Health Plus

3836 POSTS0 COMMENTS
http://newshealthplus.com

ভিটামিন-Bৰ অভাৱ হ’লে কেনেকৈ গম পাব?

ভিটামিন অবিহনে আমাৰ শৰীৰৰ পৰিপুষ্টি অসম্ভৱ৷ দেহত ভিটামিনৰ অভাৱ হ’লে বিভিন্ন সমস্যাৰ প্ৰাদুৰ্ভাৱ হয়৷ তেনে এবিধ ভিটামিন হৈছে ভিটামিন-B৷ ই আমাৰ কোষসমূহ...

নুনী বা মালবেৰী [Mulberry]ৰ উপকাৰিতা কি?

নুনী বা মালবেৰী এবিধ প্ৰাকৃতিকভাৱে উৎপাদিত ফলজাতীয় খাদ্যশস্য৷ এইবিধ ফল বিভিন্ন পুষ্টি আৰু এণ্টিঅক্সিডেণ্ট গুণেৰে সমৃদ্ধ৷ নুনী আমাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী৷...

এইকেইটা ৰোগত আমলখি খাওক আৰু যাদু চাওক

আমলখি এবিধ ঔষধি গুণবিশিষ্ট ফল বুলিতো সকলোৱে জানে৷ পিছে আমলখিত যে মধুৰিআমতকৈ দহগুণ আৰু কাজি নেমুতকৈ তিনিগুণ বেছি ভিটামিন-C আছে, এই কথা...

মাত্ৰ এসপ্তাহতে কৰক ওঁঠ গুলপীয়া

সকলোৱে নিজৰ মুখখনৰ সৌন্দৰ্যৰ কাৰণে সদায় সচেতন থাকে৷ কিন্তু কিছুমান কাৰণত ওঁঠৰ ক’লা ৰঙে আপোনাৰ সৌন্দৰ্যত আঘাত হানিব পাৰে৷ সেয়েহে ইয়াক প্ৰাকৃতিকভাৱে...

চাৰিটা নতুন ভেৰিয়েণ্ট ভাৰতৰ বাবে বিপজ্জনক হ’ব পাৰে

ভাৰতত কৰ’নাৰ সংক্ৰমণৰ হাৰ দিনক দিনে হ্ৰাস পাইছে যদিও ডেল্টা প্লাছ ভেৰিয়েণ্টে উদ্বেগৰ সৃষ্টি কৰিছে৷ ইয়াৰ মাজতে বিশেষজ্ঞসকলে এই বুলি সতৰ্ক কৰি...

তুলসী পাতৰ কেইটামান আচৰিত গুণাগুণ

তুলসী অৰ্থাৎ যাৰ তুলনা নাই৷ যি তীৰ্থৰ দৰে পৱিত্ৰ৷ হিন্দুশাস্ত্ৰৰ মতে তুলসীক হাতেৰে স্পৰ্শ কৰিলেও হেনো পাপ নষ্ট হয়৷ গতিকে এনে এবিধ...

এশখন চিকিৎসা প্ৰতিষ্ঠানৰ ভিতৰত ২৩সংখ্যক স্থানত দিল্লীৰ এইম্‌ছ

বিশ্বৰ ১০০খন আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠানৰ তালিকাত দিল্লীস্থিত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ AIIMS-এ ২৩ সংখ্যক স্থান লাভ কৰিছে৷ এই তালিকাত ভাৰতৰ ছটা প্ৰতিষ্ঠানে...

সাৱধান! ডেল্টা ভেৰিয়েণ্টৰ বলি ৰাজ্যৰ শিশু আৰু কিশোৰ

বিশ্ব স্বাস্থ্য সংস্থাই কভিডৰ তৃতীয়টো ঢৌত মুখ্যতঃ শিশু আৰু কিশোৰসকল আক্ৰান্ত হ’ব বুলি বিশ্বজুৰি সকীয়নি প্ৰদান কৰিছে৷ তাৰ মাজতে কভিডৰ দ্বিতীয়টো ঢৌতে...

আপোনাৰ বয়সৰ চাপ পৰিছে নেকি? পটল খাওক

গ্ৰীষ্মকালৰ তৰকাৰী হিচাপে পটলৰ অৱদান অনস্বীকাৰ্য৷ এইকেইদিনত ৰন্ধন প্ৰণালীত পটল এবিধ অত্যাৱশ্যকীয় পাচলি৷ সাধাৰণতে ভাজি বা চব্‌জি মিহলাই পটল খোৱা হয়৷ পটলৰ...

বেলপাতৰ উপকাৰিতা জানো আহক

আমাৰ বিভিন্ন মাংগলিক কৰ্ম, পূজা আদিত বেলপাত ব্যৱহাৰ হয়৷ বিশেষকৈ শিৱ পূজাত বেলপাত এক অবিচ্ছেদ্য নৈবেদ্য৷ কিন্তু এই বেলপাতক বিভিন্ন ৰোগ নিৰ্মূলত...

TOP AUTHORS

Most Read

গৰ্ভপাত বা মিছকাৰেজ কিয় হয় নহ’বলৈ কিদৰে সতৰ্ক হ’ব

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুযায়ী মাতৃগৰ্ভত শিশু পৰিপূৰ্ণ হৈ উঠাৰ আগতে মিছকাৰেজ বা গৰ্ভপাত হোৱাটো বৰ্তমান সময়ত খুব এটা সাধাৰণ ঘটনা হৈছে৷...

বহুমূত্ৰ ৰোগ নিয়ন্ত্ৰণত সহায় কৰে তিয়ঁহে

সমগ্ৰ বিশ্বতে বহুমূত্ৰ ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে৷ শিশুৰ পৰা বৃদ্ধলৈকে বিভিন্ন বয়সৰ লোকৰ এই ৰোগ হোৱা দেখা পোৱা গৈছে৷...

মহিলাৰ শাৰীৰিক স্পৃহা কিমান বছৰপৰ্যন্ত থাকে

বিবাহিত জীৱনত দম্পতীৰ মাজত ঘনিষ্ঠতা বঢ়াৰ অন্যতম এটা মাধ্যম হৈছে সম্পৰ্ক৷ প্ৰত্যেকজন মানুহৰে শাৰীৰিক চাহিদা থাকে৷ এই ক্ষেত্ৰত প্ৰশ্ন উঠিব পাৰে যে...

দৈনিক ১ হাজাৰ টন অক্সিজেনৰ নিৰ্গমণ ইউৰোপাত

পৃথিৱীৰ বাহিৰত অক্সিজেন থকাৰ অৰ্থ হ’ল সেই স্থানত ভৱিষ্যতে জীৱৰ সন্ধান পোৱাৰ সম্ভাৱনা থকাটো৷ আমাৰ সৌৰজগতত এটা উপগ্ৰহত জীৱ থকাৰ সম্ভাৱনা অধিক...