Health Plus

3907 POSTS0 COMMENTS
http://newshealthplus.com

আপেলৰ কি আছে এনেঅসাধাৰণ গুণ জানো আহক

আপেল সকলোৰে বাবে এবিধ প্ৰিয় ফল৷ ৰঙা চিকচিকীয়া আপেলকেইটা দেখিলে কাৰনো খাবলৈ মন নাযায়৷ খাবলৈ সোৱাদযুক্ত হোৱাৰ লগতে...

ৰন্ধাৰ আগতে দাইল ভিজাইথ’লে পাব আচৰিত লাভ

আমি প্ৰায়ভাগেই দাইল ৰন্ধাৰ আগতে ধুই লওঁ৷ কিন্তু কিমানজনে দাইল গোটেই ৰাতি তিয়াই ৰাখিহে ৰান্ধে? খুব কমসংখ্যক মানুহে...

ভাল খবৰ ! তপামূৰীয়াসকলৰ বাবে বহু যোগাত্মক দিশ প্ৰকাশ গৱেষকৰ

এজন ব্যক্তিৰ সৌন্দৰ্যতাত চুলিখিনি গুৰুত্ব অপৰিসীম৷ চুলি হৈছে আমাৰ সেই অংশ যিয়ে আপোনাৰ প্ৰতি ব্যক্তি এজনৰ দৃষ্টি আকৰ্ষিত হয়৷ সেয়েহে চুলিকোছা সঠিক...

পৃথিৱীৰ দিশে ধাৱমান হৈছে বিশাল আকাৰৰ পাথৰ : কি কয় বিজ্ঞানীয়ে

মহাকাশত নিৰন্তৰ বিভিন্ন ঘটনা পৰিঘটনা ঘটিয়েই থাকে৷ এই বিষয়ে মহাকাশ বিজ্ঞানীসকলে নিৰৱচ্ছিন্নভাৱে পৰীক্ষা-নিৰীক্ষা কৰি আছে৷ মহাকাশত এইবাৰ আন...

শীতকালত মধুৰিআম বেছিকৈ খালেএইবোৰ সমস্যা হ’ব পাৰে

মধুৰিআম এবিধ সুস্বাদু তথা শৰীৰৰ বাবে উপকাৰী ফল৷ শৰীৰৰ বিভিন্নধৰণৰ সমস্যাপ পৰা মধুৰিআমে পৰিত্ৰাণ দিব পাৰে৷ শৰীৰ সুস্থ , নিৰোগী কৰি ৰাখিবলৈ...

পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ, দুৰ্লভ প্ৰজাতিৰপতংগবিধৰ দাম শুনিলে আচৰিত হ’ব

বিশ্বত ক্ষুদ্ৰ আকৃতিৰ পৰা বিশালকায় নানা প্ৰজাতিৰ কীট-পতংগ দেখিবলৈ পোৱা যায়৷ লাখ লাখ প্ৰজাতিৰ পতংগ পোৱা যায় এই বিশ্বত৷ এইবোৰৰ ভিতৰত আমাৰ...

বিজ্ঞানীৰ ঘোষণা : নক্ষত্ৰৰ বিস্ফোৰণত সৃষ্টি হ’ব সোণ

মহাকাশ বিজ্ঞানীসকলে প্ৰথমবাৰৰ বাবে এনেকুৱা এক তাৰকামণ্ডল আৱিষ্কাৰ কৰিছে, য’ত এদিন অতি কিল’নভা বিস্ফোৰণৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত সোণৰ সৃষ্টি হ’ব৷...

উদ্বিগ্ন বিজ্ঞানী ! পৃথিৱীৰ জলবায়ু ভয়াৱহ পৰিৱৰ্তনৰ দিশে ধাৱমান

পৃথিৱীৰ জলবায়ু পৰিৱৰ্তনে ভয়াৱহ দিশে গতি লোৱাৰ দিশত আগবাঢ়িছে৷ আন্তঃৰাষ্ট্ৰীয় বিজ্ঞানীৰ এটা দলে চলোৱা এক অধ্যয়নৰ পৰা এই কথা জানিব পৰা গৈছে৷...

এটা নিগনিলৈ গীনিজ বুকৰ স্বীকৃতি : কিয় ?

কেলিফৰ্নিয়াৰ এটা সৰু নিগনিয়ে বিশ্বৰ ভিতৰতে আটাইতকৈ বেছিদিন জীয়াই থকাৰ স্বীকৃতি লাভ কৰিছে৷ ষ্টাৰ ট্ৰেকৰ অভিনেতা পেট্ৰিক ষ্টিবাৰ্টৰ নাম অনুসৰি এই নিগনিটোৰ...

বায়ু প্ৰদূষণ ৰোধৰ চেষ্টাৰাজপথত ছটিয়াব পানী

অসমত বায়ু প্ৰদূষণৰ মাত্ৰা ভয়াৱহ গতিত বৃদ্ধি পাইছে৷ ফাগুনৰ শুষ্ক ধূলিয়ৰি বতাহ তথা কেইবামাহো ধৰি ৰাজ্যত বৰষুণ নোহোৱাৰ...

TOP AUTHORS

Most Read

শোৱাৰ সময়ত গাৰুৰ তলত এফোটা নহৰু ৰাখক

শোৱাৰ সময়ত গাৰুৰ তলত এফোটা নহৰু ৰাখিলে মেজিকৰ দৰে কাম কৰে৷ আমি জানো যে খাদ্য জুতি লগাকৈ ৰান্ধিবলৈ হ’লে মছলা হিচাপে নগৰু...

এই পাঁচটা নিয়ম মানি লুকাই ৰাখক আপোনাৰ বয়স

জীৱনত আনৰ বিভিন্ন প্ৰয়োজন পূৰাবলৈ গৈ আমি নিজৰেই প্ৰতি খেয়াল ৰখাৰ কথা পাহৰি যাওঁ৷ ইয়াৰ ফলত কম বয়সতে শৰীৰৰ নানা ধৰণৰ ৰোগ-ব্যাধি...

তিমিৰ সৈতে কথোপকথন : এই দাবী বিজ্ঞানীৰ

এলিয়েনৰ সৈতে যোগাযোগৰ চেষ্টা বিজ্ঞানীয়ে বহু আগৰে পৰা কৰি আহিছে৷ সেই প্ৰচেষ্টাৰ অংশ হিচাপে যুক্ৰৰাষ্ট্ৰৰ ছাৰ্চ ফৰ এক্সট্ৰাটেৰেষ্ট্ৰিয়েল ইণ্টেলিজেন্সৰ চমুকৈ ছেটি বিজ্ঞানীসকলে...

ঔষধি গুণসম্পন্ন এইকেইবিধ বিশেষ চাহ খাওক

বিভিন্ন ধৰণৰ চাহৰ জুতি লৈ ভাল পায় নেকি? হয়, আপোনাৰ নিচিনা আৰু হাজাৰজন ওলাব, যি চাহৰ বাবে বলিয়া৷ পিছে আপুনি যিকাপ চাহ...