Health Plus
4940 POSTS0 COMMENTS
http://newshealthplus.comপৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত দেশসমূহলৈ বিশেষ পুঁজি
Health Plus - 0
পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ প্ৰভাৱে ক্ষতি কৰা স্পৰ্শকাতৰ দেশসমূহৰ ক্ষতি পূৰাবলৈ এটা বিশেষ পুঁজি গঠনত ৰাষ্ট্ৰসংঘৰ জলবায়ু শীৰ্ষ সন্মিলনে অনুমোদন জনায়৷ দুসপ্তাহ...
সমীক্ষা : প্ৰতি ১১ মিনিটত এগৰাকী মহিলাৰ ঘনিষ্ঠৰ হাতত মৃত্যু হয়
Health Plus - 0
ৰাষ্ট্ৰসংঘৰ মুৰব্বী এণ্টনিঅ’ গুটেৰেছে কয় যে প্ৰতি ১১ মিনিটত এগৰাকী মহিলা বা ছোৱালীৰ এজন ঘনিষ্ঠ সংগী বা পৰিয়ালৰ সদস্যৰ হাতত মৃত্যু হয়৷...
গাখীৰৰ বিশুদ্ধতাক লৈ প্ৰশ্ন ৰাজ্যৰ সৰ্বসাধাৰণৰ
Health Plus - 0
সমগ্ৰ ৰাজ্যতে প্ৰতিবছৰে বৃদ্ধি পাইছে গাখীৰৰ চাহিদা৷ অধিকাংশ লোকৰে দৈনিক খাদ্যৰ তালিকাখনত গাখীৰ থাকে শীৰ্ষস্থানত৷ ইয়াৰে একাংশ লোকক গাখীৰ গো-পালক বা গাখীৰ...
সমীক্ষাই কি কয় : ঋতুস্ৰাৱৰ সময়ত ব্যৱহৃত ছেনিটাৰী নেপকিন সুৰক্ষিতনে?
Health Plus - 0
মহিসাসকলে ঋতুকালীন সময়ত চেনিটাৰী নেপকিন ব্যৱহাৰ কৰে৷ সাধাৰণতে ঋতুস্ৰাৱৰ সময়ছোৱাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ হেতু চেনিটেৰী পেড বা নেপকিন...
সমীক্ষাই কি কয় : ঋতুস্ৰাৱৰ সময়ত ব্যৱহৃত ছেনিটাৰী নেপকিন সুৰক্ষিতনে?
Health Plus - 0
মহিসাসকলে ঋতুকালীন সময়ত চেনিটাৰী নেপকিন ব্যৱহাৰ কৰে৷ সাধাৰণতে ঋতুস্ৰাৱৰ সময়ছোৱাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ হেতু চেনিটাৰী পেড বা নেপকিন...
পাঁচবিধ বেক্টেৰিয়াৰ সংক্ৰমণত ভাৰতত কিমানৰ প্ৰাণহানি হৈছিল ?
Health Plus - 0
ই. কলি, এছ. নিউম’নিয়া, কে. নিউম’নিয়া, এছ. আউৰিয়াছ আৰু এ. বাউমানি নামৰ পাঁচবিধ বেক্টেৰিয়াত ২০১৯ চনত ভাৰতত ৬.৯...
সাৱধান ! ৰাজ্যৰ বজাৰত বিক্ৰী হৈছে ভেজাল মিঠাতেল
Health Plus - 0
ৰাজ্যৰ লগতে মহানগৰৰ বজাৰত উপলব্ধ ফল-মূল, শাক-পাচলি, গাখীৰ, পানী, মাছ আদি খাদ্য সামগ্ৰীৰ ভেজালকৰণৰ তথ্য বিভিন্ন সময়ত...
সুখবৰ : আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ জৈৱিক চাহ
Health Plus - 0
অসমৰ চাহৰ মান নিম্নগামী হোৱাৰ অজুহাত দেখুৱাই ৰাজ্যৰ বটলিফ ফেক্টৰীৰ স্বত্বাধিকাৰীসকলে ক্ষুদ্ৰ চাহ খেতিয়কসকলক কেঁচা চাহপাতৰ দাম সদায়ে...
পুষ্টিগুণেৰে সমৃদ্ধ সৰিয়হ শাকে কিদৰে উপকাৰ সাধে?
Health Plus - 0
বিভিন্ন শাক-পাচলিৰে সমৃদ্ধ হ’ল শীতকাল৷ এই সময়ছোৱাত বজাৰত নানা তৰহৰ শাক-পাচলি সহজলভ্য হয়৷ তাৰ ভিতৰত সৰিয়হ শাকো এবিধ৷...
ক’ত হ’ব উত্তৰ-পূৰ্বাঞ্চল স্ত্ৰী, প্ৰসূতি ৰোগৰ চিকিৎসকৰ সমাৰোহ
Health Plus - 0
উত্তৰ-পূৰ্বাঞ্চলৰ স্ত্ৰী আৰু প্ৰসূতি ৰোগ চিকিৎসকসকল একত্ৰিত হৈ নতুন নতুন চিকিৎসা পদ্ধতি সম্পৰ্কে আলোচনা কৰি এক জনসজাগতা সৃষ্টিৰ...
Most Read
পিঁয়াজ সৰহকৈ খালেও হ’ব পাৰে এইবোৰ বিপদ
যিমানে উপকাৰিতা নাথাকক কিয় প্ৰয়োজনতকৈ অধিক সেৱন কৰাটো যিকোনো বস্তুৱেই বেয়া৷ অত্যধিক সেৱনে ঘিউ-মৌও বিষলৈ পৰিণত হ’ব পাৰে৷ ঠিক একেদৰে পিঁয়াজ...
নিয়মিত ছচ্মা ব্যৱহাৰ কৰিলে চকুৰ দৃষ্টিশক্তি ঠিক হয়নে?
ছচ্মা আচলতে কিয় প্ৰয়োজন, কোনসকলৰ দৰকাৰ৷ কিছুদিন ব্যৱহাৰ কৰাৰ পাছত কি ছচ্মাৰ পৰা মুক্তি পাব পাৰি– এইধৰণৰ বিভিন্ন প্ৰশ্ন আমাৰ মনত...
মানৱ দেহত তৈয়াৰ হৈছে অদৃশ্য শক্তি : জানিলে অবাক হ’ব
জাংক ডি এন এ হ’ল সেই ডি এন এৰ অংশ, যি প্ৰ’টিন তৈয়াৰ কৰাৰ বাবে কোজ নকৰে আৰু যাৰ কাৰ্যকাৰিতা এতিয়াও...
মূত্ৰথলীৰ কেঞ্চাৰ কিয় হয়? ইয়াৰ লক্ষণ আৰু চিকিৎসা
মূত্ৰনলীৰ কেঞ্চাৰ হৈছে মূত্ৰনলীৰ অভ্যন্তৰত অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত কোষ বৃদ্ধিৰ ফলত গঠিত টিউমাৰ, যি লাহে লাহে শৰীৰৰ অন্য অংশলৈও বিয়পি যায়৷...