Health Plus

4942 POSTS0 COMMENTS
http://newshealthplus.com

গোটেই দিনটো শৰীৰটোক হাইড্ৰেট কৰি কেনেকৈ ৰাখিব ? How to keep the body hydrated throughout the day?

আপোনাৰ শৰীৰটোৱে সুচাৰুৰূপে চলিবলৈ বিশেষকৈ পানীৰ ওপৰত নিৰ্ভৰ কৰে৷ দেহৰ প্ৰত্যেকটো অংগ, কোষ, টিছু আদিয়ে সঠিকভাৱে কাম কৰিবলৈ পানীৰ প্ৰয়োজন হয়৷ সেয়েহে...

জীৱনত সুখী হ’বলৈ এইবোৰ অভ্যাস বাদ দিয়ক (Give up these toxic habits to be happy)

Toxic Habit- সহজ অৰ্থত যিবোৰ অভ্যাসে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য দুয়োটাকে নষ্ট কৰে৷ দৈনন্দিন জীৱনত আমি এনেধৰণৰ অভ্যাসসমূহ প্ৰায় কৰিয়েই থাকোঁ...

খেতিপথাৰত মাত্ৰাধিক হাৰত সাৰ প্ৰয়োগ কি ব্যৱস্থা ল’ব চৰকাৰে ? What steps will the government take to prevent excessive use of fertilizer in the...

খেতিপথাৰত মাত্ৰাধিক হাৰত ৰাসায়নিক সাৰ প্ৰয়োগ কৰা কৃষকৰ বিৰুদ্ধে কঠোৰ হ’ব ৰাজ্য চৰকাৰ৷ ৰাজ্যখনৰ কোন কোন অঞ্চলৰ খেতিপথাৰত মাত্ৰাধিক হাৰত ৰাসায়নিক সাৰ...

বিদেশত সমাদৃত অসমৰ ৰঙা চাউলে কি সুখবৰ কঢ়িয়ালে ? What good news has Assam’s popular Red rice brought from abroad?

মাজুলীৰ কৃষি বুৰঞ্জীত এক অভিনৱ সংযোজন ঘটিল৷ জিলাখনৰ পৰা প্ৰথমবাৰৰ বাবে ইউৰোপৰ তিনিখন দেশলৈ ৰপ্তানি কৰিলে ২০ কুইণ্টল ৰঙা বাওধানৰ চাউল৷ মাজুলীত...

মুকলি হ’ল জলবায়ু অনুকূল ফচল : ক’ত, কেতিয়া ? Climate-friendly crop launched.

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ ছেপ্টেম্বৰত জলবায়ু অনুকূল ৩৫ বিধ ফচলৰ প্ৰজাতি মুকলি কৰে৷ ভাৰতীয় কৃষি গৱেষণা পৰিষদ চমুকৈ ICAR-এ জলবায়ু পৰিৱৰ্তন আৰু...

শৌচ অনিয়মীয়া হৈছে নেকি ? বাহ্য প্ৰাণায়াম কৰক (Bahya Pranayama for irregular bowel movements)

আজিকালি যান্ত্ৰিকতা জীৱনত মানুহবোৰ ইমানেই সোমাই গৈছে যে নিজৰ খোৱা-লোৱাৰ যতনৰ কথা পাহৰিয়েই গৈছে৷ অস্বাস্থ্যকৰ খাদ্য, শৰীৰচৰ্চাৰ অভাৱ, পানী কমকৈ খোৱা, ভজা-পোৰা...

প্ৰাতঃভ্ৰমণৰ সময়ত আপোনাৰ জোতাযোৰ কেনে হোৱা উচিত ? What type of shoes are appropriate for morning walks?

দোকমোকালি পুৱাৰ সুন্দৰ পৰিৱেশত খোজকঢ়াটো বহুতেই পচন্দ কৰে৷ এনে এটা সুমধুৰ নিৰিবিলি পৰিৱেশত খোজ কাঢ়িলে মন পুলকিত হয়, মনে আনন্দ লাভ কৰে...

