[rev_slider alias=”ad-slider-1″]
ঘৰতে পাওক দাগবিহীন উজ্জ্বল ছাল : কেনেকৈ ? How to have a smooth and glowing skin without much effort?
Health Plus - 0
আমি প্ৰত্যেকেই এখন দাগবিহীন ছালৰ গৰাকী হোৱাটো কামনা কৰোঁ আৰু ইয়াৰ বাবে আমি বজাৰত সহজতে উপলব্ধ কিমান ধৰণৰ কছমেটিক যে ব্যৱহাৰ কৰোঁ,...
জ্বৰ হোৱাৰ সময়ত ওঁঠৰ কোণত হোৱা ঘা টুকুৰাৰ যতন কিদৰে ল’ব? How to tend to the Cold sore that appears on the side of...
Health Plus - 0
সাধাৰণতে আমাৰ জ্বৰ হ’লে বেছিভাগৰে ওঁঠৰ কোণত ঘা হোৱা দেখা যায়৷ জ্বৰ হোৱাৰ পাছত প্ৰায়ভাগৰে এইদৰে ঘা হোৱা দেখিবলৈ পোৱা যায়৷ এইদৰে...
ঠাণ্ডা পানী ছালৰ বাবে কিয় ভাল ? How does cold water help the skin ?
Health Plus - 0
পুৱা শুই উঠাৰ পাছত আমাৰ প্ৰত্যেকৰে চকু-মুখ ফুলি থকা আপোনালোকে নিশ্চয় মন কৰিছে৷ নহয়নে? ইয়াৰ কাৰণ কি বাৰু? ইয়াৰ কাৰণ হৈছে আমি...
আসনেও চুলি মজবুত কৰিব পাৰেনে? Can Asanas strengthen the hair?
Health Plus - 0
যোগ, ধ্যান, প্ৰাণায়ামে আমাৰ শৰীৰ তথা মন-মগজু যে সুস্থ কৰি ৰাখে এই কথা প্ৰায় সকলোৰে জ্ঞাত৷ সেয়েহে আজিকালি মানৱ সমাজত জিমৰ দেৰ...
ছেম্পু কৰাৰ সময়ত অলপ চেনি মিহলাই লওক: কিয় ?
Health Plus - 0
প্ৰদূষণ, ঘাম, ধূলি-বালি, চুলিত তেল জমা আদি কাৰণবোৰৰ বাবে চুলি খুব সোনকালে বেয়া হৈ যায়৷ সেয়ে নিয়মিত চুলি পৰিষ্কাৰ কৰা জৰুৰী৷ চুলি...
কেইটামান আয়ুৰ্বেদিক Skin Care টিপ্ছ
Health Plus - 0
ছালখনৰ যতনৰ কাৰণে আমি কত কি যে নকৰোঁ তাৰ হিচাপ নাই৷ কিন্তু ইয়াৰ মাজতো আমৰ ছালখনৰ কাৰণে সৰু সৰু কিছুমান কৰণীয় থাকে৷...
চুলিত মধুৰিআমৰ পাত ব্যৱহাৰ কৰিলে কি হয় ?
Health Plus - 0
চুলি সৰা সমস্যা হৈছে নেকি? এতিয়া আৰু চিন্তা নাই৷ আমাৰ হাতত আছে এনেকুৱা এটা যাদুকৰী টিপছ, যাৰ ব্যৱহাৰৰ ফলত অতি সোনকালে আপোনাৰ...
আপোনাৰ চুলি দীঘল হোৱা নাই নেকি?
Health Plus - 0
বহুতো মহিলাই চুলি সোনকালে বৃদ্ধি নোহোৱা সমস্যাত ভোগে৷ কিছুমানেতো চুলি কাটিবলৈও ভয় কৰে, জানোচা চুলি কটাৰ পাছত দীঘল নহয়েই৷ কিয়নো একোছা সুন্দৰ...
বগা হোৱাৰ পাঁচটা সহজ টিপ্ছ
Health Plus - 0
আপুনিও এখন ধুনীয়া, বগা আৰু দাগবিহীন ছালৰ গৰাকী হ’বলৈ বিচাৰে নেকি? তেন্তে লওক এইকেইটা টিপ্ছ- (১) ছালৰ ৰং বগা...
পাউডাৰ গাখীৰেৰে ক’লা দাগ আঁতৰ কৰক : কেনেকৈ?
Health Plus - 0
বয়সৰ লগে লগে ছালৰ ওপৰত বিভিন্ন ধৰণৰ ক’লা দাগ, পিম্পল্ছ, ব্লেকহেডছ আদি বাঢ়ি গৈ থাকে৷ অকল মুখতে নহয়– গল, হাত, ভৰি আনকি...
চুলি সৰা কমাবলৈ কি খাব?
Health Plus - 0
যেতিয়াই আমাৰ চুলিৰ সমস্যাই দেখা দিয়ে বা আমি চুলিৰ যতনৰ কথা চিন্তা কৰোঁ, তেতিয়াই আমি বিভিন্ন ধৰণৰ ছেম্পু, কণ্ডিশ্যনাৰ বা বিভিন্ন ধৰণৰ...
হেয়াৰ ছিৰাম লগাওঁতে মনত ৰাখিব এইকেইটা কথা
Health Plus - 0
হেয়াৰ ছিৰামৰ বিষয়ে আপোনালোকে নিশ্চয় জানে৷ হেয়াৰ ছিৰামে শুকান, খহটা চুলিক মসৃণতা প্ৰদান কৰি চুলিৰ উজ্জ্বলতা বৃদ্ধি কৰে৷ কিন্তু ইয়াতে হেয়াৰ ছিৰামৰ...
Most Read
ফ্ৰোজেন শোল্ডাৰৰ সমস্যা নিৰাময়ৰ বাবে ৰজ্জু কৰ্ষাণাসন কৰক
মন আৰু শৰীৰ উভয়ৰ সুস্বাস্থ্য অটুট ৰাখিবলৈ নিয়মিতভাৱে যোগব্যায়াম কৰাৰ অভ্যাস কৰিব পাৰে৷ কাৰণ শৰীৰ আৰু মন উভয়ৰে বাবে যোগাসন অপৰিহাৰ্য আৰু...
নীৰৱ মৃত্যুৰ কাৰক নিমখ আৰু ট্ৰান্সফেট
অস্বাস্থ্যকৰ খাদ্যাভ্যাস বিশেষকৈ মাত্ৰাধিক পৰিমাণে ট্ৰান্সফেট আৰু নিমখ গ্ৰহণৰ কাৰণে জনগণৰ মাজত উচ্চ ৰক্তচাপজনিত বিভিন্ন অসংক্ৰামক ৰোগৰ সম্ভাৱনা তথা মৃত্যুৰ ক্ৰমবৰ্ধমান হাৰ...
এইবোৰ সমস্যাত বাদাম খোৱা উচিত নহয়
সাধাৰণতে স্বাস্থ্যৰ ক্ষেত্ৰত বাদামে উল্লেখযোগ্য ভূমিকা পালন কৰে৷ শুকান ফলৰ ৰজা হিচাপে বাদামক জনা যায়þ৷ তথাপি আপুনি জানেনে যে বাদাম সকলোৰে বাবে...
পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছেনে ?
পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছে নেকি? এই কথাটো হয়তো বহুতেই অৱগত নহয় যে পেকেটজাত গাখীৰ মানেইতো পাস্তুৰাইজড৷ অৰ্থাৎ ইয়াক জীৱাণুমুক্ত কৰা৷...