Health Plus

4940 POSTS0 COMMENTS
http://newshealthplus.com

আৱৰ্জনা নিৰ্মূলৰ পদক্ষেপ ঃপথ, প্ৰাচীৰ নিৰ্মাণত ব্যৱহাৰ হ’ব প্লাষ্টিক

ভাৰতত প্ৰতিবছৰে কেইবালাখ টন প্লাষ্টিক আৱৰ্জনাৰ সৃষ্টি হয়৷ দিনক দিনে প্লাষ্টিক আৱৰ্জনা বৃদ্ধি পাবলৈ ধৰিছে৷ প্লাষ্টিক আৱৰ্জনা নিঃশেষ হ’বলৈ কেইবাশ বছৰৰ প্ৰয়োজন...

উঃ-পূঃৰ কৃষিজাত সামগ্ৰীৰ বাবেডি আই টেগ ব্যৱহাৰৰ অনুমতি

সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল খাদ্য শস্যৰে নদন-বদন৷ বিবিধ সুস্বাদু, ঔষধি গুণবিশিষ্ট খাদ্য শস্য উত্তৰ-পূৰ্বাঞ্চলৰ কেউখন ৰাজ্যতে উৎপাদন হয়৷ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে উৎপাদিত খাদ্য সামগ্ৰী...

এসপ্তাহতে মুখৰ ক’লা দাগ গুচাবলৈঘৰুৱাভাৱে এই তিনি ফেচপেক

গৰমৰ দিনত ছাল তথা মুখৰ যত্ন লোৱাৰ সময়ত বিশেষ কিছু টিপছ লোৱা হয়৷ প্ৰখৰ ৰ’দত চকু-মুখ সূৰ্যৰ তাপত পুৰি ক’লা হয়৷ মুখখন...

উজ্জ্বলৰ পৰা উজ্জ্বলতৰহঠাৎ শনি গ্ৰহৰ ৰং সলনি

শনি সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহ৷ এই গ্ৰহৰ চাৰিওফালে বলয় আছে কাৰণে সকলো গ্ৰহতকৈ শনি গ্ৰহ দেখিবলৈ ধুনীয়া৷ এই বলয়ৰ বাবেই সৌৰজগতত শনি...

সূৰ্যৰ ৰশ্মিৰ বিষক্ৰিয়াৰপৰা পৰিত্ৰাণৰ উপায়

বহুতেই ভাবে যে ছানবাৰ্ন আৰু ছান পইজনিং একেই৷ জনা ভাল যে এই দুটা সম্পূৰ্ণ ভিন্ন সমস্যা৷ কিন্তু এই দুই সমস্যাৰ বাবে দায়ী...

ভাৰতৰ ‘মিনি আফ্ৰিকা’ৰূপেপৰিচিত গাঁওখন ক’ত জানেনে?

বৈচিত্ৰ্যময় ভাৰতত আফ্ৰিকা মূলৰ লোকো যে আছে সেই কথা বহুতে নাজানে৷ দেশত ৭৫০ বছৰৰ আগৰে পৰা এই লোকসকলে বসবাস কৰি আহিছে৷ ছিদ্দি...

সতৰ্কবাণী : কৃত্ৰিম বুদ্ধিমত্তা জলবায়ু পৰিৱৰ্তনতকৈও ভয়াৱহ

কৃত্ৰিম বুদ্ধিমত্তাক লৈ উদ্বেগ প্ৰকাশ কৰিছে জেফ্ৰী হিণ্টনে৷ হিণ্টনক কৃত্ৰিম বুদ্ধিমত্তাৰ গডফাদাৰ বুলি কোৱা হয়৷ তেওঁ কয় যে কৃত্ৰিম বুদ্ধিমত্তাই জলবায়ু পৰিৱৰ্তনতকৈ...

নাছাৰ ফটো প্ৰকাশদুটা নতুন গ্ৰহৰ জন্ম

মহাকাশত অন্বেষণ কৰি থকা বিজ্ঞানীসকলে এক আ(ৰ্যকৰ ঘটনাক কেমেৰাত বন্দী কৰে৷ জ্যোতিৰ্বিদসকলে দুটা নতুন গ্ৰহ জন্ম হোৱা দেখা পায়৷ পৃথিৱীৰ পৰা প্ৰায়...

বিপদৰ আগজাননী : আকাশৰ পৰা হ’ব বেক্টেৰিয়াৰ বৰষুণ

আকাশৰ উৰি ফুৰা ডাৱৰ দেখি ভাল লাগে৷ এই ডাৱৰে কঢ়িয়াই আনে বৰষুণ তথা আশাৰ বতৰা৷ কিন্তু এই ডাৱৰো মানুহৰ বাবে যে শত্ৰু...

প্ৰথমবাৰৰ বাবে দেখা গ’লনক্ষত্ৰই গ্ৰহক গ্ৰাস কৰাৰ দৃশ্য

সূৰ্যৰ সমান এটা নক্ষত্ৰই বৃহস্পতিৰ সমান এটা গ্ৰহক গ্ৰাস কৰাৰ দৃশ্য প্ৰথমবাৰৰ বাবে বিজ্ঞানীসকলে প্ৰত্যক্ষ কৰে৷ ইয়াৰ পাছত বিজ্ঞানীসকলে এইবুলি ভৱিষ্যদ্বাণী কৰিছে...

TOP AUTHORS

Most Read

পিঁয়াজ সৰহকৈ খালেও হ’ব পাৰে এইবোৰ বিপদ

যিমানে উপকাৰিতা নাথাকক কিয় প্ৰয়োজনতকৈ অধিক সেৱন কৰাটো যিকোনো বস্তুৱেই বেয়া৷ অত্যধিক সেৱনে ঘিউ-মৌও বিষলৈ পৰিণত হ’ব পাৰে৷ ঠিক একেদৰে পিঁয়াজ...

নিয়মিত ছচ্‌মা ব্যৱহাৰ কৰিলে চকুৰ দৃষ্টিশক্তি ঠিক হয়নে?

ছচ্‌মা আচলতে কিয় প্ৰয়োজন, কোনসকলৰ দৰকাৰ৷ কিছুদিন ব্যৱহাৰ কৰাৰ পাছত কি ছচ্‌মাৰ পৰা মুক্তি পাব পাৰি– এইধৰণৰ বিভিন্ন প্ৰশ্ন আমাৰ মনত...

মানৱ দেহত তৈয়াৰ হৈছে অদৃশ্য শক্তি : জানিলে অবাক হ’ব

জাংক ডি এন এ হ’ল সেই ডি এন এৰ অংশ, যি প্ৰ’টিন তৈয়াৰ কৰাৰ বাবে কোজ নকৰে আৰু যাৰ কাৰ্যকাৰিতা এতিয়াও...

মূত্ৰথলীৰ কেঞ্চাৰ কিয় হয়? ইয়াৰ লক্ষণ আৰু চিকিৎসা

মূত্ৰনলীৰ কেঞ্চাৰ হৈছে মূত্ৰনলীৰ অভ্যন্তৰত অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত কোষ বৃদ্ধিৰ ফলত গঠিত টিউমাৰ, যি লাহে লাহে শৰীৰৰ অন্য অংশলৈও বিয়পি যায়৷...