২০২১ চনত দেশত দুৰ্ঘটনাত কিমানৰ প্ৰাণহানি হৈছে জানেনে ?

0
220

২০২১ চনত দেশখনত যান-বাহনৰ প্ৰায় ৪.২২ লাখ দুৰ্ঘটনাত [ট্ৰেফিক এক্সিডেণ্ট] ১.৭৩ লাখ লোকৰ মৃত্যু হয়৷ আটাইতকৈ বেছি লোকৰ মৃত্যু হয় উত্তৰ প্ৰদেশত ২৪,৭১১ আৰু তামিলনাডুত ১৬,৬৮৫ গৰাকী৷ নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ চমুকৈ এন চি আৰ বি-ৰ শেহতীয়া প্ৰতিবেদন মতে, দেশখনত যান-বাহনৰ দুৰ্ঘটনা ২০২০ চনত আছিল ৩,৬৮,৮২৮টা৷ ২০২১ চনত ৪,২২,৬৫৯ টালৈ বৃদ্ধি পায়৷ দুৰ্ঘটনাবোৰৰ ভিতৰত ৪ লাখ ৩ হাজাৰ ১১৬টা ৰে’ল দুৰ্ঘটনা, ১৭,৯৯৩টা ৰে’ল দুৰ্ঘটনা আৰু ১,৫৫০ টা ৰে’লৱে ক্ৰছিং দুৰ্ঘটনা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here