কেইটামান আয়ুৰ্বেদিক Skin Care টিপ্‌ছ

0
302
ছালখনৰ যতনৰ কাৰণে আমি কত কি যে নকৰোঁ তাৰ হিচাপ নাই৷ কিন্তু ইয়াৰ মাজতো আমৰ ছালখনৰ কাৰণে সৰু সৰু কিছুমান কৰণীয় থাকে৷ যাক প্ৰায়ে অৱহেলা কৰা দেখা যায় বা বহুতে এই বিষয়ে নাজানে৷ 
       শেহতীয়াকৈ ডাঃ নিতিকা কোহলীয়ে জনাইছে যে যিকোনো এটা Skin care ৰুটিন অনুসৰণ কৰাৰ আগতে এই চাৰিটা কাম সদায় কৰা উচিত, যিটো আয়ুৰ্বেদিক চিকিৎসাত প্ৰাচীন যুগৰ পৰা চলি আহিছে৷

(১) আয়ুৰ্বেদ চিকিৎসা মতে প্ৰথমে কুহুমীয়া পানীৰে মুখখন ধুই ল’ব লাগে৷ এনেদৰে কৰাৰ ফলত ছালৰ মৃত কোষসমূহ সহজে পৰিষ্কাৰ হয়৷

How to Wash Your Face Properly - YouTube


(২) ছালখন ভিজি থকা অৱস্থাতে সামান্য পৰিমাণৰ তেলেৰে মালিচ কৰক৷

Detox your oily skin this lockdown; here's how | Lifestyle News,The Indian Express


(৩) ইয়াৰ পাছতে দুচামুচ ওটছ আৰু দুচামুচ পানীৰে এটা পেষ্ট তৈয়াৰ কৰি লওক৷ এতিয়া আপোনাৰ তৰ্জনী, মধ্যমা আৰু অনামিকা আঙুলিৰে পেষ্টটো মুখত স্ক্ৰাব কৰক৷ এনেদৰে কৰাৰ ফলত মুখত অত্যধিক হেঁচা নপৰে আৰু ছালখনক ইয়াৰ প্ৰাকৃতিক তেলৰ পৰা পৃথক নকৰাকৈ ছালৰ মৃত কোষসমূহ পৰিষ্কাৰ হোৱাত সহায়ক হয়৷


(8) এনেদৰে কৰি উঠাৰ পাছত মুখখন ধুই গোলাপ জলেৰে মুখখন কেইবাবাৰো spray কৰক৷

Simple Ways to Use Rose Water on Your Face: 8 Steps


গতিকে এনেদৰে আয়ুৰ্বেদিক পদ্ধতি অৱলম্বন কৰি আপুনি আপোনাৰ ছালখনৰ যতন ল’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here