Health Plus

3841 POSTS0 COMMENTS
http://newshealthplus.com

ৰাসৰ বাবে চৰকাৰৰ নতুন SOP || Govt’s new SOP for Raas festival

ৰাসৰ বাবে নতুন SOP জাৰি কৰিছে ৰাজ্য চৰকাৰে৷ নতুন SOP অনুসৰি ৰাস অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ অনুমতি বাধ্যতামূলক কৰা হৈছে৷ আনহাতে...

GMC-ৰ কঠোৰ পদক্ষেপ ! পথত থু পেলালেই জৰিমনা || GMC’s tough stand: spitting at public places will entail a fine

এইবাৰ অধিক কঠোৰ হ’ল GMC কতৃৰ্পক্ষ৷ গুৱাহাটী মহানগৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে GMC-এ সময়ে সময়ে বিভিন্ন পদক্ষেপ লৈ আহিছে যদিও ইয়াৰ প্ৰতি কোনো ভ্ৰূক্ষেপেই...

পিজ্জা আৰু ঠাণ্ডা পানীয় একেলগে খায় নেকি ? Are pizza and cold drinks taken together?

পিজ্জা আৰু ঠাণ্ডা পানীয় এনেকুৱা এটা কম্বিনেশ্যন, যাক ভাল নোপোৱা মানুহ একেবাৰে নাই৷ পিজ্জাত থকা চিজ আৰু ঠাণ্ডা পানীয়ৰ মিঠা সোৱাদে দুয়োটাৰে...

আয়ুৰ্বেদৰ মতে এইদৰে খাওক কফি || Drink coffee the ayurvedic way

চাহৰ দৰে কফিও পৃথিৱীৰ সকলো ঠাইতে বহুলভাৱে জনপ্ৰিয়৷ ইমিউনিটি বৃদ্ধিৰ পৰা মূৰৰ বিষলৈ বিভিন্ন সমস্যাৰ উপায় দিব পাৰে কফিয়ে৷ অৱশ্যে কফি অধিক...

জিকা ভাইৰাছৰ সংক্ৰমণ অসমতো সতৰ্কতা জাৰি || Spread of Zika virus: alert sounded in Assam also

দেশৰ বিভিন্ন প্ৰান্তৰত জিকা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পাছতে অসমতো সতৰ্কতা জাৰি কৰিছে ৰাজ্য চৰকাৰে৷ ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰতিখন জিলাকে এই ক্ষেত্ৰত...

বন্ধাকবি খালে মস্তিষ্কৰ কি ক্ষতি হয় ? How does cabbage affect the brain?

শীতকালৰ চব্‌জিসমূহৰ মাজত বন্ধাকবিও অন্যতম৷ সকলোতে লগ লগাই বন্ধাকবি খাব পাৰি৷ বন্ধাকবিৰ কেঁচাপাত চালাড হিচাপেও খোৱা হয়৷ মিক্সড্‌ চব্‌জিৰ বাবে এৰাব নোৱৰা...

শিশুৰ বাবে কেন্দ্ৰীয় চৰকাৰে কিমান ভেক্‌চিন কিনিব ? How much vaccine will the Central Government procure for children?

Zydus Cadila-ই ভাৰত চৰকাৰৰ পৰা প্ৰতি পালিত ২৬৫ টকাকৈ বিশ্বৰ প্ৰথম প্লাজমিড DNA ভেক্‌চিন জায়কভ-ডিৰ আৰু GST নোহোৱাকৈ প্ৰতি পালিত ৯৩ টকাকৈ...

ক’ভিড ভেক্‌চিন লৈ কোটি টকাৰ পুৰস্কাৰ লাভ : ক’ত ?

সমগ্ৰ বিশ্বজুৰি কৰ’না মহামাৰীয়ে আতংকৰ সৃষ্টি কৰি অহাৰ সময়তে ইয়াৰ সংক্ৰমণ ৰোধৰ ভেকচিনেই একমাত্ৰ অস্ত্ৰ হিচাপে চিনাক্ত কৰা হৈছে৷ কৰ’না ৰোধৰ বাবে...

শীতত শৰীৰটো গৰম কৰি ৰাখিবলৈ খাওক এইবোৰ || Take these to keep your body warm during winter

শীতৰ বতৰত ঠাণ্ডাৰ সৈতে মোকাবিলা কৰিবৰ বাবে আমি যিদৰে গৰম কাপোৰ পিন্ধো, ঠিক একেদৰে শৰীৰটোক ভিতৰৰ পৰা গৰম কৰি ৰাখিবলৈ খাদ্য তালিকাৰো...

এইদৰে তেল মালিচেৰে কৰক ‘Self-Care’ || Massage yourself with oil in this manner for self care

অভ্যংগ অৰ্থাৎ শৰীৰক গৰম তেলেৰে মালিচ কৰাটো এক প্ৰাচীন আয়ুৰ্বেদিক পদ্ধতি৷ বিশেষকৈ ঠাণ্ডা দিনত যেতিয়া আমাৰ শৰীৰৰ অংগসমূহ জথৰ হৈ থাকে, তেতিয়া...

TOP AUTHORS

Most Read

খালী পেটত আখৰোট খালে কি কি উপকাৰ পাব পাৰি ?

আজিকালি স্বাস্থ্যৰ যতনৰ বাবে বহুতেই DRY FRUITS নিয়মিতভাৱে খোৱাৰ অভ্যাস কৰি লয়৷ ইয়াৰ ভিতৰত আলমণ্ড, আখৰোট, কাজুবাদাম, খেজুৰ, কিচমিচ, বাদাম আদি...

অকস্মাৎ সাপ দেখিলে তৎক্ষণাৎ কি কৰিব ?

সাধাৰণতে মাৰ্চ আৰু এপ্ৰিল মাহ হৈছে সাপৰ প্ৰজননৰ সময়৷ এই সময়ছোৱাত য’তে-ত’তে সাপ ওলাব পাৰে বা আপুনি অকস্মাতে কেতিয়াবা সাপৰ মুখামুখি হ’ব...

পুৰুষ নে মহিলা বুদ্ধিত প্ৰখৰ কোন ?

বুদ্ধিত কোন বেছি প্ৰখৰ তথা পুৰুষ নে মহিলা কোন বেছি বুদ্ধিমান এই লৈ নানা প্ৰশ্নৰ উদয় হয়৷ ইয়াৰ উত্তৰত হয়তো কোনেও হাৰ...

ব্ৰুনৰ সমস্যাৰ পৰা মুুক্তি পাবলৈ তৰমুজ কিদৰে লগাব ?

বতৰ তথা ঋতুৰ সলনিৰ লগে লগে ৰূপচৰ্চাৰ ৰুটিনো সলনি হয়৷ শীতকালৰ ৰূপচৰ্চা আৰু গৰমকালিৰ ৰূপচৰ্চাৰ মাজত যথেষ্ট পাৰ্থক্য থাকে৷ গৰমৰ দিনকেইটাত ছালৰ...