Health Plus

4938 POSTS0 COMMENTS
http://newshealthplus.com

সামুদ্ৰিক মাছৰ গুণাগুণ তথা উপকাৰিতাৰ বিষয়ে জানেনে আপুনি ?

মাছ আমাৰ সকলোৰে প্ৰিয় খাদ্য হিচাপে ধৰা হয়৷ ইয়াৰ লগতে সামুদ্ৰিক মাছ বহুৰেই প্ৰিয় খাদ্য৷ ইয়াৰ স্বাদ তথা গুণাগুণ অলপ সুকীয়া৷ শৰীৰৰ...

নাছাই ক’লে : পৃথিৱীৰ পৰা মঙল গ্ৰহ পাবলৈ মাত্ৰ ৪৫ দিন লাগিব

বিশ্বৰ কেইবাখনো দেশে মঙল গ্ৰহলৈ মানুহ পঠিয়াবলৈ প্ৰস্তুতি চলাইছে৷ আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ মতে, পৃথিৱীৰ পৰা মঙল গ্ৰহলৈ...

স্মাৰ্টফোনৰ তলৰ ফুটাটোৰ কাম কি : আপুনি হয়তো নাজানে?

মানৱ জীৱনশৈলীত মোবাইল ফোনটো এতিয়া এটা অবিচ্ছেদ্য অংগ হৈ পৰিছে৷ হাতৰ টিপতে সমস্ত বিশ্বখন হাতে পোৱা, সকলো স্তৰৰ খবৰ, বিত্তীয় লেনদেন, যোগাযোগ...

কঠোৰ হৈছে ৰাজ্য চৰকাৰঅসমত বাল্য বিবাহৰ ভয়াৱহ ছবি

বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ৷ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৫ত অসমত বাল্য বিবাহ আৰু কম বয়সতে মাতৃত্বৰ বোজা বহন কৰিবলগীয়া...

মনৰ পৰা এইবোৰ ভাবনা দূৰকৰিলে নিজেই নিজৰ অনুপ্ৰেৰণা হ’ব

এজন সুস্থ-সবল মানবৰ হিচাপে জীৱন নিৰ্বাহ কৰিবলৈ শাৰীৰিক সুস্থতাৰ লগতে প্ৰয়োজন মানসিক দৃঢ়তাও৷ মানৱ জীৱনত কিন্তু সকলো সময়তে...

মায়া সভ্যতাৰ ৩০০০ বছৰ পুৰণি ৪১৭খন মহানগৰ আৱিষ্কাৰ ” ক’ত ?

উত্তৰ গুৱাটেমালা আৰু দক্ষিণ মেক্সিকোৰ ঘন অৰণ্যত হাজাৰ হাজাৰ বছৰ লুকাই থকা মায়া সভ্যতাৰ শ শ মহানগৰকে ধৰি প্ৰায় ১০০০ প্ৰাচীন বসতিস্থল...

আজিও কিয় বিস্ময়কৰ হৈয়েআছে ৰহস্যঘন ছোকোট্ৰা !

এই বিশ্বব্ৰহ্মাণ্ডত বহু বিচিত্ৰকৰ তথা বিস্ময়কৰ বস্তু আছে৷ যাৰ কোনো ৰহস্য ভেদ কৰিবলৈ আজিও সক্ষম হোৱা নাই৷ এই...

অসমৰ দৰিদ্ৰতাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনে কি ক’লে ?

অসমত দ্ৰুত গতিত বৃদ্ধি পাইছে দুখীয়া লোকৰ সংখ্যা৷ যিসময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ পাঁচখন...

অসমৰ দৰিদ্ৰতাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদেন কি ক’লে ?

অসমত দ্ৰুত গতিত বৃদ্ধি পাইছে দুখীয়া লোকৰ সংখ্যা৷ যিসময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ পাঁচখন...

বিৰল ঘটনা ! এঘাৰ মহীয়া শিশুৰ পেটত ওলাল ভ্ৰূণ : ক’ত?

চিকিৎসা বিজ্ঞানৰ ইতিহাসত এক বিৰল ঘটনা ডিব্ৰুগড়ত পোহৰলৈ আহে৷ এটা এঘাৰ মহীয়া ল’ৰাৰ দেহৰ ভিতৰত ওলাল ভ্ৰূণ৷ উল্লেখ্য যে অৰুণাচলৰ এক দম্পতীয়ে...

TOP AUTHORS

Most Read

মানৱ দেহত তৈয়াৰ হৈছে অদৃশ্য শক্তি : জানিলে অবাক হ’ব

জাংক ডি এন এ হ’ল সেই ডি এন এৰ অংশ, যি প্ৰ’টিন তৈয়াৰ কৰাৰ বাবে কোজ নকৰে আৰু যাৰ কাৰ্যকাৰিতা এতিয়াও...

মূত্ৰথলীৰ কেঞ্চাৰ কিয় হয়? ইয়াৰ লক্ষণ আৰু চিকিৎসা

মূত্ৰনলীৰ কেঞ্চাৰ হৈছে মূত্ৰনলীৰ অভ্যন্তৰত অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত কোষ বৃদ্ধিৰ ফলত গঠিত টিউমাৰ, যি লাহে লাহে শৰীৰৰ অন্য অংশলৈও বিয়পি যায়৷...

গৰম পানীৰ সৈতে মৌ সেৱন কৰাটো উচিতনে?

স্বাস্থ্য ৰক্ষাৰ বাবে মৌ অত্যন্ত উপকাৰী৷ মৌত থকা এণ্টিঅক্সিডেণ্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷ সেয়েহে স্বাস্থ্যৰ উপকাৰৰ বাবে মৌ বিভিন্ন প্ৰকাৰে...

মদ্যপান কৰিলে এইবোৰ ঔষধ খোৱা উচিত নহয়

মদ্যপান কৰাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক৷ এনে বহু লোক আছে গোটেই নিশা পাৰ্টিত মদ্যপান কৰে৷ মদ্যপান কৰাৰ পাছতহে মনত পৰিল যে তেওঁৰ...