শুভ সংবাদ ! কভিড-১৯ৰ বড়ি প্ৰস্তুত || Covid-19 tablets being prepared

0
403
কভিড-১৯ ৰোগীৰ বাৰে সুখবৰ ৷ কিয়নো এতিয়াৰে পৰা কভিড ৰোগৰ চিকিৎসাৰ বাবে সহজ হৈ পৰিল৷ কৰ’নাৰ চিকিৎসাৰ বাবে মলনুপিৰাভিৰ নামৰ টেবলেটবিধৰ ব্ৰিটেইন চৰকাৰে অনুমোদন জনায়৷ মাৰ্ক নামৰ এক জাৰ্মান ঔষধ কোম্পানীয়ে প্ৰস্তুত কৰি উলিয়াইছে এই কভিড প্ৰতিৰোধক টেবলেট বা বড়ি৷ কৰ’না প্ৰতিৰোধৰ বাবে মলনুপিৰাভিৰ টেবলেটক অনুমোদন দিয়া ব্ৰিটেইনেই হ’ল প্ৰথম দেশ৷ আনহাতে মলনুপিৰাভিৰ নামৰ টেবলেটবিধ কৰ’না ৰোগৰ প্ৰতিষেধক হিচাপে আন কেইবাখনো দেশে পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰা আৰম্ভ কৰিছে৷ ইয়াৰপৰাই প্ৰমাণ হৈছে যে কৰ’না প্ৰতিৰোধত এইবিধ বড়িৰ প্ৰয়োজনীয়তা আছে৷ কোম্পানীটোৱে সদৰী কৰা মতে কৰ’না ৰোগীয়ে এই ঔষধবিধ সেৱন কৰিলে সম্পূৰ্ণ আৰোগ্য লাভ কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here