Health Plus

3858 POSTS0 COMMENTS
http://newshealthplus.com

Oat Milk কি? কেনেকৈ তৈয়াৰ কৰিব? What is oat milk? How is it prepared?

Oat Milk-- আজিকালি প্ৰায়ভাগ লোকৰে খাদ্য তালিকাৰ এবিধ অন্যতম৷ গৰুৰ গাখীৰৰ ভাল বিকল্প হৈছে Oat Milk ৷ বিনা দুগ্ধজাত সামগ্ৰী হৈয়ো ই...

২০২১-ত জন্মা নৱজাতকে অধিক দেখিব প্ৰাকৃতিক দুৰ্যোগ : কাৰ এই প্ৰতিবেদন ? Whose report says that babies born in 2021 will see the maximum...

২০২১ চনত জন্মগ্ৰহণ কৰা শিশুৱে তেওঁলোকৰ আগতে জন্মা শিশুতকৈ প্ৰাকৃতিক দুৰ্যোগ যেনে– বান, খৰাং, মহামাৰী, বনজুই, তাপমানৰ অসমতুলতা, শস্য বিনষ্ট, গোলকীয় উষ্ণতা,...

ঘনে ঘনে টোপনি ভঙা বা কম টোপনি মৰা কোনবিধ বেছি মাৰাত্মক ? Which is more dangerous – frequent break in sleep or light sleep?

এজন প্ৰাপ্তবয়স্ক লোকৰ কাৰণে দৈনিক সাতৰ পৰা আঠ ঘণ্টা পৰ্যন্ত টোপনিৰ প্ৰয়োজন৷ কিন্তু কেতিয়াবা দেখা যায় বিভিন্ন কাৰণত এই নিৰ্দিষ্ট পৰিমাণৰ সময়...

স্মাৰ্টফোনটো হঠাতে গৰম হয় নেকি?তেন্তে কি কৰিব ? What to do when your smartphone becomes warm suddenly?

আজিৰ তথ্য-প্ৰযুক্তিৰ যুগত সকলোৱে স্মাৰ্টফোন ব্যৱহাৰ কৰে৷ কিন্তু আপুনি ব্যৱহাৰ কৰা মোবাইল ফোনটো দীৰ্ঘসময় ধৰি কথা পাতিলে, ফে’চবুক, ৱাটছএপ, ইউটিউবত ভিডিঅ’ আদি...

কেন্দ্ৰৰ কি এই পি এম পোষণ আঁচনি ? What is the PM Poshan scheme of the Centre?

কেন্দ্ৰীয় কেবিনেটে প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ নামৰ এখন নতুন আঁচনিৰ প্ৰৱৰ্তনত অনুমোদন জনায়৷ এই আঁচনিৰ অধীনত সমগ্ৰ দেশৰ চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত...

IHA-ৰ তথ্য: হৃদৰোগত বছৰি দেশত কিমান লোকৰ মৃত্যু হয় ? How many people die due to heart ailments in India every year?

বিশ্বৰ প্ৰতি এক লাখ লোকৰ ভিতৰত ২৩৫জনৰে মৃত্যু হয় হৃদৰোগত৷ আনহাতে ভাৰতত প্ৰতি লাখত মৃত্যু হয় ২৭২জনৰ৷ ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশত...

গোটেই দিনটো শৰীৰটোক হাইড্ৰেট কৰি কেনেকৈ ৰাখিব ? How to keep the body hydrated throughout the day?

আপোনাৰ শৰীৰটোৱে সুচাৰুৰূপে চলিবলৈ বিশেষকৈ পানীৰ ওপৰত নিৰ্ভৰ কৰে৷ দেহৰ প্ৰত্যেকটো অংগ, কোষ, টিছু আদিয়ে সঠিকভাৱে কাম কৰিবলৈ পানীৰ প্ৰয়োজন হয়৷ সেয়েহে...

জীৱনত সুখী হ’বলৈ এইবোৰ অভ্যাস বাদ দিয়ক (Give up these toxic habits to be happy)

Toxic Habit- সহজ অৰ্থত যিবোৰ অভ্যাসে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য দুয়োটাকে নষ্ট কৰে৷ দৈনন্দিন জীৱনত আমি এনেধৰণৰ অভ্যাসসমূহ প্ৰায় কৰিয়েই থাকোঁ...

খেতিপথাৰত মাত্ৰাধিক হাৰত সাৰ প্ৰয়োগ কি ব্যৱস্থা ল’ব চৰকাৰে ? What steps will the government take to prevent excessive use of fertilizer in the...

খেতিপথাৰত মাত্ৰাধিক হাৰত ৰাসায়নিক সাৰ প্ৰয়োগ কৰা কৃষকৰ বিৰুদ্ধে কঠোৰ হ’ব ৰাজ্য চৰকাৰ৷ ৰাজ্যখনৰ কোন কোন অঞ্চলৰ খেতিপথাৰত মাত্ৰাধিক হাৰত ৰাসায়নিক সাৰ...

বিদেশত সমাদৃত অসমৰ ৰঙা চাউলে কি সুখবৰ কঢ়িয়ালে ? What good news has Assam’s popular Red rice brought from abroad?

মাজুলীৰ কৃষি বুৰঞ্জীত এক অভিনৱ সংযোজন ঘটিল৷ জিলাখনৰ পৰা প্ৰথমবাৰৰ বাবে ইউৰোপৰ তিনিখন দেশলৈ ৰপ্তানি কৰিলে ২০ কুইণ্টল ৰঙা বাওধানৰ চাউল৷ মাজুলীত...

TOP AUTHORS

Most Read

সুস্থ-সবল হৈ থাকিবলৈ প্ৰতিদিনে এই কামবোৰ কৰক

আমি সকলোৱে সুস্থ-সবল হিচাপে থকাটোৱে বিচাৰোঁ আৰু ইয়াৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰোঁ৷ এটা সুস্থ-সবল দেহ আৰু মনৰ অধিকাৰী হ’বলৈ তথা দৈনন্দিন জীৱনশৈলী...

আচৰিত নহয়নে ? পানীত থাকিও কেতিয়াও পানী নাখায়

এই পৃথিৱীৰ কিছুমান বিচিত্ৰ ঘটনাৰ কথা শুনিলে আচৰিত নহৈ নোৱাৰি৷ যিবোৰ ঘটনা তথা কামেই আমাৰ খোৰাক যোগোৱাৰ লগতে পৃথিৱীখনৰ বিষয়ে আৰু অধিক...

ষষ্ঠ ইন্দ্ৰিয়ৰে বিপদ সংকেত ধৰাত পুৰুষ নে মহিলা আগত

ষষ্ঠ ইন্দ্ৰিয়– Sixth sense, অৰ্থাৎ চকু, কাণ, নাক, জিভা আৰু ছাল মানে আমাৰ পঞ্চ ইন্দ্ৰিয় বুজা যায়৷ পঞ্চ ইন্দ্ৰিয়ৰ ব্যতিৰেকে যি ইন্দ্ৰিয়ৰ...

প্ৰত্যাহ্বান : অচিৰেই জিমেইলৰ বিকল্প এক্সমেইল

টেছলা তথা স্পেচএক্সৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কে গুগ্‌লক ভাবুকি দি এইবুলি ঘোষণা কৰে যে অচিৰেই তেওঁৰ এক্স প্লেটফৰ্মত জিমেইল সেৱাৰ...