Health Plus

3907 POSTS0 COMMENTS
http://newshealthplus.com

হাড় কমজোৰ হ’লে কি খাব?

এটা বয়সত আমাৰ সকলোৰে গাঁঠিৰ বিষ, হাড়ৰ বিষ আদিয়ে যিকোনো সময়তে দেখা দিয়া আৰম্ভ কৰে৷ অষ্টিঅ’পৰোছিছ এনে এটা সমস্যা, য’ত আমাৰ হাড়বোৰ...

মনৰ সুস্থতাৰ বাবে মাইণ্ড ডায়েট

আমি সুস্থ-সবল হৈ থাকিবলৈ শৰীৰ আৰু মন দুয়োটাৰে ভূমিকা অনস্বীকাৰ্য৷ আমি ভালে থাকিবলৈ হ’লে শাৰীৰিক আৰু মানসিক উভয়ৰ ক্ষেত্ৰতে সচেতন থাকিব লাগিব৷...

সাৱধান! দেশত জিকা ভাইৰাছৰ উপস্থিতি

দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণ অব্যাহত আছে৷ ইয়াৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি দেশত জিকা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে৷ শেহতীয়াভাৱে কেৰালাত জিকা ভাইৰাছ...

ইউৰিক এচিডৰ সমস্যাত ইলাচী খাওক

আজিকালি প্ৰায়ভাগ লোকৰে এটা প্ৰধান সমস্যা হৈছে ইউৰিক এচিড বৃদ্ধিৰ সমস্যা৷ ইউৰিক এচিড হৈছে আমাৰ শৰীৰৰ পিউৰিন নামৰ উপাদানবিধৰ পৰা নিৰ্গত এক...

কভিড নিয়ন্ত্ৰণ ব্যৱস্থা শক্তিশালী কৰা হ’ব: স্বাস্থ্য মন্ত্ৰ্যালয়

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে কয় যে কভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱা ৯খন ৰাজ্যত নমুনা পৰীক্ষা আৰু টিকাকৰণ বৃদ্ধি, স্বাস্থ্য আন্তঃগাঁথনিৰ পৰিকল্পনা আৰু কাৰ্যকৰী ক্লিনিকেল...

গাখীৰৰ লগত খেজুৰ খোৱাটো উচিতনে?

খেজুৰ– সকলোৰে এবিধ প্ৰিয় ফল৷ Dry fruitsৰ ভিতৰত খেজুৰ অন্যতম৷ মিঠা সোৱাদযুক্ত খেজুৰৰ গছৰ পৰা ওলোৱা ৰসেৰে গুৰ, মিঠাই, খেজুৰৰ পায়স আদি...

জীৱ-জন্তুৱে বিষাক্ত দ্ৰব্য খালে কি কৰিব?

মানুহৰ দৰে জীৱ-জন্তুৰো কেতিয়াবা স্বাস্থ্যৰ অৱনতি হোৱা দেখা যায়৷ বিশেষকৈ, কেতিয়াবা গৰু-ছাগলীয়ে নজনাকৈয়ে ঘাঁহ-বনৰ লগত বিষাক্ত দ্ৰব্য ভক্ষণ কৰে৷ যাৰ ফলত সিহঁতৰ...

বৰ্ধিত মিছন ৰামধেনু আঁচনিৰ শুভাৰম্ভ

ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে যোৱা ৭ জুলাইৰ পৰা ৰাজ্যৰ শিশু আৰু গৰ্ভৱতী মহিলাসকলক কেইবাটাও গুৰুতৰ ৰোগৰ পৰা সুৰক্ষিত ৰখাৰ বাবে বৰ্ধিত মিছন...

বিশ্বতে প্ৰথম: ডেল্টা ভেৰিয়েণ্টত সংক্ৰমণ হৈ দুটা সিংহৰ মৃত্যু

ৰাজ্যত কৰ’নাৰ মাৰাত্মক ডেল্টা ভেৰিয়েণ্টৰ সংহাৰ অব্যাহত আছে৷ শেহতীয়াভাৱে এই ভেৰিয়েণ্টৰ সংক্ৰমণ মানুহৰ উপৰি জন্তুৰ দেহতো ধৰা পৰিছে৷ কৰ’না ভাইৰাছৰ এইবিধ ভেৰিয়েণ্ট...

ছালৰ উজ্জ্বলতা বঢ়াবলৈ নেতিবাচক চিন্তাবোৰ আঁতৰ কৰক

মুখৰ খোলোচাকৈ মৰা হাঁহিটোৱে বহুতো ৰোগ-ব্যাধিৰ পৰা আমাক বহু দূৰত ৰাখে৷ হাঁহি বা আনন্দ-স্ফূৰ্তিয়ে ছালৰ উজ্জ্বলতা ধৰি ৰখাত সহায় কৰে৷ বৰং খুব...

TOP AUTHORS

Most Read

শোৱাৰ সময়ত গাৰুৰ তলত এফোটা নহৰু ৰাখক

শোৱাৰ সময়ত গাৰুৰ তলত এফোটা নহৰু ৰাখিলে মেজিকৰ দৰে কাম কৰে৷ আমি জানো যে খাদ্য জুতি লগাকৈ ৰান্ধিবলৈ হ’লে মছলা হিচাপে নগৰু...

এই পাঁচটা নিয়ম মানি লুকাই ৰাখক আপোনাৰ বয়স

জীৱনত আনৰ বিভিন্ন প্ৰয়োজন পূৰাবলৈ গৈ আমি নিজৰেই প্ৰতি খেয়াল ৰখাৰ কথা পাহৰি যাওঁ৷ ইয়াৰ ফলত কম বয়সতে শৰীৰৰ নানা ধৰণৰ ৰোগ-ব্যাধি...

তিমিৰ সৈতে কথোপকথন : এই দাবী বিজ্ঞানীৰ

এলিয়েনৰ সৈতে যোগাযোগৰ চেষ্টা বিজ্ঞানীয়ে বহু আগৰে পৰা কৰি আহিছে৷ সেই প্ৰচেষ্টাৰ অংশ হিচাপে যুক্ৰৰাষ্ট্ৰৰ ছাৰ্চ ফৰ এক্সট্ৰাটেৰেষ্ট্ৰিয়েল ইণ্টেলিজেন্সৰ চমুকৈ ছেটি বিজ্ঞানীসকলে...

ঔষধি গুণসম্পন্ন এইকেইবিধ বিশেষ চাহ খাওক

বিভিন্ন ধৰণৰ চাহৰ জুতি লৈ ভাল পায় নেকি? হয়, আপোনাৰ নিচিনা আৰু হাজাৰজন ওলাব, যি চাহৰ বাবে বলিয়া৷ পিছে আপুনি যিকাপ চাহ...