Health Plus

4944 POSTS0 COMMENTS
http://newshealthplus.com

ৰাতি তিয়াই ৰখা কাঠবাদাম খাওক ! পাব কাৰ্যকৰী গুণ

বজাৰত সহজে উপলব্ধ কাঠবাদাম বহুতো গুণেৰে ভৰপূৰ৷ ভিটামিন আৰু এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ এই বাদামে বিভিন্ন ধৰণৰ বেমাৰ প্ৰতিহত কৰাত উল্লেখনীয় ভূমিকা পালন কৰে৷...

পদপথৰ ব্যৱসায়ী আৰু শ্ৰমিকক IIE-ৰ ক’ভিড সাহায্য প্ৰদান

ক’ভিড মহামাৰীয়ে সমগ্ৰ বিশ্বজুৰি বহু লোকৰ জীৱন কাঢ়ি নিয়াৰ লগতে স্বাস্থ্য, দৈনিক জীৱনশৈলী আৰু মানৱ জাতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে৷ সমাজৰ প্ৰতিটো...

পৰিস্থিতি এতিয়াও সহজ নহয়, সতৰ্কতাই মূল অস্ত্ৰ: স্বাস্থ্য মন্ত্ৰী

ৰাজ্যত ক’ভিড পৰিস্থিতি ক্ৰমাৎ উন্নত হৈ আহিছে৷ ক’ভিড পৰিস্থিতিৰ উন্নতি ঘটা বাবে ৰাজ্যত আন্তঃজিলা যাতায়াত খুলি দিয়াৰ লগতে আজিৰ পৰা শিক্ষানুষ্ঠানসমূহত পাঠদান...

ফাইজাৰ ভেক্‌চিনে ৰোগ প্ৰতিৰোধ ক্ষমতা ৮০% কমায়

ফাইজাৰ ভেক্‌চিনৰ দুটা পালি লোৱাৰ ৬ মাহৰ পাছত নাৰ্ছিংহোমৰ জ্যেষ্ঠ বাসিন্দা আৰু শুশ্ৰূষাকাৰীৰ শৰীৰত ভেক্‌চিনে উৎপন্ন কৰা ক’ভিড-১৯ৰ এণ্টিবডী ৮০% কমি যায়৷...

হাৰ্ট ভালে ৰাখিবলৈ কৰক এইকেইটা ব্যায়াম

বৰ্তমান সমগ্ৰ বিশ্বতে হাৰ্ট এটেক অথবা হাৰ্টৰ বিভিন্ন সমস্যাত ভুগি মৃত্যু হোৱা লোকৰ সংখ্যাই অধিক৷ সেয়েহে এনে সময়ত আপুনি আপোনাৰ হাৰ্টটো সুস্থ...

১২০ বছৰলৈ চকু ভালে ৰাখিবলৈ দৈনিক কৰক এইকেইটা কাম

চকুযুৰিৰ অবিহনে আপুনি কেতিয়াবা নিজৰ জীৱনটো কল্পনা কৰিছেনে? কিমান যে অন্ধকাৰময় হ’ব চকুযুৰি নাথাকিলে৷ সেয়েহে ঈশ্বৰৰ এই দান আপোনাৰ চকুযুৰি সযতনে ৰখাটো...

শিশুৰ টোপনি উন্নত হ’বলৈ কি কৰিব?

টোপনি আমাৰ শৰীৰৰ কাৰণে অত্যন্ত প্ৰয়োজনীয়৷ ই মানুহৰ দৈহিক আৰু মানসিক বিকাশত অগ্ৰণী ভূমিকা পালন কৰে৷ কিন্তু সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত মাক-দেউতাকে শুবলৈ...

পজিটিভ মানসিকতাৰ হওক: লাগিব এইবোৰ গুণ

আমাৰ জীৱনত পজিটিভ আৰু নিগেটিভ দুয়োটাই সমানে ক্ৰিয়া কৰি থাকে৷ জীৱনৰ বহু ঘাত-প্ৰতিঘাতৰ সন্মুখীন হোৱাৰ মানসিকতাই এটা বেলেগ গতি লয়৷ সেয়ে ভাল-বেয়া,...

বিশ্বত বতৰৰ দুৰ্যোগ বাঢ়িছে, কিন্তু মৃত্যু কমিছে : WMO

ৰাষ্ট্ৰসংঘৰ বতৰ বিজ্ঞান সংস্থাই কয় যে ১৯৭০ৰ দশকতকৈ বৰ্তমান পৃথিৱীত বতৰৰ দুৰ্যোগ (weather disaster) চাৰিৰ পৰা পাঁচগুণ বেছি সঘন হৈছে আৰু সাতগুণ...

উত্তৰ প্ৰদেশত অচিন ভাইৰেল জ্বৰ : ৭১টি শিশুৰ কৰুণ মৃত্যু

দেশত কভিড-১৯ৰ ভয়াৱহতাৰ মাজতে আন এক মৰ্মান্তিক খবৰে সকলোকে ভবাই তুলিছে৷ কৰ’নাৰ আতংক শেষ নৌহওঁতেই পশ্চিম উত্তৰ প্ৰদেশত অচিন ভাইৰেল জ্বৰত আক্ৰান্ত...

TOP AUTHORS

Most Read

বহি থাকিলে ভৰি লৰাই থকাৰ অভ্যাসেও হ’ব পাৰে ৰোগৰ লক্ষণ

বহুতৰে বহি থাকিলে ভৰি লৰাই থকাৰ এটা অভ্যাস থাকে৷ য’তেই নহওক কিয় বহিবলৈ সুবিধা পালেই এইচাম লোকৰ ভৰি জোকাৰণি আৰম্ভ হয়৷ পিছে...

যেতিয়াই-তেতিয়াই উজুটি খায়? শিকক ৩০ ছেকেণ্ডৰ ‘বেলেন্স টেষ্ট’

কামৰ তাগিদাত খৰধৰকৈ ৰাস্তাত খোজকাঢ়িলে হঠাতে উজুটি খাই পৰি অঘটন হোৱা দেখা যায়৷ এই ক্ষেত্ৰত বয়সিয়ালসকলৰ সমস্যা আৰু বেছি হয়৷ মূৰ ঘূৰোৱা,...

ডায়েবেটিছ ৰোগীয়ে প্ৰতিবছৰে চকু পৰীক্ষা কৰোৱা কিয় জৰুৰী

আপোনাৰ ডায়েবেটিছ ৰোগ থাকিলে ৰেটিনা গুৰুতৰ ক্ষতিগ্ৰস্ত হ’ব পাৰে৷ যিয়ে ডায়েবেটিক ৰেটিনোপেথিৰ দৰে গুৰুতৰ ৰোগ হ’ব পাৰে৷ জনা দৰকাৰ যে ডায়েবেটিছ থাকিলে...

মস্তিষ্কৰ ক্ষতি কৰিছে ChatGPT-এ চাৰ্ছ কৰাৰ আগতে ভাবক

আগতে আছিল গুগল৷ এতিয়া আহিছে চাটজিপিটি৷ কোনো প্ৰশ্নৰ উত্তৰ জানিবলৈ ইয়াৰ সহায় লোৱা হয়৷ নিজে মূৰ ঘমোৱাৰ প্ৰয়োজন নাই৷ যিকোনো বিষয় জানিবলৈ...