[rev_slider alias=”ad-slider-1″]
শীতকালত গ্লিচাৰিন কেনেদৰে ব্যৱহাৰ কৰিব? How to use glycerine in winter?
Health Plus - 0
শীতকাল আহিলেই ছালখন ৰুক্ষ আৰু শুকান হ’বলৈ আৰম্ভ কৰে৷ শীতকালত ছালৰ নানা সমস্যাই দেখা দিয়ে৷ এই শুষ্ক ছালখন ভালে ৰাখিবলৈ গ্লিচাৰিন ব্যৱহাৰ...
সুস্বাদুৰ উপৰি ধনিয়াপাতৰ আৰু কি আছে বিশেষ গুণ || Apart from taste what other special properties do Coriander leaves have?
Health Plus - 0
শীতকালত উৎপন্ন হোৱা ধনিয়াপাত সকলোৰে ঘৰত পাবই৷ কিয়নো ইয়াৰ সুগন্ধি আকৰ্ষণৰ কেন্দ্ৰ হোৱাৰ লগতে ধনিয়াপাতে ব্যঞ্জনখনৰ সোৱাদ দুগুণে...
ফেচিয়েল ষ্টিমিং কি? ছালৰ বাবে কিয় ভাল ? What is facial steaming? How does it help the skin?
Health Plus - 0
আজিকালি বহুতেই ফেচিয়েল ষ্টিমিঙৰ বিষয়ে জানেই৷ বিভিন্ন ধৰণৰ পাৰ্লাৰ, স্পা আদিত ফেচিয়েল ষ্টিমিঙৰ সহায়ত ছালৰ ট্ৰিটমেণ্ট কৰা হয়৷ এতিয়া যিসকলে ফেচিয়েল ষ্টিমিঙৰ...
সাৱধান ! আপুনি ব্যৱহাৰ কৰা লিপষ্টিকটো পুৰণি নেকি? Beware! Are you using an outdated lipstick?
Health Plus - 0
মহিলাসকলৰ প্ৰসাধনৰ অন্যতম সামগ্ৰী হৈছে লিপষ্টিক৷ মহিলাসকলে নিজৰ ওঁঠযুৰিক অধিক আকৰ্ষণীয় কৰি তুলিবলৈ...
ঘৰতে তৈয়াৰ কৰক গ্লিচাৰিন || Prepare glycerine at home
Health Plus - 0
শীতৰ দিন মানেই শুকান ছালৰ সমস্যা৷ এই শুকান ছালৰ সমস্যাৰ পৰা পৰিত্ৰাণৰ উপায়...
মুখৰ অবাঞ্ছিত নোম কেনেদৰে আতৰাব?How to get rid of unwanted hair from the face?
Health Plus - 0
মুখমণ্ডলত গজা অবাঞ্ছিত নোমৰ বাবে বিশেষকৈ বহুত নাৰীয়ে বিব্ৰতবোধ কৰে৷ আনকি কেতিয়াবা...
ৰাতি শোওঁতে চুলি বান্ধি শোৱে নেকি ? Do you keep your hair tied while sleeping at night?
Health Plus - 0
ৰাতি শোৱাৰ সময়ত বহুতৰে চুলি বান্ধি শোৱাৰ অভ্যাস আছে৷ বিশেষকৈ গৰমৰ দিনত যেতিয়া ফেনখন ওচৰতে লৈ শোৱা হয় নাইবা ঘামতে চুলি গালে-মুখে...
ভাতৰ মাৰ পেলাই দিয়ে নেকি ? Do you discard the starch of boiled rice?
Health Plus - 0
ভাতৰ মাৰ নিশ্চয় আপুনি পেলাই দিয়ে-- নহয়নে ? কিন্তু ইয়াৰ উপকাৰিতাৰ কথা জানিলে আপুনি আচৰিত হ'ব৷ ইয়াত লুকাই আছে বহুতো সমস্যাৰ সমাধান৷...
গোটেই ৰাতি চুলিত ঘিউ লগাই ৰাখিব পাৰিনে ? Can Ghee be applied to the hair for the entire night?
