Health Plus
4853 POSTS0 COMMENTS
http://newshealthplus.comমহাকাশত মহাকাশচাৰীয়ে কি খাদ্য খায় জানেনে ?
Health Plus - 0
মহাকাশচাৰীসকলৰ লৈ আমাৰ সকলোৰে এটা উৎসুকতা আছে৷ আমি সকলোৱে জানিবলৈ বিচাৰোঁ যে মহাকাশচাৰীসকলে কেনেদৰে মহাকাশ থকাৰ সময়ত দিনবোৰ কটায়, কি কৰে বা...
শীতত কঁপিছে দিল্লী : বতৰ বিজ্ঞান বিভাগে জনতালৈ কি দিলে পৰামৰ্শ
Health Plus - 0
উত্তৰ ভাৰতত চলি থকা শীতপ্ৰবাহৰ মাজতে দিল্লীৰ উষ্ণতা এই দশকটোৰ ভিতৰত দ্বিতীয় নিম্নতম উষ্ণতাৰ অভিলেখ গঢ়ে৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনায় যে...
জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে জাপানে কি ল’লে অভিনৱ পন্থা ?
Health Plus - 0
জনসংখ্যা বৃদ্ধিৰ সমস্যাই সমগ্ৰ বিশ্বতে এক ভয়াৱহ সমস্যাৰূপে দেখা দিছে৷ বছৰি বৃদ্ধি পাই থকা জনসংখ্যা বৃদ্ধিৰ ফলত বিশ্বৰ...
ডাঃ তপন শইকীয়ালৈ ৰাজ্য চৰকাৰৰসৰ্বোচ্চ অসামৰিক সন্মান ‘অসম বৈভৱ’ বঁটা
Health Plus - 0
ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্বশৰ্মাই অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সেৱা বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰে৷ ৰাজ্যিক কেবিনেটত অনুমোদন জনোৱাৰ পাছত জনতা ভৱনত এক...
শিশুটি প্ৰশংসাৰ পাত্ৰ হ’বলৈসৰুতে এইবোৰ শিকাওক
Health Plus - 0
ঘৰখন হ’ল শিশুৰ এটি বাবে প্ৰধান পাঠশালা৷ ভাল-বেয়া, উচিত-অনুচিত, শ্ৰদ্ধা-ভক্তি, আচাৰ-আচৰণ আদি সকলোখিনি শিশু এটিয়ে সৰুকালতে ঘৰখনৰ পৰা আয়ত্ত কৰে, শিকি লয়৷...
এলোভেৰা জেল চুলিত লগালে কি পাব আচৰিত লাভ ?
Health Plus - 0
শীতকালত চুলিকোছা ভালে ৰাখিবলৈ বিশেষ যত্ন কৰিব লাগে৷ এই সময়ছোৱাত বায়ুৰ আৰ্দ্ৰতা কমি থাকে বাবে চুলি শুকান আৰু...
এই লক্ষণবোৰে ক’ব শিশুৰদেহত পুষ্টিৰ অভাৱৰ কথা
Health Plus - 0
সন্তানক দৈনিক নিয়মমতে পুষ্টিকৰ খাদ্য খুওৱাব লাগে৷ ইয়াৰ ভিতৰত ভিটামিন, প্ৰ’টিন, খনিজ পদাৰ্থ আদি উপাদান থকাটো অতি প্ৰয়োজনীয়৷ শিশুৰ ক্ষেত্ৰত সুস্থ-সবল তথা...
মানৱ জাতিলৈ বিপদ : চাৰি লাখ বছৰ পুৰণি ভাইৰাছক প্ৰাণ দিয়াৰ চেষ্টা
Health Plus - 0
চীনৰ গৱেষণাগাৰৰ পৰা সৃষ্টি হোৱা ভাইৰাছে গোটেই বিশ্বকে আতংকৰ সৃষ্টি কৰাৰ লগতে বিশ্বৰ অৱস্থা থানবান কৰি পেলাইছে আৰু...
গুৱাহাটীৰ ক’ত ঘোষণা হ’লকম্প্ৰেহেন্সিভ ষ্ট্ৰ’ক মেনেজমেণ্ট দল
Health Plus - 0
এপল’ হাস্পতাল গুৱাহাটীৰ বাবে এক গৌৰৱময় ক্ষণ৷ এপল’ হাস্পতাল গুৱাহাটীৰ তৰফৰ পৰা ব্ৰেইন ষ্ট্ৰ’ক ৰোগীৰ কাৰ্যকৰী চিকিৎসা প্ৰদান কৰিবলৈ এক সামগ্ৰিক ষ্ট্ৰ’ক...
কাচৰ দৰে স্বচ্ছ ৰহস্যজনক প্ৰাণী উদ্ধাৰ : ক’ত ?
Health Plus - 0
সমুদ্ৰৰ তলৰ কত ৰহস্য আছে, সেই কথাটো আমি সকলোৱে জানোহঁক৷ সমুগ্ৰৰ এই বিস্ময়বোৰৰ মাজত অধিকাংশই নতুন কিবা আৱিষ্কাৰ...
Most Read
শৰীৰত কলেষ্টৰেল বঢ়াৰ এইবোৰ প্ৰাথমিক লক্ষণ
তেজত কলেষ্টৰেলৰ মাত্ৰা বাঢ়ি গ’লে ধমনীত ব্লকেজৰ সৃষ্টি হয়৷ যাৰ ফলত তেজ হাৰ্টলৈ সৰবৰাহৰ ক্ষেত্ৰত যথেষ্ট সমস্যাই দেখা দিব পাৰে৷ ফলস্বৰূপে হাৰ্টৰ...
৪০ৰ পাছত কিছুমান ব্যায়াম নকৰিব তেনেহ’লে কিহত গুৰুত্ব দিব?
আমাৰ বয়স বঢ়াৰ লগে লগে শৰীৰৰ অংগবোৰৰো কাৰ্যক্ষমতা তথা শক্তি কমি আহিবলৈ ধৰে৷ তেনে অৱস্থাত শৰাীৰে সকলো সহ্য কৰাত অসমৰ্থ হয়৷ বিশেষকৈ...
হাৰ্টৰ ব্লকেজ হোৱা-নোহোৱা জানিবলৈ এই তিনি উপায়
মূৰটো ৰিমঝিম কৰা, চকুৰে অন্ধকাৰ দেখা তাৰ পাছত জ্ঞানশূন্য হৈ পৰা, আধা মিনিটৰ পাছত পুনৰ জ্ঞান ফিৰি আহি স্বাভাৱিক অৱস্থা৷ এবাৰ...
উজ্জ্বল-সতেজ ছালৰ অধিকাৰী হ’বলৈ এই ফেচপেক
এখন উজ্জ্বল, সতেজ ছালৰ অধিকাৰী হ’বলৈ সকলোৱে বাঞ্ছা কৰে৷ ছালখন যত্নৰ বাবে কোনেও অকণো অৱহেলা নকৰে৷ ছোৱালীবোৰে ছালৰ যত্নৰ বাবে দৈনিক...