Health Plus
4940 POSTS0 COMMENTS
http://newshealthplus.comৰাজ্যত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ বেছি
Health Plus - 0
ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ পুতৌজনক ছবিখন পুনৰবাৰ পৰিস্ফুট হৈছে৷ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা ইউনাইটেড ডিষ্ট্ৰিক্ট ইনফৰমেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন...
শীতকালত গোৰোহা নাফাটিবলৈ ঘৰুৱাভাৱে কিদৰে যত্ন ল’ব ?
Health Plus - 0
শীতকালত হোৱা এটা প্ৰধান সমস্যা হৈছে গোৰোহা ফটা৷ গোৰোহা ফটাটো কেতিয়াবা বৰ কষ্টদায়ক হৈ পৰে৷ বহু সময়ত গোৰোহা ফটা লোকে পৰিস্থিতিত পৰি...
অৰ্থনৈতিক নিৰাপত্তাহীনতাত দেশৰ কিমান শতাংশ পৰিয়াল জানেনে ?
Health Plus - 0
অৰ্থনৈতিকভাৱে শক্তিশালী সাৰ্বিক উন্নয়নৰ দিশত আগবঢ়াৰ লগতে বিত্তীয় সেৱা উদ্যোগে প্ৰসাৰ লাভ কৰা সত্ত্বেও দেশৰ ৬৯ শতাংশ পৰিয়াল...
ৰাষ্ট্ৰসংঘৰ সমীক্ষা মতে ২০৩০ চনৰ ভিতৰত পৃথিৱীৰ জনসংখ্যা কিমান হ’ব ?
Health Plus - 0
বিশ্বত জনসংখ্যা বৃদ্ধি সন্দৰ্ভত অলপতে ৰাষ্ট্ৰসংঘ ই এক সমীক্ষাৰ প্ৰতিবেদন প্ৰকাশ কৰিছে৷ বিশ্বৰ বৰ্ধিত জনসংখ্যাক লৈ কৰা সমীক্ষা অনুসৰি...
পৃথিৱীৰ জলবায়ু বিশৃংখলাৰ দিশে আগবাঢ়িছে : গুটেৰেছ
Health Plus - 0
ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এণ্টনিঅ’ গুটেৰেছে সকীয়াই দিয়ে যে পৃথিৱীখন অপৰিৱৰ্তনীয় ‘জলবায়ু বিশৃংখলা’ৰ ফালে আগবাঢ়িছে৷ ইজিপ্তত অনুষ্ঠিত হ’বলগীয়া আগন্তুক জলবায়ু...
ভাৰত বিশ্বৰ তৃতীয় সবৰ্বৃহৎ অৰ্থনীতিৰ দেশ হ’ব : কেতিয়া ?
Health Plus - 0
বিনিয়োগ বৃদ্ধি কৰাৰ ক্ষেত্ৰত নীতিৰ সলনি, জনসংখ্যাগত সুবিধা আৰু ৰাজহুৱা ডিজিটেল আন্তঃগাঁথনিয়ে ২০২৭ চনৰ ভিতৰত ভাৰতক বিশ্বৰ তৃতীয়...
ভাৰত বিশ্বৰ তৃতীয় সবৰ্বৃহৎ অৰ্থনীতিৰ দেশ হ’ব : কেতিয়া ?
Health Plus - 0
বিনিয়োগ বৃদ্ধি কৰাৰ ক্ষেত্ৰত নীতিৰ সলনি, জনসংখ্যাগত সুবিধা আৰু ৰাজহুৱা ডিজিটেল আন্তঃগাঁথনিয়ে ২০২৭ চনৰ ভিতৰত ভাৰতক বিশ্বৰ তৃতীয়...
সাৱধান : ৰাজ্যত ডেংগুত আক্ৰান্ত লোকৰ সংখ্যা প্ৰতিদিনে বাঢ়িছে
Health Plus - 0
ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি পাইছে ডেংগুত আক্ৰান্ত লোকৰ সংখ্যা৷ ইখনৰ পাছত সিখনকৈ জিলালৈ সংক্ৰমিত হৈছে ডেংগু৷ আনকি গুৱাহাটী মহানগৰীতো...
মহানগৰীত পাইপলাইনেৰে নিষ্কাশন কৰিব জুলীয়া আৱৰ্জনা
Health Plus - 0
অসম চৰকাৰৰ ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগ তথা অসম বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ সহযোগত আয়োজিত এক কৰ্মশালাত...
সুখবৰ : ৰাজ্যত জোৱাৰ খেতি কৰাৰ বাবে সিদ্ধান্ত
Health Plus - 0
ৰাজ্যৰ কৃষকসকলৰ বাবে সুখবৰ৷ ৰাজ্য চৰকাৰখনে কৃষি ক্ষেত্ৰখনক এক নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে অসমত জোৱাৰ খেতি...
Most Read
পিঁয়াজ সৰহকৈ খালেও হ’ব পাৰে এইবোৰ বিপদ
যিমানে উপকাৰিতা নাথাকক কিয় প্ৰয়োজনতকৈ অধিক সেৱন কৰাটো যিকোনো বস্তুৱেই বেয়া৷ অত্যধিক সেৱনে ঘিউ-মৌও বিষলৈ পৰিণত হ’ব পাৰে৷ ঠিক একেদৰে পিঁয়াজ...
নিয়মিত ছচ্মা ব্যৱহাৰ কৰিলে চকুৰ দৃষ্টিশক্তি ঠিক হয়নে?
ছচ্মা আচলতে কিয় প্ৰয়োজন, কোনসকলৰ দৰকাৰ৷ কিছুদিন ব্যৱহাৰ কৰাৰ পাছত কি ছচ্মাৰ পৰা মুক্তি পাব পাৰি– এইধৰণৰ বিভিন্ন প্ৰশ্ন আমাৰ মনত...
মানৱ দেহত তৈয়াৰ হৈছে অদৃশ্য শক্তি : জানিলে অবাক হ’ব
জাংক ডি এন এ হ’ল সেই ডি এন এৰ অংশ, যি প্ৰ’টিন তৈয়াৰ কৰাৰ বাবে কোজ নকৰে আৰু যাৰ কাৰ্যকাৰিতা এতিয়াও...
মূত্ৰথলীৰ কেঞ্চাৰ কিয় হয়? ইয়াৰ লক্ষণ আৰু চিকিৎসা
মূত্ৰনলীৰ কেঞ্চাৰ হৈছে মূত্ৰনলীৰ অভ্যন্তৰত অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত কোষ বৃদ্ধিৰ ফলত গঠিত টিউমাৰ, যি লাহে লাহে শৰীৰৰ অন্য অংশলৈও বিয়পি যায়৷...