Health Plus

4940 POSTS0 COMMENTS
http://newshealthplus.com

স্বাৱলম্বন : ২০২ বিঘা মাটিত লিচু খেতি আৰম্ভ : ক’ত ?

তেজপুৰত শেহতীয়াকৈ ২০০ বিঘাৰো অধিক ভূমিত এইবাৰ নতুনকৈ আৰম্ভ কৰা হ’ব লিচু খেতি৷ সোৱাদযুক্ত মঙহাল সেন্দুৰী বৰণৰ লিচুৱে...

পেলু মুক্ত অসম গঢ়িবলৈ চৰকাৰৰ ব্যাপক অভিযান

নগাঁও জিলাৰ জখলাবন্ধা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ উদ্যোগত হাটবৰ প্ৰাথমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস পালনৰ লগতে শিশু আৰু...

উদ্বেগজনক ! বহিঃৰাজ্যত অসমৰ যুৱতী, মহিলাক বিক্ৰী

বৰপেটাত সক্ৰিয় হৈ থকা বৃহৎ নাৰী সৰবৰাহকাৰী গেং এটাৰ কেইবাগৰাকী সদস্যক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ অসমৰ পৰা নাৰী অপহৰণ...

বিশ্বৰ প্ৰথমখন বিদ্যুৎচালিত বিমানৰ পৰীক্ষামূলক উৰণ

বিশ্বৰ প্ৰথমখন বিদ্যুৎচালিত বিমানৰ প্ৰথমটো পৰীক্ষামূলক উৰণ অলপতে সফলতাৰে সম্পন্ন কৰা হয়৷ ইজৰাইলৰ এভিয়েশ্যন এয়াৰক্ৰাফ্‌টে নিৰ্মাণ কৰা এলিচ...

মাংকি পক্সক লৈ চীনে কি আচৰিত পদক্ষেপ ল’লে

সমগ্ৰ দেশতে মাংকি পক্সে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ এখন দেশৰ পৰা সিখন দেশলৈ এই ৰোগৰ সংক্ৰমণ অব্যাহত...

পুৰুষৰ শাৰীৰিক দুৰ্বলতা, ফাৰ্টিলিটি বঢ়াবলৈ এইবিধ ফল খাওক

সাধাৰণতে মহিলাসকলতকৈ পুৰুষসকলে খাদ্য খোৱাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া দেখা নাযায়৷ দিনৰ কৰ্মব্যস্ততা, বিভিন্ন কাৰণত খাদ্য গ্ৰহণৰ সময়ত...

মঙলত প্ৰাণীৰ সন্ধানৰ ক্ষেত্ৰত পাৰছিভাৰেন্স ৰ’ভাৰে কি পালে ?

মঙল গ্ৰহৰ সন্দৰ্ভত নানা তথ্য সদৰী হৈ আছে৷ অতীত যে মঙলত হ্ৰদ বা আগ্নেয়গিৰি সন্ধান পাইছিল, বিজ্ঞানীয়ে সেই...

মাধমাৰ ! দেশত অনাগত দিনত অভাৱনীয়ভাৱে বৃদ্ধি পাব চাউলৰ দাম

ধানৰ উৎপাদন হ্ৰাস পোৱাৰ ফলত অনাগত দিনত চাউলৰ দাম বৃদ্ধি পাব৷ অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত ...

অসমত কৰ্কট ৰোগ বৃদ্ধিৰ কাৰণ সম্পৰ্কে গৱেষণাৰ কোনে পোষকতা কৰিলে ?

অসমত কৰ্কট ৰোগৰ বৰ্ধিত প্ৰাদুৰ্ভাৱৰ কাৰণ বিশ্লেষণ কৰাৰ বাবে ৰাজ্য ভিত্তিক গৱেষণা আৰম্ভ কৰাৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰী...

চিলিণ্ডাৰত কিমান গেছ আছে সহজে কিদৰে জানিব ?

আমি প্ৰায়ে শুনিবলৈ পাওঁ যে ভাতখিনি ঠিকে-ঠাকে হ’ল কিন্তু দাইলখিনি আঠা সিজা হওঁতে চিলিণ্ডাৰৰ গেছ নাইকিয়া হ’ল৷ এটাতকৈ...

TOP AUTHORS

Most Read

পিঁয়াজ সৰহকৈ খালেও হ’ব পাৰে এইবোৰ বিপদ

যিমানে উপকাৰিতা নাথাকক কিয় প্ৰয়োজনতকৈ অধিক সেৱন কৰাটো যিকোনো বস্তুৱেই বেয়া৷ অত্যধিক সেৱনে ঘিউ-মৌও বিষলৈ পৰিণত হ’ব পাৰে৷ ঠিক একেদৰে পিঁয়াজ...

নিয়মিত ছচ্‌মা ব্যৱহাৰ কৰিলে চকুৰ দৃষ্টিশক্তি ঠিক হয়নে?

ছচ্‌মা আচলতে কিয় প্ৰয়োজন, কোনসকলৰ দৰকাৰ৷ কিছুদিন ব্যৱহাৰ কৰাৰ পাছত কি ছচ্‌মাৰ পৰা মুক্তি পাব পাৰি– এইধৰণৰ বিভিন্ন প্ৰশ্ন আমাৰ মনত...

মানৱ দেহত তৈয়াৰ হৈছে অদৃশ্য শক্তি : জানিলে অবাক হ’ব

জাংক ডি এন এ হ’ল সেই ডি এন এৰ অংশ, যি প্ৰ’টিন তৈয়াৰ কৰাৰ বাবে কোজ নকৰে আৰু যাৰ কাৰ্যকাৰিতা এতিয়াও...

মূত্ৰথলীৰ কেঞ্চাৰ কিয় হয়? ইয়াৰ লক্ষণ আৰু চিকিৎসা

মূত্ৰনলীৰ কেঞ্চাৰ হৈছে মূত্ৰনলীৰ অভ্যন্তৰত অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত কোষ বৃদ্ধিৰ ফলত গঠিত টিউমাৰ, যি লাহে লাহে শৰীৰৰ অন্য অংশলৈও বিয়পি যায়৷...