Health Plus
4942 POSTS0 COMMENTS
http://newshealthplus.comতিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব
Health Plus - 0
খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...
চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?
Health Plus - 0
পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...
চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?
Health Plus - 0
পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...
স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে
Health Plus - 0
ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...
ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?
Health Plus - 0
বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...
বিশাল অট্টালিকাৰ ভৰে বছৰিদুই মিঃমিঃলৈ বহাইছে নিউয়ৰ্কক
Health Plus - 0
নিউয়ৰ্ক চহৰখন বছৰি অহৰহ তললৈ বহি যাবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ প্ৰধান কাৰণ হ’ল মহানগৰখনত বছৰি ক্ৰমবৰ্ধমান গতিত বৃহৎ বৃহৎ অট্টালিকা নিৰ্মাণ কৰাটো৷...
পাইলটলৈ প্ৰত্যাহ্বান : কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা উৰিব বিমান
Health Plus - 0
বৰ্তমান যুগটোক বহুতেই কৃত্ৰিম বুদ্ধিমত্তাৰ যুগ বুলি ক’বলৈ লৈছে৷ ইয়াৰ কাৰণ হ’ল বিভিন্ন ক্ষেত্ৰত বহুলভাৱে ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে কৃত্ৰিম বুদ্ধিমত্তাক৷ শেহতীয়াকৈ...
দিনে এটাকৈ চিগাৰেট সেৱনেওবঢ়াব পাৰে হাৰ্ট এটেকৰ সমস্যা
Health Plus - 0
ধূমপান স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক৷ এই সাৱধানবাণী জনাৰ পাছতো কোটি কোটি লোকে ধূমপান সেৱন কৰে৷ দৈনিক পেকেটে পেকেটে চিগাৰেট সেৱন কৰা লোক বহুত...
WHO-ৰ সতৰ্কবাণী ঃ ভয়াৱহ মহামাৰীয়েবিপদ ঘটাব পাৰে মানৱ সমাজক
Health Plus - 0
জেনেভাত অনুষ্ঠিত ৬২ সংখ্যক বিশ্ব স্বাস্থ্য অধিৱেশনত বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ই বিশ্ববাসীলৈ এইবুলি সাৱধানবাণী শুনাইছে যে সমগ্ৰ বিশ্ববাসীয়ে ঘাতক মহামাৰীৰ বাবে...
বিশ্বৰ আটাইতকৈ সুখী আৰুবেছি দুৰ্দশাগ্ৰস্ত দেশ দুখন
Health Plus - 0
প্ৰখ্যাত অৰ্থনাতিবিদ ষ্টিভ হেংকিয়ে কৰা বাৰ্ষিক দুৰ্দশা সূচাংক বা এনুৱেল মিজাৰী ইনডেক্সত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি দুৰ্দশাগ্ৰস্ত দেশ...
Most Read
ডায়েবেটিছ ৰোগীয়ে প্ৰতিবছৰে চকু পৰীক্ষা কৰোৱা কিয় জৰুৰী
আপোনাৰ ডায়েবেটিছ ৰোগ থাকিলে ৰেটিনা গুৰুতৰ ক্ষতিগ্ৰস্ত হ’ব পাৰে৷ যিয়ে ডায়েবেটিক ৰেটিনোপেথিৰ দৰে গুৰুতৰ ৰোগ হ’ব পাৰে৷ জনা দৰকাৰ যে ডায়েবেটিছ থাকিলে...
মস্তিষ্কৰ ক্ষতি কৰিছে ChatGPT-এ চাৰ্ছ কৰাৰ আগতে ভাবক
আগতে আছিল গুগল৷ এতিয়া আহিছে চাটজিপিটি৷ কোনো প্ৰশ্নৰ উত্তৰ জানিবলৈ ইয়াৰ সহায় লোৱা হয়৷ নিজে মূৰ ঘমোৱাৰ প্ৰয়োজন নাই৷ যিকোনো বিষয় জানিবলৈ...
পিঁয়াজ সৰহকৈ খালেও হ’ব পাৰে এইবোৰ বিপদ
যিমানে উপকাৰিতা নাথাকক কিয় প্ৰয়োজনতকৈ অধিক সেৱন কৰাটো যিকোনো বস্তুৱেই বেয়া৷ অত্যধিক সেৱনে ঘিউ-মৌও বিষলৈ পৰিণত হ’ব পাৰে৷ ঠিক একেদৰে পিঁয়াজ...
নিয়মিত ছচ্মা ব্যৱহাৰ কৰিলে চকুৰ দৃষ্টিশক্তি ঠিক হয়নে?
ছচ্মা আচলতে কিয় প্ৰয়োজন, কোনসকলৰ দৰকাৰ৷ কিছুদিন ব্যৱহাৰ কৰাৰ পাছত কি ছচ্মাৰ পৰা মুক্তি পাব পাৰি– এইধৰণৰ বিভিন্ন প্ৰশ্ন আমাৰ মনত...