Health Plus

4940 POSTS0 COMMENTS
http://newshealthplus.com

দেশৰ ভিতৰত কল উৎপাদনত অসমৰ স্থান কিমান জানেনে ?

কল আমাৰ সকলোৰে প্ৰিয় এবিধ ফল৷ আমাৰ ৰাজ্য অসমত প্ৰতি ঘৰ মানুহৰে বাৰীত এজোপা হ’লেও কলগছ থকাটো এটা নিয়মৰ দৰে৷ সুখবৰ খবৰ...

উত্তৰ-পূবৰ সৰ্ববৃহৎ প্ৰথমটোজৈৱ গেছ প্ৰকল্পৰ আধাৰশিলা স্থাপন

গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমটো তথা সৰ্ববৃহৎ জৈৱ গেছ প্ৰকল্প নিৰ্মাণৰ আধাৰশিলা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্বশৰ্মাই স্থাপন কৰে৷ অইল ইণ্ডিয়া...

পৰুৱাই দিব কেঞ্চাৰৰ তথ্য ! সদৰী কৰিলে বিজ্ঞানীয়ে

কেঞ্চাৰৰ বাবে বিশ্বত প্ৰতিবছৰে কেইবালাখ লোকে অকালতে মৃত্যুক সাবটি ল’বলগীয়া হয়৷ আনহাতে কেঞ্চাৰৰ চিকিৎসাও ব্যয়বহুল হোৱা বাবে বহুতে...

কৃত্ৰিম বায়’নিক হাত উদ্ভাৱনেৰেতেজপুৰ বিশ্ববিদ্যালয়ৰ দুই ছাত্ৰৰ চমক

তেজপুৰ বিশ্ববিদ্যালয়ৰ দুজন মেধাৱী ছাত্ৰই অত্যাধুনিক কৃত্ৰিম বায়’নিক হাতৰ যুগান্তকাৰী উদ্ভাৱনৰ জৰিয়তে দিব্যাংগ লোকসকলৰ জীৱনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷ দীৰ্ঘদিনীয়া প্ৰচেষ্টা আৰু...

কৃত্ৰিম বায়’নিক হাত উদ্ভাৱনেৰেতেজপুৰ বিশ্ববিদ্যালয়ৰ দুই ছাত্ৰৰ চমক

তেজপুপৰ বিশ্ববিদ্যালয়ৰ দুজন মেধাৱী ছাত্ৰই অত্যাধুনিক কৃত্ৰিম বায়’নিক হাতৰ যুগান্তকাৰী উদ্ভাৱনৰ জৰিয়তে দিব্যাংগ লোকসকলৰ জীৱনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷ দীৰ্ঘদিনীয়া প্ৰচেষ্টা আৰু...

জানেনে কোনবিধ ফল কোন সময়ত খোৱা উচিত ?

দেখাত আকৰ্ষণীয়, ৰঙীন তথা অতি সুস্বাদু ফলবোৰৰ নিজৰ বিশেষত্ব তথা গুণাগুণ আছে৷ কিছুমান ফল যদি চকুৰ কাৰণে উপকাৰী, আন কিছুমান আকৌ ছাল-চুলিৰ...

কেঁকোৰাৰ বিশ্ব অভিলেখনাম সোমাল গীনিজ বুকত

বিগ ডেডী নামৰ এটা কেঁকোৰাই এতিয়া বিশ্বত ব্যাপক চৰ্চা লাভ কৰিছে৷ ইয়াৰ কাৰণ হ’ল এই কেঁকোৰাটোৱে বিশ্ব অভিলেখৰ সৃষ্টি কৰি গীনিজ বুক...

মহাকাশলৈ কিয় প্ৰেৰণ কৰা হ’ব আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ চুলি ?

শেহতীয়াভাৱে জানিব পৰা মতে আমেৰিকাৰ চাৰিগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতিৰ চুলি অৰ্থাৎ ডি এন এ-ৰ নমুনা মহাকাশলৈ প্ৰেৰণ কৰা হ’ব৷ মহাকাশ ৰকেটৰ সহায়ত আমেৰিকাৰ...

গৱেষকৰ সাফল্য : দেহৰ কোষক হৃদকোষকৈ ৰূপান্তৰিত কৰাৰ কৌশল উদ্ভাৱন

গুৱাহাটী আই আই টিৰ গৱেষকৰ দলে নতুন যুগান্তৰৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটীৰ জৈৱ বিজ্ঞান আৰু জৈৱ অভিযান্ত্ৰিক বিভাগৰ...

আটা, ময়দাত পোকে নধৰিবলৈ কি কৰিব ?

বজাৰৰ পৰা ক্ৰয় কৰাৰ কেইদিনমান পাছতে চাউল আটা, ময়দা আদিত সহজে পোক লগা বা পোক ধৰে৷ এইদৰে খাদ্যবস্তুত পোক লগা দেখিলে আমি...

TOP AUTHORS

Most Read

পিঁয়াজ সৰহকৈ খালেও হ’ব পাৰে এইবোৰ বিপদ

যিমানে উপকাৰিতা নাথাকক কিয় প্ৰয়োজনতকৈ অধিক সেৱন কৰাটো যিকোনো বস্তুৱেই বেয়া৷ অত্যধিক সেৱনে ঘিউ-মৌও বিষলৈ পৰিণত হ’ব পাৰে৷ ঠিক একেদৰে পিঁয়াজ...

নিয়মিত ছচ্‌মা ব্যৱহাৰ কৰিলে চকুৰ দৃষ্টিশক্তি ঠিক হয়নে?

ছচ্‌মা আচলতে কিয় প্ৰয়োজন, কোনসকলৰ দৰকাৰ৷ কিছুদিন ব্যৱহাৰ কৰাৰ পাছত কি ছচ্‌মাৰ পৰা মুক্তি পাব পাৰি– এইধৰণৰ বিভিন্ন প্ৰশ্ন আমাৰ মনত...

মানৱ দেহত তৈয়াৰ হৈছে অদৃশ্য শক্তি : জানিলে অবাক হ’ব

জাংক ডি এন এ হ’ল সেই ডি এন এৰ অংশ, যি প্ৰ’টিন তৈয়াৰ কৰাৰ বাবে কোজ নকৰে আৰু যাৰ কাৰ্যকাৰিতা এতিয়াও...

মূত্ৰথলীৰ কেঞ্চাৰ কিয় হয়? ইয়াৰ লক্ষণ আৰু চিকিৎসা

মূত্ৰনলীৰ কেঞ্চাৰ হৈছে মূত্ৰনলীৰ অভ্যন্তৰত অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত কোষ বৃদ্ধিৰ ফলত গঠিত টিউমাৰ, যি লাহে লাহে শৰীৰৰ অন্য অংশলৈও বিয়পি যায়৷...