‘জুডিমা’ই লাভ কৰিলে জিঅ’গ্ৰাফিকেল ইণ্ডিকেশ্যন : কি এই ‘জুডিমা’ (What is this Judima that has obtained the GI tag?)

ডিমাচা জনগোষ্ঠীৰ পৰম্পৰাগত পানীয় ‘জুডিমা’ই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো পৰম্পৰাগত পানীয় হিচাপে ভৌগোলিক স্বীকৃতি লাভ কৰিছে৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে দীৰ্ঘদিনৰ গৱেষণাৰ...

TAVR পদ্ধতিৰে হৃদযন্ত্ৰৰ জটিল অস্ত্ৰোপচাৰ সম্পন্ন : কি এই TAVR পদ্ধতি ? How are complicated heart surgeries possible with the TAVR procedure?

গুৱাহাটীস্থিত এপ’ল’ হাস্পতালত যোৱা ১ ছেপ্টেম্বৰত অসমৰ ভিতৰতে পোনপ্ৰথমবাৰৰ বাবে হৃদযন্ত্ৰৰ মুক্ত অস্ত্ৰোপচাৰ অবিহনে ট্ৰেন্সকেথেটাৰ এ'ৰ্টিক ভাল্‌ভ ৰিপ্লেচমেণ্ট(Transcatheter Aortic Valve Replacement) প্ৰক্ৰিয়া...

জনসাধাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কি এই স্বাস্থ্য পৰিচয় পত্ৰ ? Let’s know about the Central Government’s health identity card for the general public.

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ ছেপ্টেম্বৰত আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ শুভাৰম্ভণি কৰে৷ ইয়াৰ অধীনত প্ৰতিজন লোককে ইউনিক ডিজিটেল হেল্‌থ আই ডি বা একক...

TOP AUTHORS

Most Read

ডায়েবেটিছ ৰোগীয়ে প্ৰতিবছৰে চকু পৰীক্ষা কৰোৱা কিয় জৰুৰী

আপোনাৰ ডায়েবেটিছ ৰোগ থাকিলে ৰেটিনা গুৰুতৰ ক্ষতিগ্ৰস্ত হ’ব পাৰে৷ যিয়ে ডায়েবেটিক ৰেটিনোপেথিৰ দৰে গুৰুতৰ ৰোগ হ’ব পাৰে৷ জনা দৰকাৰ যে ডায়েবেটিছ থাকিলে...

মস্তিষ্কৰ ক্ষতি কৰিছে ChatGPT-এ চাৰ্ছ কৰাৰ আগতে ভাবক

আগতে আছিল গুগল৷ এতিয়া আহিছে চাটজিপিটি৷ কোনো প্ৰশ্নৰ উত্তৰ জানিবলৈ ইয়াৰ সহায় লোৱা হয়৷ নিজে মূৰ ঘমোৱাৰ প্ৰয়োজন নাই৷ যিকোনো বিষয় জানিবলৈ...

পিঁয়াজ সৰহকৈ খালেও হ’ব পাৰে এইবোৰ বিপদ

যিমানে উপকাৰিতা নাথাকক কিয় প্ৰয়োজনতকৈ অধিক সেৱন কৰাটো যিকোনো বস্তুৱেই বেয়া৷ অত্যধিক সেৱনে ঘিউ-মৌও বিষলৈ পৰিণত হ’ব পাৰে৷ ঠিক একেদৰে পিঁয়াজ...

নিয়মিত ছচ্‌মা ব্যৱহাৰ কৰিলে চকুৰ দৃষ্টিশক্তি ঠিক হয়নে?

ছচ্‌মা আচলতে কিয় প্ৰয়োজন, কোনসকলৰ দৰকাৰ৷ কিছুদিন ব্যৱহাৰ কৰাৰ পাছত কি ছচ্‌মাৰ পৰা মুক্তি পাব পাৰি– এইধৰণৰ বিভিন্ন প্ৰশ্ন আমাৰ মনত...