Health Plus

4938 POSTS0 COMMENTS
http://newshealthplus.com

জিভাখন চাফা নকৰিলেকি কি ৰোগ হ’ব পাৰে

আমাৰ শৰীৰৰ অত্যন্ত প্ৰয়োজনীয় অংগৰ ভিতৰত জিভাখন অন্যতম৷ কিন্তু শৰীৰৰ আন অংগৰ সমান্তৰালভাৱে জিভাখনৰ যত্নত আওকাণ কৰা দেখা...

সাৱধান ! বিশ্বজুৰি ভয়ংকৰভাৱে বৃদ্ধি পাইছে বায়ু প্ৰদূষণ

বিশ্বজুৰি ভয়াৱহভাৱে বৃদ্ধি পাইছে বায়ু প্ৰদূষণৰ মাত্ৰা৷ এই বায়ু প্ৰদূষণৰ ফলতে বছৰি লাখ লাখ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে৷ আনহাতে গোলকীয় উষ্ণতা বৃদ্ধিৰ...

ভাৰতীয় কফ ছিৰাপৰ বিৰুদ্ধেWHO-ৰ সতৰ্কীকৰণ

বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ডব্লিউ এইচ অ’-ই পৰামৰ্শ দিছে যে নয়দা-ভিত্তিক মেৰিয়ন বায়’টেক কোম্পানীয়ে প্ৰস্তুত কৰা দুটা কফ ছিৰাপ উজবেকিস্তানত শিশুসকলৰ বাবে...

প্ৰস্ৰাৱৰ এইধৰণৰ সমস্যাবোৰে বুজাই দিয়েকিডনীজনিত বিকাৰৰ কথা

শৰীৰক সুস্থ ৰখাত কিডনীৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ সেয়ে কিডনীৰ সুস্থতা অতি জৰুৰী৷ কিডনীৰ সমস্যা হ’লে প্ৰথমে ধৰা নপৰে৷ প্ৰায় ৮০-৯০ শতাংশ কিডনী ক্ষতিগ্ৰস্ত...

অভিশাপস্বৰূপ হৈ পৰিছেপ্লাষ্টিকৰ পেলনীয়া সামগ্ৰী

অসমৰ লগতে গুৱাহাটী মহানগৰৰ বাবে এতিয়া অভিশাপস্বৰূপ হৈ পৰিছে প্লাষ্টিকজাতীয় সামগ্ৰী৷ মহানগৰৰ পৰিৱেশ প্ৰদূষণৰ এক অন্যতম কাৰণ হৈছে প্লাষ্টিকৰ ব্যৱহাৰ৷ সুস্থ পৰিৱেশ...

গুৱাহাটীৰ প্ৰদূষণে বিপজ্জনকঅৱস্থালৈ গতি কৰিছে

বিপজ্জনক অৱস্থালৈ গতি কৰিছে গুৱাহাটীত প্ৰদূষণৰ মাত্ৰা৷ এয়াৰ কোৱালিটি ইনডেক্সে গুৱাহাটীত পাৰ কৰিছে বিপদসীমা৷ ধূলিকণা আৰু গাড়ী-মটৰৰ বাবে আটাইতকৈ বেছি প্ৰদূষিত হৈছে...

সূৰ্যৰ পোহৰ নাথাকিলেবিশ্বত কি পৰিস্থিতিৰ সৃষ্টি হ’ব?

সূৰ্যৰ পৰা আমি পোহৰ তথা শক্তি পাওঁ৷ পৃথিৱীৰ সমগ্ৰ শক্তিৰ উৎস হ’ল সূৰ্য৷ সূৰ্যৰ আলোক বা ৰশ্মি আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ৷ সূৰ্যৰ...

সূৰ্যৰ পোহৰ নাথাকিলেবিশ্বত কি পৰিস্থিতিৰ সৃষ্টি হ’ব?

সূৰ্যৰ পৰা আমি পোহৰ তথা শক্তি পাওঁ৷ পৃথিৱীৰ সমগ্ৰ শক্তিৰ উৎস হ’ল সূৰ্য৷ সূৰ্যৰ আলোক বা ৰশ্মি আমাৰ বাবে অত্যন্ত গুকুত্বপূৰ্ণ৷ সূৰ্যৰ...

অসম কেঞ্চাৰৰ হট্‌স্পটত পৰিণত হৈছে নেকি ?

কেঞ্চাৰৰ ‘হটস্পট’ত পৰিণত হৈছে অসম৷ শেহতীয়াকৈ ৰাজ্যখনত এই মাৰাত্মক ৰোগবিধে ঘাতকৰ ৰূপ ধাৰণ কৰিছে৷ প্ৰতিবছৰেই ভয়াৱহভাৱে বৃদ্ধি পোৱা...

প্ৰস্তৰ যুগৰ পাছত পৃথিৱীৰআকাশত দেখা যাব বিৰল ধূমকেতু

এবছৰ দুবছৰ বা ১০০ বছৰ নহয়, প্ৰায় ৫০ হাজাৰ বছৰ পাছত পুনৰ দেখা পাব এক মহাজাগতিক ঘটনা৷ আৰু এই মহাজাগতিক ঘটনা শেষবাৰৰ...

TOP AUTHORS

Most Read

মানৱ দেহত তৈয়াৰ হৈছে অদৃশ্য শক্তি : জানিলে অবাক হ’ব

জাংক ডি এন এ হ’ল সেই ডি এন এৰ অংশ, যি প্ৰ’টিন তৈয়াৰ কৰাৰ বাবে কোজ নকৰে আৰু যাৰ কাৰ্যকাৰিতা এতিয়াও...

মূত্ৰথলীৰ কেঞ্চাৰ কিয় হয়? ইয়াৰ লক্ষণ আৰু চিকিৎসা

মূত্ৰনলীৰ কেঞ্চাৰ হৈছে মূত্ৰনলীৰ অভ্যন্তৰত অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত কোষ বৃদ্ধিৰ ফলত গঠিত টিউমাৰ, যি লাহে লাহে শৰীৰৰ অন্য অংশলৈও বিয়পি যায়৷...

গৰম পানীৰ সৈতে মৌ সেৱন কৰাটো উচিতনে?

স্বাস্থ্য ৰক্ষাৰ বাবে মৌ অত্যন্ত উপকাৰী৷ মৌত থকা এণ্টিঅক্সিডেণ্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷ সেয়েহে স্বাস্থ্যৰ উপকাৰৰ বাবে মৌ বিভিন্ন প্ৰকাৰে...

মদ্যপান কৰিলে এইবোৰ ঔষধ খোৱা উচিত নহয়

মদ্যপান কৰাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক৷ এনে বহু লোক আছে গোটেই নিশা পাৰ্টিত মদ্যপান কৰে৷ মদ্যপান কৰাৰ পাছতহে মনত পৰিল যে তেওঁৰ...