১২০ বছৰলৈ চকু ভালে ৰাখিবলৈ দৈনিক কৰক এইকেইটা কাম

0
462
চকুযুৰিৰ অবিহনে আপুনি কেতিয়াবা নিজৰ জীৱনটো কল্পনা কৰিছেনে? কিমান যে অন্ধকাৰময় হ’ব চকুযুৰি নাথাকিলে৷ সেয়েহে ঈশ্বৰৰ এই দান আপোনাৰ চকুযুৰি সযতনে ৰখাটো আপোনাৰ কৰ্তব্য৷ কিন্তু আজিকালি সৰুৰ পৰা ডাঙৰলৈ সকলোৰে চকুৰ বিভিন্ন ৰোগ, চকুৰে দেখা নোপোৱা আদি নানা সমস্যা দেখিবলৈ পোৱা যায়৷ সেয়েহে চকুযুৰিক নিৰোগী কৰি ৰাখিবলৈ দৈনিক কৰক এইকেইটা কাম–

(১) চকুযুৰিৰ উন্নত স্বাস্থ্যৰ বাবে দৈনিক চকুৰ ব্যায়াম কৰাটো উত্তম৷ ইয়াৰ বাবে চকুৰ মণিটো লাহে লাহে ওপৰ-তল, সোঁফাল-বাওঁফাল এনেদৰে ঘূৰাব লাগে৷

5 YOGA EYE EXERCISES TO IMPROVE YOUR EYESIGHT - ClearDekho - Eyeglasses, Sunglasses, Contact Lens, Frames


(২) কাঠবাদাম, চফ আৰু বগা জালুক মিশ্ৰণ কৰি গাখীৰৰ লগত দিনে দুবাৰকৈ খালে চকু নিৰোগী হৈ থাকে৷

Best Way to Improve eyesight in Just 1 Month | Dopnop


(৩) দুয়োখন হাতৰ তলুৱা একেলগে ঘঁহি ঘঁহি গৰম কৰি লৈ চকুকেইটা বন্ধ কৰি তাত হাতৰ তলুৱাৰ গৰম সেক দিলে চকুকেইটাই আৰাম পোৱাৰ লগতে ৰক্ত সঞ্চালন বৃদ্ধি হয়৷


(8) ঠাণ্ডা পানীৰ লগত কেইটোপালমান গোলাপ জল মিশ্ৰণ কৰি দৈনিক সেই পানীৰে চকু চাফা কৰিলে চকুলৈ সংক্ৰমিত হ’ব পৰা বীজাণুৰ পৰা আঁতৰত থাকিব পাৰি৷

The Power of Rose: It Can Prevent Wrinkles, Acne and Inflammation - NDTV Food

LEAVE A REPLY

Please enter your comment!
Please enter your name here