Health Plus - 0
ভাৰতীয় খাদ্যত ঘিউৰ ব্যৱহাৰ এক অপৰিহাৰ্য অংগ৷ ই খাদ্যৰ সোৱাদ বঢ়োৱাৰ লগতে শৰীৰৰ বাবেও উপকাৰী৷ দেহৰ বিভিন্ন সমস্যাৰ পৰা আৰম্ভ কৰি ছাল,...
শীতকালত ওঁঠযুৰিৰ যতন কিদৰে ল’ব ? How to take care of your lips during winter?
Health Plus - 0
শীতকালৰ আগমনৰ লগে লগে প্ৰকৃতিৰ লগতে বায়ুৰ আদ্ৰৰ্তা, উষ্ণতা আদিৰো পৰিৱৰ্তন হয়৷ আদ্ৰৰ্তাৰ পৰিৱৰ্তনৰ ফলত আমাৰ দেহ, ছাল আদিত প্ৰভাৱ পৰে৷ বিশেষকৈ...
শীতকালত গোৰোহা ফাটিলে কি কৰিব? What is the remedy for cracked heels in winter?
Health Plus - 0
শীতকাল আহিলেই ছালখনে আদ্ৰৰ্তা হেৰুৱাবলৈ আৰম্ভ কৰে৷ এই সময়ত ছালখনৰ ৰুক্ষতা বহুগুণে বাঢ়ে৷ ইয়াৰ বাবে ছাল ফাটিবলৈ ধৰে৷ শীতকাল আৰম্ভ হোৱাৰ লগে...
ঘৰতে তৈয়াৰ কৰক হালধিৰ ট’নাৰ (Prepare Turmeric Toner at home)
Health Plus - 0
ছালখনৰ সুৰক্ষাৰ বাবে স্কীন কেয়াৰ ৰুটিন অনুসৰণ কৰাটো খুবেই প্ৰয়োজন৷ এই স্কীন কেয়াৰ ৰুটিনৰ অন্যতম হৈছে ট’নিং৷ ট’নাৰে ছালখন চাফা কৰাৰ লগতে...
Most Read
ফ্ৰোজেন শোল্ডাৰৰ সমস্যা নিৰাময়ৰ বাবে ৰজ্জু কৰ্ষাণাসন কৰক
মন আৰু শৰীৰ উভয়ৰ সুস্বাস্থ্য অটুট ৰাখিবলৈ নিয়মিতভাৱে যোগব্যায়াম কৰাৰ অভ্যাস কৰিব পাৰে৷ কাৰণ শৰীৰ আৰু মন উভয়ৰে বাবে যোগাসন অপৰিহাৰ্য আৰু...
নীৰৱ মৃত্যুৰ কাৰক নিমখ আৰু ট্ৰান্সফেট
অস্বাস্থ্যকৰ খাদ্যাভ্যাস বিশেষকৈ মাত্ৰাধিক পৰিমাণে ট্ৰান্সফেট আৰু নিমখ গ্ৰহণৰ কাৰণে জনগণৰ মাজত উচ্চ ৰক্তচাপজনিত বিভিন্ন অসংক্ৰামক ৰোগৰ সম্ভাৱনা তথা মৃত্যুৰ ক্ৰমবৰ্ধমান হাৰ...
এইবোৰ সমস্যাত বাদাম খোৱা উচিত নহয়
সাধাৰণতে স্বাস্থ্যৰ ক্ষেত্ৰত বাদামে উল্লেখযোগ্য ভূমিকা পালন কৰে৷ শুকান ফলৰ ৰজা হিচাপে বাদামক জনা যায়þ৷ তথাপি আপুনি জানেনে যে বাদাম সকলোৰে বাবে...
পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছেনে ?
পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছে নেকি? এই কথাটো হয়তো বহুতেই অৱগত নহয় যে পেকেটজাত গাখীৰ মানেইতো পাস্তুৰাইজড৷ অৰ্থাৎ ইয়াক জীৱাণুমুক্ত কৰা৷...