব যে আমি খোৱা...