মুকলি হ’ল জলবায়ু অনুকূল ফচল : ক’ত, কেতিয়া ? Climate-friendly crop launched.

0
286
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ ছেপ্টেম্বৰত জলবায়ু অনুকূল ৩৫ বিধ ফচলৰ প্ৰজাতি মুকলি কৰে৷ ভাৰতীয় কৃষি গৱেষণা পৰিষদ চমুকৈ ICAR-এ জলবায়ু পৰিৱৰ্তন আৰু পুষ্টিহীনতাৰ প্ৰত্যাহবানৰূপে এই শস্যৰ বিকাশ ঘটাইছে৷ ICAR-ৰ সকলো প্ৰতিষ্ঠান, ৰাজ্যিক-কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিজ্ঞান কেন্দ্ৰসমূহত আয়োজিত অনুষ্ঠানত ভিডিঅ’যোগে এই শস্য প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰৰ প্ৰতি উছৰ্গা কৰে৷ এই ৩৫ বিধ ফচলৰ প্ৰজাতিত আছে বুট দাইল বা চানাৰ  খৰাংসহিষ্ণু প্ৰজাতি, ভেঁকুৰ আৰু অনুৰ্বৰতা ৰোগ প্ৰতিৰোধী ৰহৰ দাইলৰ প্ৰজাতি, ছয়াবিনৰ সোনকালে পূৰঠ হোৱা প্ৰজাতি, চাউলৰ ৰোগ প্ৰতিৰোধী প্ৰজাতি আদি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here