ছেম্পু কৰাৰ সময়ত অলপ চেনি মিহলাই লওক: কিয় ?

0
456
প্ৰদূষণ, ঘাম, ধূলি-বালি, চুলিত তেল জমা আদি কাৰণবোৰৰ বাবে চুলি খুব সোনকালে বেয়া হৈ যায়৷ সেয়ে নিয়মিত চুলি পৰিষ্কাৰ কৰা জৰুৰী৷ চুলি ভালে ৰাখিবলৈ সপ্তাহত ২-৩ বাৰ ছেম্পু কৰাটো দৰকাৰ৷ ইয়াৰ বাবে স্বাস্থ্যজ্জ্বল চুলি পাবলৈ হ’লে আপুনি ছেম্পুৰ সৈতে অলপ চেনি মিহলাই ব্যৱহাৰ কৰিব পাৰে৷

(১) বহুত সময়ত আমি চুলি ছেম্পু কৰাৰ সময়ত চুলিৰ উজ্জ্বলতা ঘূৰি নাহে৷ চুলিৰ উজ্জ্বলতা বঢ়াবলৈ ছেম্পু কৰাৰ সময়ত এচামুচ চেনি মিহলাই লওক৷ চুলিৰ উজ্জ্বলতা ঘূৰি আহিব৷


(২) কেতিয়াবা চুলি ছেম্পু কৰাৰ সময়ত চুলিখিনি অত্যন্ত শুষ্ক বা শুকান হৈ যায়৷ ছেম্পুৰ সৈতে চেনি মিহলাই চুলি ধুলে চুলিৰ আদ্ৰৰ্তা নাথাকে৷


(৩) বেছিভাগৰ ক্ষেত্ৰতে ছেম্পু কৰাৰ ফলত চুলি সৰিবলৈ ধৰে আৰু চুলি পাতল হৈ পৰে৷ সেয়ে চুলি ছেম্পু কৰাৰ সময়ত অকণমান চেনি মিহলালে চুলি ঘন আৰু মজবুত হয়৷


(8) চুলিৰ উফিৰ সমস্যাৰ বাবে ছেম্পু কৰাৰ সময়ত অলপ চেনি মিহলালে উফি নাইকিয়া হয়৷ নিয়মিতভাৱে চুলিত চেনি মিহলাই ছেম্পু কৰিলে মূৰৰ মৃত কোষবোৰ পৰিষ্কাৰ কৰাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here