Health Plus

4938 POSTS0 COMMENTS
http://newshealthplus.com

দেশৰ জীৱৰ কিমানপ্ৰজাতি বিপদাপন্ন জানেনে?

শেহতীয়াভাৱে আই ইউ চি এনৰ এক প্ৰতিবেদনত এক ভয়াৱহ তথ্য প্ৰকাশ পাইছে৷ ভাৰতবৰ্ষত বৰ্তমান ৭৩টা প্ৰজাতিৰ জীৱ অতি বিপদাপন্ন হিচাপে দেখা দিছে৷...

মহানগৰত অস্বাভাৱিক গতিতবৃদ্ধি পাইছে শব্দ প্ৰদূষণ

মহানগৰত সম্পূৰ্ণৰূপে প্ৰদূষণ নিয়ন্ত্ৰণ আইন উলংঘা কৰা হৈছে৷ বায়ু, মাটি, আৰু পানী প্ৰদূষণৰ লগতে অস্বাভাৱিক গতিত বৃদ্ধি পাইছে...

আদিম মানৱে প্ৰথমে গছৰওপৰতহে খোজ কাঢ়িছিল

আদিম মানৱে প্ৰথমে ক’ত, কিদৰে খোজ কাঢ়িবলৈ শিকিলে এই লৈ বিভিন্ন গৱেষণা তথা অধ্যয়ন প্ৰকাশ পাইছে৷ ক্ৰমবিকাশক ফলত...

ৰহস্যজনক প্ৰাণী ৪৬ বিহ’ব ৰাছিয়াৰ ভয়ংকৰ অস্ত্ৰ

পৃথিৱীৰ ৰহস্যজনক তথা অতি ভয়ংকৰ প্ৰাণী স্ক্ৰুইড৷ ভীষণ ক্ষমতাশালী স্ক্ৰুইড৷ নিজৰ বিষ ব্যৱহাৰ কৰি ১৫০ ফুট দূৰৈত থকা চিকাৰক অৱশ কৰিব পৰা...

চীনক চেৰ পেলাই জনবহুলদেশৰ শীৰ্ষত অৱস্থান ভাৰতৰ

বিশ্বৰ আটাইতকৈ জনবহুল দেশ হিচাপে ভাৰতে ইতিমধ্যে চীনক চেৰ পেলালে৷ World Population Review-ৰ আনুমানিক হিচাপৰ উল্লেখ কৰি ব্লুমবাৰ্গে এই বাতৰি দিছে৷...

ক’ত পোৱা গ’ল চাৰি প্ৰজাতিৰডাইন’ছৰৰ জীৱাশ্মৰ সন্ধান

চিলি বিশ্ববিদ্যালয় আৰু টেক্সাছ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে যৌথভাৱে চলোৱা এক অধ্যয়নত লেটিন আমেৰিকাৰ ৰাষ্ট্ৰ চিলিত পেটাগনিয়াৰ এক পৰিত্যক্ত উপত্যকাত ডাইন’ছৰৰ জীৱাশ্মৰ সন্ধান লাভ...

দুষ্প্ৰাপ্য কমলা ৰঙৰ বাদুলি উদ্ধাৰ : ক’ত?

আমাৰ চাৰিওফালে বিভিন্ন প্ৰজাতিৰ বাদুলি দেখিবলৈ পাওঁ যদিও সকলোবোৰ বাদুলিৰে বৰণ একে৷ অৰ্থাৎ মটিয়া বৰণৰ বাদুলিহে সাধাৰণতে দেখা যায়৷ অন্য ৰঙৰ বাদুলিও...

অপৰাধীক চিনাক্ত কৰিবলৈ চৰকাৰেব্যৱহাৰ কৰিব ফ্ৰেছ ৰিডিং ছফ্‌টৱেৰ

আৰক্ষীৰ মুখ্য কাৰ্যালয়ত গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ শীৰ্ষ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে পৰ্যালোচনা বৈঠকত মিলিত হয়৷ বৈঠকত গুৱাহাটীত অপৰাধ নিয়ন্ত্ৰণৰ...

মঙলত ময়ূৰপক্ষী ৰত্নৰ ভাণ্ডাৰ ! জনালে নাছাই

মঙলৰ বুকুত অষ্টভাণ্ডাৰ লুকাই থাকিব পাৰে বুলি এইবাৰ সদৰী কৰিছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই৷ মঙলৰ বুকুত দীৰ্ঘকাল আগতে শুকাই যোৱা হ্ৰদৰ...

অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত পাৰকিনছন ৰোগৰ চিকিৎসা : ক’ত?

Deep Brain Stimulation (DBS) হ’ল স্নায়ুৰোগ আৰু গতিবিধি বিকাৰত ভোগা ৰোগী যেনে– Essential Tremor, Parkinson' disease, Dystonia, Obsessive Compulsive Disorder আৰু epilepsy-ৰ...

TOP AUTHORS

Most Read

মানৱ দেহত তৈয়াৰ হৈছে অদৃশ্য শক্তি : জানিলে অবাক হ’ব

জাংক ডি এন এ হ’ল সেই ডি এন এৰ অংশ, যি প্ৰ’টিন তৈয়াৰ কৰাৰ বাবে কোজ নকৰে আৰু যাৰ কাৰ্যকাৰিতা এতিয়াও...

মূত্ৰথলীৰ কেঞ্চাৰ কিয় হয়? ইয়াৰ লক্ষণ আৰু চিকিৎসা

মূত্ৰনলীৰ কেঞ্চাৰ হৈছে মূত্ৰনলীৰ অভ্যন্তৰত অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত কোষ বৃদ্ধিৰ ফলত গঠিত টিউমাৰ, যি লাহে লাহে শৰীৰৰ অন্য অংশলৈও বিয়পি যায়৷...

গৰম পানীৰ সৈতে মৌ সেৱন কৰাটো উচিতনে?

স্বাস্থ্য ৰক্ষাৰ বাবে মৌ অত্যন্ত উপকাৰী৷ মৌত থকা এণ্টিঅক্সিডেণ্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷ সেয়েহে স্বাস্থ্যৰ উপকাৰৰ বাবে মৌ বিভিন্ন প্ৰকাৰে...

মদ্যপান কৰিলে এইবোৰ ঔষধ খোৱা উচিত নহয়

মদ্যপান কৰাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক৷ এনে বহু লোক আছে গোটেই নিশা পাৰ্টিত মদ্যপান কৰে৷ মদ্যপান কৰাৰ পাছতহে মনত পৰিল যে তেওঁৰ...