ঘৰতে পাওক দাগবিহীন উজ্জ্বল ছাল : কেনেকৈ ? How to have a smooth and glowing skin without much effort?

0
445
আমি প্ৰত্যেকেই এখন দাগবিহীন ছালৰ গৰাকী হোৱাটো কামনা কৰোঁ আৰু ইয়াৰ বাবে আমি বজাৰত সহজতে উপলব্ধ কিমান ধৰণৰ কছমেটিক যে ব্যৱহাৰ কৰোঁ, তাৰ হিচাপ নাই৷ কিন্তু এই কছমেটিক প্ৰডাক্টবোৰে কেতিয়াবা আপোনাৰ হিতে বিপৰীত কৰিব পাৰে৷ সেয়েহে প্ৰাকৃতিকভাৱে পোৱা কিছু সামগ্ৰী ব্যৱহাৰ কৰি আপুনি এখন সুন্দৰ দাগবিহীন ছালৰ গৰাকী হ’ব পাৰে৷

(১) কেঁচা গাখীৰে ক্লিনজাৰৰ দৰে কাম কৰে৷ ই ছালৰ ধূলি-বালি তথা মৃতকোষ পৰিষ্কাৰ কৰি ছালখন দাগবিহীন তথা উজ্জ্বল কৰাত সহায় কৰে৷ ইয়াৰ বাবে আপুনি কেঁচা গাখীৰৰ লগত হালধি মিশ্ৰণ কৰি ব্যৱহাৰ কৰিব পাৰে৷

How to use turmeric for a beautiful skin | Femina.in


(২) অমিতাত প্ৰাকৃতিকভাৱে ব্লিটচিং উপাদান পোৱা যায়, যিয়ে ক’লা দাগ নাইকিয়া কৰাৰ লগতে বয়সৰ চাপো দূৰ কৰে৷ ইয়াৰ বাবে অমিতা ফেনেকি তাত অলপ মৌ আৰু নেমুৰ ৰস মিশ্ৰণ কৰি মুখত লগাই শুকোৱাৰ পাছত ধুই দিব লাগে৷

Top 7 beauty benefits of papaya: Rejuvenate your skin and hair with these homemade papaya packs | India.com


(৩) আলু চুৰুকি লৈ তাত অলপ মৌ মিশ্ৰণ কৰি ক’লা দাগত ১৫ মিনিটমান লগাই পৰিষ্কাৰ পানীৰে ধুই দিলে সুফল পোৱা যায়৷

5 Homemade Potato Face Packs For Glowing Skin During Summer - Lifeberrys English | DailyHunt


(8) দৈ আৰু হালধিৰ গুড়ি মিশ্ৰণ কৰি লগালেও এখন সুন্দৰ দাগবিহীন আৰু উজ্জ্বল ছাল পাব পাৰি৷

GET GORGEOUS SKIN WITH THIS EASY TURMERIC FACE MASK | Everyday Laura


(৫) এইসমূহ প্ৰাকৃতিক উপায় অৱলম্বন কৰাৰ উপৰি প্ৰচুৰ পৰিমাণে পানী খোৱা উচিত৷ ই শৰীৰৰ টক্সিন বাহিৰ কৰি আপোনাৰ ছালখন পৰিষ্কাৰ, উজ্জ্বল আৰু মসৃণ কৰি তোলে৷

15 benefits of drinking water and other water facts

LEAVE A REPLY

Please enter your comment!
Please enter your name here