সৌন্দৰ্যচৰ্চাত চন্দনকিদৰে ব্যৱহাৰ কৰিব ?

0
771

আপোনাৰ ছালখন বগা কৰি ৰাখিব বিচাৰে নেকি? তেনেহ’লে ব্যৱহাৰ কৰক চন্দন । প্ৰখৰ ৰ’দত ছাল ক’লা পৰা বা মুখৰ ক’লা দাগ আঁতৰোৱাত সহায় কৰে চন্দনে ।
চন্দন ভাৰতীয় জনপ্রিয় নাম । চন্দনৰ আছে বহু উপকাৰী বা বৈষধী গুণ।  চন্দনে ছালৰ উজ্জ্বলতা বঢ়োৱাৰ লগতে সুন্দৰ আৰু সতেজ কৰি ৰাখে । চন্দনৰ পাউডাৰৰ লগত নেমু, চেনি , এলোভেৰা, গ্লিচাৰিন মিহলাই লগালে ছালখন সুন্দৰ সতেজ হৈ থাকে । বিভিন্ন ৰোগতো ইয়াক ঔষধ হিচাপে ইয়াক ব্যৱহাৰ কৰা হয় । ঘা, ফোঁহা, শুকোৱা আদিত তিল তেলৰ সৈতে চন্দনৰ গুৰি নাইবা তেল সমজোখত মিহলাই আক্রান্ত অংশত লগালে ঘা শুকায়, ফোঁহা ভাল হয় ৷
জ্বৰত ভুগিলে চন্দনৰ গুড়ি দুই–তিনি চামুচ পানীৰ সৈতে মিহলাই দিনত দুই–তিনিবাৰ সেৱন কৰিলে জ্বৰ ভাল হয় ৷ছালৰ সমস্যাত ভুগিলে চন্দনৰ গুড়ি ১৫–২০ গ্রাম জোখত পানীৰ লগত মিহলাই আঠাসদৃশ বনাই আক্রান্ত অংশত লগালে ছালৰ সকলো সমস্যা আঁতৰ হয়৷ ইয়াৰ লগতে উক্ত মিশ্রণত এক কাপ জোখত পানী মিহলাই দিনত ২–৩ বাৰ সেৱন কৰিব লাগে ৷ প্রস্রাৱৰ জ্বলন-পোৰণ বা ৰক্তক্ষৰণ হ’লে বাকলি থেতেলি বা বাকলিৰ পৰা প্রস্তুত কৰা গুড়ি পানীৰ সৈতে মিহলাই সেৱন কৰিলে এই ৰোগ আৰোগ্য হয় ৷

সৌন্দৰ্যচৰ্চাত চন্দন
কিদৰে ব্যৱহাৰ কৰিব ?

LEAVE A REPLY

Please enter your comment!
Please enter your name here