Health Plus
4938 POSTS0 COMMENTS
http://newshealthplus.comবিশ্ব বেংকৰ ভৱিষ্যদ্বাণী : শ্ৰীলংকাৰ লেখীয়া হ’ব নেকি ভাৰতৰ অৱস্থা?
Health Plus - 0
অভাৱনীয় দাম বৃদ্ধিয়ে শংকিত কৰি তুলিছে সাধাৰণ জনতাক৷ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি লোহা, চিমেণ্টলৈকে যি গতিত প্ৰতিবিধ সামগ্ৰীৰে দাম বৃদ্ধি...
কেঁচা বুটৰ উপকাৰিতাজানিলে আচৰিত হ’ব
Health Plus - 0
বুট আমাৰ সকলোৰে পৰিচিত এবিধ খাদ্য৷ অসমীয়া সমাজত বুটৰ সমাদৰ যথেষ্ট৷ কিয়নো মাংগলিক কাৰ্যত বুটৰ প্ৰসাদ নহ’লে সকলো অসম্পূৰ্ণ৷ বুট প্ৰধানকৈ কেঁচাই...
শীতকালত মূলা খোৱা কিয়আৱশ্যক জানো আহক
Health Plus - 0
শীতকালৰ পাচলিসমূহ ভিতৰত মূলা অন্যতম৷ চবজি বনাই, চালাড বা কেঁচাই মূলা খোৱা হয়৷ মূলাৰ পুষ্টিকৰ উপাদানৰ অভাৱ নাই৷ মূলাত ভিটামিন-এ, ভিটামিন-বি. আইৰন,...
এইবোৰ সহজাত অভ্যাসৰ বাবেঅজান্তিতেই চকুৰ ক্ষতি হ’ব পাৰে
Health Plus - 0
শৰীৰৰ প্ৰতিটো অংগৰে সঠিক মতে যত্ন লোৱা প্ৰায়োজন৷ কিন্তু বহুতৰে কৰ্মব্যস্ত জীৱনত প্ৰত্যেক অংগৰে যত্ন ভালদৰে লোৱা নহয়৷ দিনটো বেছিভাগ সময় ফোন...
ব্লাড ছুগাৰ নিয়ন্ত্ৰণত ব্ৰহ্মাস্ত্ৰৰদৰে কাম কৰে নহৰুৱে
Health Plus - 0
বৰ্তমান সময়ত ব্লাড ছুগাৰৰ সমস্যা এক ভয়াৱহ ব্যাধি হিচাপে দেখা দিছে৷ প্ৰায়ভাগ লোকে এই ৰোগৰ চিকাৰ হৈছে৷ বিভিন্ন...
বিশ্বৰ প্ৰথম ঘটনা ! পানীৰ সাহায্যতমহাকাশত ছেটেলাইট স্থাপন
Health Plus - 0
এক নজিৰবিহীন দৃষ্টান্ত দাঙি ধৰিলে SpaceXএ৷ জানিব পৰা পৰা সংস্থাটোৱে ইয়াৰ ট্ৰেন্সপ’ৰ্টাৰ মিছন মাধ্যমেৰে আমেৰিকাৰ বেচৰকাৰী মহাকাশ কোম্পানী...
ইছ’ৰৰ চন্দ্ৰযান-৩ মিছনৰপ্ৰস্তুতি চূড়ান্ত পৰ্যায়ত
Health Plus - 0
ভাৰতীয় মহাকাশ গৱেষণা সংগঠন চমুকৈ ইছৰ’ৰ মুৰব্বী এছ সোমনাথে কয় যে চন্দ্ৰযান-৩ মিছন সাজু আৰু প্ৰস্তুতিৰ চূড়ান্ত পৰ্যায়ত আছে৷ ১০৮ সংখ্যক ভাৰতীয়...
ছিকল চেল ডিজিজ : অসমৰ জনজাতি বসতিপ্ৰধান অঞ্চলৰ ত্ৰাসৰ কাৰণ
Health Plus - 0
অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ গৱেষকে কৰা এক উদ্বেগজনক খবৰে অসমবাসী বিশেষকৈ জনজাতি অধ্যুষিত এলেকাত বাস কৰা লোকসকলৰ বাবে চিন্তাৰ কাৰণ...
মৌ মাখিৰ সুৰক্ষাৰ কাৰণেবিশ্বৰ প্ৰথমটো ভেকচিন
Health Plus - 0
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰস্তুত হৈছে মৌ মাখিৰ সুৰক্ষাৰ বাবে বিশ্বৰ প্ৰথমটো ভেক্চিন৷ আমেৰিকান ফাউলব্ৰুড ৰোগৰ পৰা মৌ মাখিক সুৰক্ষিত...
মৌ মাখিৰ সুৰক্ষাৰ কাৰণেবিশ্বৰ প্ৰথমটো ভেকচিন
Health Plus - 0
আমেৰিকা যুক্তৰাষ্ট˜ত প্ৰস্তুত হৈেছ মৌ মাখিৰ সুৰক্ষাৰ বাবে বিশ্বৰ প্ৰথমটো ভেক্চিন৷ আমেৰিকান ফাউলব্ৰুড ৰোগৰ পৰা মৌ মাখিক সুৰক্ষিত...
Most Read
মানৱ দেহত তৈয়াৰ হৈছে অদৃশ্য শক্তি : জানিলে অবাক হ’ব
জাংক ডি এন এ হ’ল সেই ডি এন এৰ অংশ, যি প্ৰ’টিন তৈয়াৰ কৰাৰ বাবে কোজ নকৰে আৰু যাৰ কাৰ্যকাৰিতা এতিয়াও...
মূত্ৰথলীৰ কেঞ্চাৰ কিয় হয়? ইয়াৰ লক্ষণ আৰু চিকিৎসা
মূত্ৰনলীৰ কেঞ্চাৰ হৈছে মূত্ৰনলীৰ অভ্যন্তৰত অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত কোষ বৃদ্ধিৰ ফলত গঠিত টিউমাৰ, যি লাহে লাহে শৰীৰৰ অন্য অংশলৈও বিয়পি যায়৷...
গৰম পানীৰ সৈতে মৌ সেৱন কৰাটো উচিতনে?
স্বাস্থ্য ৰক্ষাৰ বাবে মৌ অত্যন্ত উপকাৰী৷ মৌত থকা এণ্টিঅক্সিডেণ্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷ সেয়েহে স্বাস্থ্যৰ উপকাৰৰ বাবে মৌ বিভিন্ন প্ৰকাৰে...
মদ্যপান কৰিলে এইবোৰ ঔষধ খোৱা উচিত নহয়
মদ্যপান কৰাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক৷ এনে বহু লোক আছে গোটেই নিশা পাৰ্টিত মদ্যপান কৰে৷ মদ্যপান কৰাৰ পাছতহে মনত পৰিল যে তেওঁৰ...